পাঁচোটা আখৰ মিলি এটা বিখ্যাত নাম,আমাৰ দেশ ভাৰততে বিচাৰিলে পাম । প্ৰথমে তৃতীয়ই মিলি নাম হয় ধাতুৰ,দ্বিতীয় চতুৰ্থই মিলি নাম হয় ঋতুৰ । দ্বিতীয়ই পঞ্চমে মিলি নাম হয় বৃযক্ষৰ, তৃতীয় চতুৰ্থই হয় এক প্ৰাণীৰ নাম,এতিয়া প্ৰকৃত নামটো কৰাচোন প্ৰমাণ ?

উত্তৰঃ তাজমহল