তিনি বৰ্ণই নাম তাৰ সকলোৱে খায়,প্ৰথম বৰ্ণ বাদ দিলে মৰা হৈ যায়,শেষ বৰ্ণ বাদ দিলে ফল বুলি জানি,সেইটো নামনো কি কোৱা গুণমনি ?

উত্তৰঃ অমৰা ।