আইদেউ সন্দিকৈ | AJB Class 7 Assamese Chapter 3 MCQ’s Assamese Medium | Class7 Chapter 3 MCQ’s Type Question Answer |

আইদেউ সন্দিকৈ

Chapter 3

১। কিমান চনত চ’ত মাহৰ এটি ক্ষণত ছোৱালীজনীৰ জন্ম হৈছিল?

(ক) ১৯১৪ চনত

(খ) ১৯১৫ চনত

(গ) ১৯১৬ চনত

উত্তৰ- ১৯১৫ চনত ।

২। ডিম্ব গোহাঁয়ে ছোৱালীজনীক কি দেখুৱাম বুলি মনে মনে লৈ আনিলে?

(ক) নাও দেখুৱাম বুলি

(খ) জাহাজ দেখুৱাম বুলি

(গ) মটৰ গাড়ী দেখুৱাম বুলি

উত্তৰ- জাহাজ দেখুৱাম বুলি ।

৩। ছোৱালীজনীয়ে এনেকৈয়ে পিছৰ জীৱনটে কি হৈ কটাব লগীয়া হ’ল?

(ক) বিধবা হৈ

(খ) আবিয়ৈ হৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- আবিয়ৈ হৈ ।

৪। সমাজৰ ভয়ত দেউতাকে প্ৰথমে কি কৰিছিল?

(ক) যুদ্ধ কৰিছিল

(খ) থেৰো-গেঁৰো কৰিছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- থেৰো-গেঁৰো কৰিছিল ।

৫। ডিম্ব গোহাঁয়ে ছোৱালীজনীক জাহাজ দেখুৱাব আনোতে লগত কোন আহিছিল?

(ক) জ্য়োতিপ্ৰসাদ আগৰৱালা আহিছিল

(খ) কেশৱ আহিছিল

(গ) মালক্ষী সন্দিকৈ আহিছিল

উত্তৰ- কেশৱ আহিছিল ।

৬। ডিম্ব গোহাঁই আৰু ছোৱালীজনী একেকোবে কি পাৰৰ গমিৰিঘাট পালেহি?

(ক) উত্তৰ পাৰৰ

(খ) দক্ষিণ পাৰৰ

(গ) পশ্চিম পাৰৰ

উত্তৰ- উত্তৰ পাৰৰ ।

৭। জাহাজবোৰ যাতায়াতৰ বাবে কি আহিলা আছিল?

(ক) বহুত বেয়া আহিলা আছিল

(খ) উপযুক্ত আহিলা আছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- উপযুক্ত আহিলা আছিল ।

৮। ঘৰৰ সন্মুখতে এটা কি ঘৰ সাজি ছোৱালীজনীক থাকিবলৈ দিয়া হ’ল?

(ক) জুপুৰী ঘৰ

(খ) খেৰৰ ঘৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- জুপুৰী ঘৰ

৯। জয়মতীৰ যোগেদি অসমৰ সাংস্কৃতিক জগতত এটা নতুন যুগৰ কি হ’ল?

(ক) সূচনা হ’ল

(খ) বিষয় হ’ল

(গ) অনুষ্টান হ’ল

উত্তৰ- সূচনা হ’ল ।

১০।  টকীত অভিনয় কৰা বাবে জাত যোৱা ৰাইজে এঘৰীয়া কৰা এই ছোৱালীজনীৰ নাম কি?

(ক) আইদেউ সন্দিকৈ

(খ) মৰমী

(গ) মালতী

উত্তৰ- আইদেউ সন্দিকৈ ।

১১। এটা শব্দত প্ৰকাশ কৰা: একে মাকৰ সন্তান-

(ক) সহোদৰ

(খ) সহপাঠী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- সহোদৰ ।

১২। ছোৱালীজনীক কত থাকিবলৈ দিয়া হৈছিল? 

(ক) ঘৰৰ বাহিৰত

(খ) জুপৰী ঘৰত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- জুপৰী ঘৰত ।

১৩। ছোৱালীজনীৰ নাম কি?

(ক) জয়মতী

(খ) আইদেউ সন্দিকৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- আইদেউ সন্দিকৈ ।.

১৪। ছোৱালীজনীৰ পিছতে আৰু কেইটা ভায়েক জন্ম হৈছিল?

(ক) দুটা

(খ) তিনিটা

(গ) এটা

উত্তৰ- তিনিটা ।

১৫। ডিম্ব গোঁহাই ছোৱালীজনীৰ সম্বন্ধীয় কি আছিল? 

(ক) ককায়েক

(খ) বন্ধু

(গ) ভায়েক

উত্তৰ- ককায়েক ।

১৬। পিছদিনা পুৱাতেই কোন আহি ছোৱালীজনীৰ সৈতে কথা পাতিছিল?

(ক) ডিম্ব গোঁহাই

(খ) জ্য়োতিপ্ৰসাদ আগৰৱালা

(গ) ৰাইজ

উত্তৰ- জ্য়োতিপ্ৰসাদ আগৰৱালা ।

১৭। ডিম্ব আৰু ছোৱালীজনী একেকোবে আহি কৰ পালেহি?

(ক) উত্তৰ পাৰৰ গমিৰিঘাট

(খ) যোৰহাট

(গ) নগাঁও

উত্তৰ- উত্তৰ পাৰৰ গমিৰিঘাট

১৮। জ্য়োতিপ্ৰসাদ আগৰৱালাৰ লগত আৰু কোন আহিছিল?

(ক) মাক আৰু দেউতাক

(খ) ভনীয়েক আৰু খুৰীয়েক

(গ) ককায়েক আৰু ভনীয়েক

উত্তৰ- ভনীয়েক আৰু খুৰীয়েক ।

১৯। সমাজৰ ভয়ত দেউতাকে প্ৰথমতে কি কৰিছিল?

(ক) খং কৰিছিল

(খ) কান্দিছিল

(গ) থেৰো-গেঁৰো কৰিছিল

উত্তৰ- থেৰো-গেঁৰো কৰিছিল ।

২০। ছোৱালীজনীয়ে পিছৰ জীৱনটো কি কৰি কটাব লগীয়া হ’ল?.

(ক) খং কৰি

(খ) আবিয়ৈ হৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- আবিয়ৈ হৈ ।

Type by- Bikul Mandal