সাগৰতে জন্ম তাৰ আকাশত উৰে, পৰ্বতৰ মাৰ খুন্দা খাই কান্দি সৰি পৰে ?

উত্তৰঃ ডাৱৰ