অসমীয়া বাৰেৰহণীয়া গীত-মাত | AJB Class 7 Assamese Chapter 5 MCQ’s Assamese Medium | AJB Class 7 Chapter 5 MCQ’s Type Question |

Chapter 5

অসমীয়া বাৰেৰহণীয়া গীত-মাত

১। অতি প্ৰাচীন কালৰে পৰা অসমীয়া সমাজত নানা গীত-মাতৰ কি হৈ আহিছে?

(ক) আলোচনা হৈ আহিছে

(খ) প্ৰচলন হৈ আহিছে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- প্ৰচলন হৈ আহিছে ।

২। কিছুমান কি গীতৰ মাজেৰে মনৰ মাজত লুকাই থকা দুখৰ ভাবো প্ৰকাশ পায়?

(ক) বিহুগীত

(খ) লোকগীত

(গ) পুৰণীগীত

উত্তৰ- লোকগীত ।

৩। বিভিন্ন আধ্য়াত্মিক বিষয়ৰ গীত অসমীয়া সমাজত ভক্তিভাবে কি কৰা হয়?

(ক) পৰিৱেশন কৰা হয়

(খ) আলোচনা কৰা হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- পৰিৱেশন কৰা হয় ।

৪। গীত-মাতসমূহে অসমৰ ভাষা-সংস্কূতিক কি কৰিছে?

(ক) চহকী কৰিছে

(খ) নিৰ্মাণ কৰিছে

(গ) নিৰ্ভৰ কৰিছে

উত্তৰ- চহকী কৰিছে ।

৫।  বিয়ান নুশুনিলে কি অনুষ্টানটো উকা উকা লাগে?

(ক) ওপৰৰ এটাও নহয়

(খ) বিৱাহ অনুষ্টানটো

(গ) জন্মদিন অনুষ্টানটো

উত্তৰ- বিৱাহ অনুষ্টানটো ।

৬। কিছুমান মানৱ সভ্য়তা ডাঙৰ ডাঙৰ কিহৰ পাৰত গঢ় লৈ উঠিছে?

(ক) পুখুৰী পাৰত

(খ) নদীৰ পাৰত

(গ) সাগৰ পাৰত

উত্তৰ- নদীৰ পাৰত ।

৭। অভিমানত কাৰ মুখৰ নিচুকণি গীত শুনিলে আমাৰ মান-অভিমান ক’ৰবালৈ পলায়?

(ক) আইৰ মুখৰ পৰা

(খ) পিতাই মুখৰ পৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- আইৰ মুখৰ পৰা ।

৮। বিভিন্ন সময়ত ধেমালি কৰোঁতে কোনে গোৱা গীতবোৰ বৰ শুৱলা?

(ক) আইতাৱে

(খ) শিশুৱে

(গ) ককাই

উত্তৰ- শিশুৱে ।

৯। পৰম্পৰা, নীতি-উপদেশ আদি সকলোবোৰ কি পৰিচয় বহন কৰে?

(ক) দিশৰ

(খ) অনুষ্টানৰ

(গ) আলোচনাৰ

উত্তৰ- দিশৰ ।

১০। নাট্য়াভিনয়, সংগীত আদিৰ ৰূপত আজি আমাৰ মাজত কি আছে?

(ক) জিলিকি আছে

(খ) বৰ্তি আছে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- বৰ্তি আছে ।

১১। অসমীয়া সমাজত নানা ধৰণৰ কি অনুিষ্ঠত হয়? 

(ক) আনন্দ আৰু ৰং

(খ) ধৰ্মীয় উতসৱ-পাৰ্বণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- ধৰ্মীয় উতসৱ-পাৰ্বণ ।

১২। কেতিয়াৰে পৰা অসমীয়া সমাজত নানা গীত-মাত প্ৰচলন হৈ আহিছে?

(ক) বৰ্তমান কালৰে পৰা

(খ) অতি প্ৰাচীন কালৰে পৰা

(গ) প্ৰাচীন কালৰে পৰা

উত্তৰ- অতি প্ৰাচীন কালৰে পৰা ।

১৩। শিশুৰ মনত জগতখন কি?

(ক) গীতেৰে ভৰপুৰ

(খ) বৰ মনোমোহা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- বৰ মনোমোহা ।

১৪। কোনো ব্য়ক্তি বা প্ৰাণীৰ নাম বুজালে তাক কি বোলে?

(ক) নামবাচক বিশেষ্য়

(খ) জাতিবাচক বিশেষ্য়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- নামবাচক বিশেষ্য় ।

১৫। অসমীয়া সমাজত আধ্য়াত্মিক গীতৰ উপৰি আৰু কি গোৱা হয়?

(ক) মহখেদা

(খ) উতসৱ-পাৰ্বণত বহু গীত-মাত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- উতসৱ-পাৰ্বণত বহু গীত-মাত ।

১৬। কিহৰ মাজেৰে মনৰ মাজত থকা দুখৰ ভাব প্ৰকাশ পায়?

(ক) আনন্দৰ মাজেৰে

(খ) লোকগীতৰ মাজেৰে

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- লোকগীতৰ মাজেৰে ।

১৭। কি অসমীয়া সাহিত্য়ৰ অমূল্য় সম্পদ? 

(ক) মাহুত বা হাতীৰ মাউত

(খ) মালতি বা কাহিনী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- মালতি বা কাহিনী ।

১৮। কোনো জাতি বা শ্ৰেণীৰ নাম বুজালে তাক কি বোলে?

(ক) জাতিবাচক বিশেষ্য়

(খ) গুণবাচক বিশেষ্য়

(গ) বস্তুবাচক বিশেষ্য়

উত্তৰ- জাতিবাচক বিশেষ্য় ।

১৯। কোনো গুন বা দোষৰ নাম বুজালে তাক কি বোলে?

(ক) গুনবাচক বিশেষ্য়

(খ) বস্তুবাচক বিশেষ্য়

(গ) ক্ৰিয়াবাচক বিশেষ্য়

উত্তৰ- গুনবাচক বিশেষ্য় ।

২০। কোনো বস্তুৰ  নাম বুজালে তাক কি বোলে?

(ক) গুনবাচক বিশেষ্য়

(খ) বস্তুবাচক বিশেষ্য়

(গ) ক্ৰিয়াবাচক বিশেষ্য়

উত্তৰ- বস্তুবাচক বিশেষ্য় ।

Type by- Bikul Mandal