ৰামায়ণত লিখা আছে অতি পুৰাতল,স্বামী-স্ত্ৰী দুয়োজনৰ হাত বাইচখন। কি নাম তেওঁলোকৰ সোনকালে কোঁৱা,বুদ্ধিমান বুলি ক’ম যদি ক’ব পাৰা ?

উত্তৰঃ ৰাবণ-মন্দোদৰী ।