উত্তৰ-পূৰ্বাঞ্চলৰ জনসংখ্যা | AJB Class 7 Social Science MCQ’s Assamese Medium | Chapter 11 | Class 7 Social Science Chapter 11 MCQ’s Type Question | AJB Class 7 Social Science |

১। কিমান চনৰ লোকপিয়ল অনুসৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ জনসংখ্যা হৈছে প্ৰায় চাৰি কোটি আঠাৱন লাখ?

(ক) ২০১১

(খ) ২০১৪

(গ) ২০০৮

উত্তৰঃ (ক) ২০১১

২। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে কিমান চনৰপৰা ক্ৰমান্বয়ে জনসংখ্যা বৃদ্ধি পাই গৈ আছে?

(ক) ১৯৪৯

(খ) ১৯২৪

(গ) ১৯০১

উত্তৰঃ (গ) ১৯০১।

৩। কিমান চনৰ পৰা কিমান চনলৈ নাগালেণ্ডৰ জনসংখ্যা যথেষ্ট বৃদ্ধি হোৱা দেখা গৈছিল?

(ক) ১৯২৪ চনৰ পৰা ২০০৮ চনলৈ

(খ) ১৯০১ চনৰ পৰা ২০০১ চনলৈ

(গ) ১৯১৩ চনৰ পৰা ২০২১ চনলৈ

উত্তৰঃ (খ) ১৯০১ চনৰ পৰা ২০০১ চনলৈ।

৪। কিমান চনৰ পৰা কিমান চনলৈ প্ৰায় বাৰ হেজাৰ জনসংখ্যা কমি যোৱা পৰিলক্ষিত হৈছে?

(ক) ২০০১ চনৰ পৰা ২০১১ চনলৈ

(খ) ২০১২ চনৰ পৰা ২০২৫ চনলৈ

(গ) ২০০৬ চনৰ পৰা ২০১৮ চনলৈ

উত্তৰঃ (ক) ২০০১ চনৰ পৰা ২০১১ চনলৈ।

৫। কিমান চনৰ পৰা কিমান চনলৈ অসমৰ জনসংখ্যা প্ৰায় পঞ্চাছ লাখ বৃদ্ধি পাইছে?

(ক) ২০০৫ চনৰ পৰা ২০১৪ চনলৈ

(খ) ২০১৫ চনৰ পৰা ২০২৭ চনলৈ

(গ) ২০০১ চনৰ পৰা ২০১১ চনলৈ

উত্তৰঃ (গ) ২০০১ চনৰ পৰা ২০১১ চনলৈ।

৬। উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ জনসংখ্য়াৰ প্ৰায় কিমান শতাংশ লোক গাঁৱত বাস কৰে?

(ক) ৬৫ শতাংশ

(খ) ৭৩ শতাংশ

(গ) ৪৮ শতাংশ

উত্তৰঃ (খ) ৭৩ শতাংশ।

৭। মিজোৰাম অঞ্চলটোৰ আটাইতকৈ জনবহুল ৰাজ্য অসমত কেৱল কিমান শতাংশ লোক লগৰত বাস কৰে?

(ক) ১৪.১ শতাংশ

(খ) ১২.৫ শতাংশ

(গ) ১৮.৩ শতাংশ

উত্তৰঃ (ক) ১৪.১ শতাংশ।

৮। নগৰীকৰণৰ দিশত ভাৰতবৰ্ষৰ বাকী অংশৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চল পিছপৰি আছে নে নাই?

(ক) নাই

(খ) আছে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) আছে।

৯। সৰ্বভাৰতীয় গড় ঘনত্ব হৈছে প্ৰতি বৰ্গ কিল’মিটাৰত কিমান গৰাকী?

(ক) ৩৫৮

(খ) ৩৬৭

(গ) ৩৮২

উত্তৰঃ (গ) ৩৮২।

১০। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মাত্ৰ কিমান শতাংশ সমতল ভূমিত অঞ্চলটোৰ বুজন সংখ্যক লোক বাস কৰে?

(ক) ২৮ শতাংশ

(খ) ২৫ শতাংশ

(গ) ১৮ শতাংশ

উত্তৰঃ (ক) ২৮ শতাংশ।

১১। এখন ঠাই বা অঞ্চলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ উপাদান   কি? 

(ক) পানী

(খ) জনসংখ্য়া

(গ) মাটি

উত্তৰঃ (খ) জনসংখ্য়া।

১২। ভাৰতবৰ্ষৰ বিহাৰ ৰাজ্য়খন কিহৰ ক্ষেত্ৰত পিছপৰা ?

(ক) আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত

(খ) সমাজিক ক্ষেত্ৰত

(গ) খনিজ সম্পদৰ ক্ষেত্ৰত

উত্তৰঃ (ক) আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত।

১৩। আমাৰ উত্তৰ-পূৰ্বাঞ্চলত কেইখন ৰাজ্য় আছে ?

(ক) ৫ খন

(খ) ৩ খন

(গ) ৮ খন

উত্তৰঃ (গ) ৮ খন।

১৪। দক্ষিণ-পূব এছিয়াৰপৰা অহা কোন ভাষা জনগোষ্ঠীয়ে সৰ্বপ্ৰথমে এই অঞ্চলত বসতি স্থাপন কৰিছিল ?

(ক) হিন্দু ভাষায়ে

(খ) মুছলিম ভাষায়ে

(গ) অষ্ট্ৰ’-এছিয়াটিক

উত্তৰঃ (গ) অষ্ট্ৰ’-এছিয়াটিক।

১৫। ছিকিমত বৰ্তমান কি সম্প্ৰদায়ৰ লোকৰ সংখ্য়া বেছি ?

(ক) নেপালী

(খ) বড়ো

(গ) কছাৰী

উত্তৰঃ (ক) নেপালী।

১৬। ২০০১ ত অসমৰ জনসংখ্য়া কিমান বৃদ্ধি পাইছিল ?

(ক) ৩২৯০

(খ) ২৬,৬৫৫

(গ) ৮০২৯

উত্তৰঃ (খ) ২৬,৬৫৫।

১৭। এছিয়াৰ ভিতৰত বৃহত্তম গাওঁখনৰ নাম কি ?

(ক) ত্ৰিপুৰা

(খ) নাগালেণ্ড

(গ) কহিমা

উত্তৰঃ (গ) কহিমা।

১৮। ২০১১ চনত অসমৰ পুৰুষ-মহিলাৰ অনুপাত কিমান আছিল ?

(ক) ৯৮৫

(খ) ৯৩৮

(গ) ৯৫৮

উত্তৰঃ (গ) ৯৫৮।

১৯। ২০১১ চনত ছিকিমত মহিলাৰ অনুপাত কিমান আছিল ?

(ক) ২৮৭

(খ) ৬৬৯

(গ) ৭১৩

উত্তৰঃ (ক) ২৮৭।

২০। ২০১১ চনত অসমৰ মুঠ শিক্ষিত হাৰ কিমান ?

(ক) ৭২.২

(খ) ৬৫.৪

(গ) ৭৬.৯

উত্তৰঃ (ক) ৭২.২।

Type By- Subhas nath