তিনিটা আখৰে মোৰ নামটো গঠিত,ফল বুলি হওঁ মই জগতে বিদিত । প্ৰথমে দ্বিতীয়ই মিলি পৰিমাণ হওঁ,প্ৰথম তৃতীয়ই মিলি ঘৰৰ চুকত থাকো,প্ৰথম তৃতীয়ই মিলি নদীত গৈ পৰো ?

উত্তৰঃ কমলা