মহৰ্ষি টলষ্টয় | AJB Class 6 Assamese Chapter 3 Short Question and Answer Assamese medium |

১। টলষ্টয়ৰ সম্পূৰ্ণ নাম কি?

ক) কাউন্ট নিকোলেভিচ টলষ্টয়

খ) টলষ্টয় বৈশ্য

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কাউন্ট নিকোলেভিচ টলষ্টয়

২। টলষ্টয় কেনেকুৱা প্ৰকৃতিৰ লোক আছিল?

ক) দুষ্ট প্ৰকৃতিৰ

খ) ভাবুক প্ৰকৃতিৰ

গ ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ভাবুক প্ৰকৃতিৰ।

৩। তেখেত সৰুতেই পিতৃ-মাতৃ হেৰুওৱাত তেখেতক কোনে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল?

ক) তেখেতৰ বুঢ়ীমাকে

খ) তেখেতৰ ককাকে

গ) তেখেতৰ খুৰীয়েকে

উত্তৰঃ গ) তেখেতৰ খুৰীয়েকে।

৪। তেখেতৰ খুড়ীয়েকৰ পৰীয়ালটো কেনেকুৱা আছিল?

ক) যৌথ পৰিয়াল

খ) একক পৰিয়াল

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) যৌথ পৰিয়াল।

৫। ধনী-পৰীয়ালত জন্মগ্ৰহণ কৰিও তেখেতে কেনেকৈ জীৱন কটাইছিল?

ক) ৰজাৰ দৰে

খ) প্ৰজাৰ দৰে

গ) ঋষি-মুনিৰ দৰে

উত্তৰঃ গ) ঋষি-মুনিৰ দৰে।

৬। টলষ্টয়ৰ জন্ম কত হৈছিল?

ক) কলিকতাত

খ) য়াচনায়া পোলিয়ানা নামৰ এখন ঠাইত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) য়াচনায়া পোলিয়ানা নামৰ এখন ঠাইত।

৭। যুদ্ধ আৰু শান্তি নামৰ কালজয়ী গ্ৰন্থ খন কোনে ৰচনা কৰিছিল?

ক) টলষ্টয়ে

খ) লক্ষ্মীনাথ বেজবৰুৱাই

গ) নৱকান্ত বৰুৱাই

উত্তৰঃ ক) টলষ্টয়ে।

৮। ধৰ্ম শব্দৰ বিপৰীত অৰ্থ কি?

ক) ধৰ্মীয়

খ) অধৰ্ম

গ) ধৰ্মাৱলী

উত্তৰঃ খ) অধৰ্ম

৯। শান্তি শব্দৰ বিপৰীত অৰ্থ কি?

ক) অশান্তি

খ) শান্তি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) অশান্তি।

১০। জীৱন শব্দৰ বিপৰীত অৰ্থ কি?

ক) জীৱন গাঁথা

খ) মৰন

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) মৰন।

১১। তেখেতে মুখত কি লৈ জন্মগ্ৰহণ কৰিছিল?

ক) সোণৰ চামুচ

খ) ৰূপৰ চামুচ

গ) ষ্টীলৰ চামুচ

উত্তৰঃ ক) সোণৰ চামুচ।

১২। তেখেতে কি বিদ্যালয়ত আইন পঢ়ে?

ক) কটন মহাবিদ্যালয়ত

খ) কাজান বিশ্ববিদ্যালয়ত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) কাজান বিশ্ববিদ্যালয়ত।

১৩। পালিকুছকা নামৰ উল্লেখযোগ্য গ্ৰন্থখনৰ ৰচক কোন?

ক) লক্ষ্মীনাথ বেজবৰুৱা

খ) নৱকান্ত বৰুৱা

গ)মহৰ্ষি টলষ্টয়

উত্তৰঃ গ)মহৰ্ষি টলষ্টয়।

১৪। টলষ্টয়ৰ জীৱনৰ প্ৰধান উদ্দেশ্য কি আছিল?

ক) টকা-পইছা ঘটা

খ) মানৱসেৱা কৰা

গ) চোৰ কৰা

উত্তৰঃ খ) মানৱসেৱা কৰা।

১৫। ধনী শব্দৰ সমাৰ্থক শব্দ কি?

ক) চহকী

খ) দুখীয়া

গ) প্ৰজা

উত্তৰঃ ক) চহকী।

১৬। ধনী শব্দৰ বিপৰীত অৰ্থ কি?

ক) চহকী

খ) ৰজা

গ) দুখীয়া

উত্তৰঃ খ) দুখীয়া।

১৭। কৰ্ম থকা নথকা লৈ ক্ৰিয়াপদক কেইটা ভাগত ভাগ কৰিব পাৰি?

ক) ৩ টা

খ) ২ টা

গ) ৫ টা

উত্তৰঃ খ) ২ টা।

১৮। অকৰ্মক ক্ৰিয়া কাক বোলে?

ক) কৰ্ম নথকা ক্ৰিয়াক

খ) কৰ্ম থকা ক্ৰিয়াক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কৰ্ম নথকা ক্ৰিয়াক।

১৯। সকৰ্মক ক্ৰিয়া কাক বোলে?

ক) কৰ্ম নথকা ক্ৰিয়াক

খ) কৰ্ম থকা ক্ৰিয়াক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) কৰ্ম থকা ক্ৰিয়াক।

২০। স্বাৰ্থ শব্দৰ বিপৰীত অৰ্থ কি?

ক) নিস্বাৰ্থ

খ) স্বাৰ্থপৰ

গ) স্বাৰ্থ

উত্তৰঃ ক) নিস্বাৰ্থ।