দুই পিতা দুই পুত্ৰ চিকাৰলৈ গ’ল;পহু মাৰিলে তিনিটা,গাইপতি একোটা । কোঁৱাচোন ইনো বাৰু কেনেকৈ সম্ভৱ হ’ল?

উত্তৰঃ চিকাৰলৈ ককাক, বাপেক আৰু নাতিয়েক গৈছিল ।