ওজাপালী | AJB Class 7 Assamese Chapter 9 MCQ’s Assamese Medium | AJB Class 7 Chapter 9 MCQ’s Type Question Answer |

ওজাপালী

Chapter 9

১। ওজাপালিৰ অংশ কেইটা?

(ক) এটা

(খ) দুটা

(গ) তিনিটা

উত্তৰ- (খ) দুটা ।

২। ওজাপালিৰ উৎপত্তি সম্পৰ্কত বিভিন্ন জনবিশ্বাস কি হৈ আছে?

(ক) প্ৰচলিত হৈ আছে

(খ) আলোচনা হৈ আছে

(গ) নিৰ্ভৰ হৈ আছে

উত্তৰ- (ক) প্ৰচলিত হৈ আছে ।

৩। ওজাপালিৰ বিভিন্ন দিশত বিশেষভাৱে সহায় কৰা লোক জন কোন?

(ক) ওজা

(খ) পালিসকল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ওজা ।

৪। সুকবি নাৰায়ণদেৱৰ পাঁচালী গোৱা ওজাসকলক কি ওজা বোলা হয়?

(ক) ভাইৰা ওজা বোলা হয়

(খ) দুলড়ী ওজা বোলা হয়

(গ) সুকনান্নীৰ ওজা বোলা হয়

উত্তৰ- (গ) সুকনান্নীৰ ওজা বোলা হয় ।

৫। সপোনত তেওঁ আত্মবিভোৰ হৈ তাঁতশালৰপৰা উঠি আহি মুদ্ৰাসহ কি কৰিবলৈ লয়?

(ক) নৃত্য় কৰিবলৈ লয়

(খ) আলোচনা কৰিবলৈ লয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) নৃত্য় কৰিবলৈ লয় ।

৬। ওজাই কপাহী বা কিহৰ দহিত কদমসহ পদুম ফুল থকা চাদৰ এখন কান্ধেৰে মেৰিয়াই লয়?

(ক) পাটৰ

(খ) মূগাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পাটৰ ।

৭। অসমৰ ওজাপালি প্ৰধানকৈ কেইটা ভাগত বিভক্ত?

(ক) এটা ভাগত বিভক্ত

(খ) দুটা ভাগত বিভক্ত

(গ) তিনিটা ভাগত বিভক্ত

উত্তৰ- (খ) দুটা ভাগত বিভক্ত ।

৮। ওজাপালিৰ সাহিত্য় আৰু কবিজনা পাঁচালী কবিৰূপে ক’ত জনাজাত হৈ আহিছে?

(ক) অসমত

(খ) ভাৰতত

(গ) চীনত

উত্তৰ- (ক) অসমত ।

৯। অঞ্চল বিশেষে ওজাপালিৰ কি ভিন্নতা আছে?

(ক) সাজ-পাৰ

(খ) সুৰ-তাল

(গ) নৃত্য়-নাতিকা

উত্তৰ- (ক) সাজ-পাৰ ।

১০। চাপকন চোলা পৰিধান কৰে আৰু দীঘল চাদৰ এখনেৰে ক’ত পাগ মাৰে?

(ক) ককালত

(খ) মূৰত

(গ) পেটত

উত্তৰ- (খ) মূৰত ।

১১। বিষয়বস্তু অনুসৰি ওজাপালি অনুষ্ঠানটো কেইটা ভাগত ভগাব পাৰি?

(ক) দুটা বহল ভাগত

(খ) তিনিটা বহল ভাগত

(গ) চাৰিটা বহল ভাগত

উত্তৰ- (ক) দুটা বহল ভাগত ।

১২। তেওঁলোকে কোনবোৰ গীত-পদ গায়?

(ক) মনসা, কবি মনকৰ, দুৰ্গবৰে ৰচনা কৰা পদ

(খ) অতীজৰে পৰা সমাজত মুখে মুখে চলি অহা গীত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অতীজৰে পৰা সমাজত মুখে মুখে চলি অহা গীত ।

১৩। ওজাপালিৰ ওজাজন কি হ’ব লাগে?

(ক) সকলো দিশতে দক্ষতা আৰু সম্য়ক জ্ঞান থকা

(খ) সক্ৰীয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) সকলো দিশতে দক্ষতা আৰু সম্য়ক জ্ঞান থকা ।

১৪। ওজাজনৰ পিছতে দ্বিতীয়স্থানত থকা লোক জনক কি বোলে?

(ক) দুৰ্গাবৰীপালি

(খ) দাইনাপালি

(গ) ওপৰৰ এটাও নহয়

(খ) দ্বন্দ্ব সমাস

১৫। অঞ্চলবিশেষে ওজাপালিৰ সাজ-পাৰৰ কি আছে?

(ক) গঠন আছে

(খ) ভিন্নতা আছে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ভিন্নতা আছে ।

১৬। ওজা আৰু পালিসকলে কপালত কি লয়?

(ক) ক’লা ৰঙৰ ফোঁট

(খ) বগা ৰঙৰ ফোঁট

(গ) ৰঙা ৰঙৰ ফোঁট

উত্তৰ- (গ) ৰঙা ৰঙৰ ফোঁট ।

১৭। ওজাপালিত প্ৰধান গৰাকীয়ে কি কৰে?

(ক) দিহা বা ঘোষা গায়

(খ) কাহিনী আবৃত্তি কৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কাহিনী আবৃত্তি কৰে ।

১৮। হৰি আৰু হৰ =?

(ক) হৰীহৰ

(খ) হৰিহৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) হৰিহৰ ।

১৯। পঞ্চ অমৃতৰ সমাহাৰ=?.

(ক) পঞ্চমিত

(খ) পঞ্চমৃত

(গ) পঞ্চামৃত

উত্তৰ- (গ) পঞ্চামৃত ।

২০। কাঁহী, বাটি, ঘটি, কলহ, চৰিয়া =কাঁহী-বাটি কি সমাস?

(ক) দ্বিগু সমাস

(খ) দ্বন্দ্ব সমাস

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) দ্বন্দ্ব সমাস ।

Type by- Bikul Mandal