কুম্পুৰ সপোন : ভূত-পোৱালি | AJB Class 7 Assamese Chapter 8 MCQ’s Assamese Medium | AJB Class 7 Chapter 8 MCQ’s Type Question Answer |

কুম্পুৰ সপোন : ভূত-পোৱালি

Chapter 8

১। ল’ৰাটোৱে সপোনত কিহৰ দুটা পোৱালি দেখিলে?

(ক) মানুহৰ পোৱালি

(খ) ভূতৰ পোৱালি

(গ) হাতীৰ পোৱালী

উত্তৰ- (খ) ভূতৰ পোৱালি ।

২। এটা ক’লা আৰু এটা কি ৰঙৰ নাঙঠ-পিঙঠ ভূতৰ পোৱালি আছিল?

(ক) বগা

(খ) ৰঙা

(গ) নীলা

উত্তৰ- (ক) বগা ।

৩। দেখিবলৈ এনে ভাল ভূত-পোৱালিৰ কি আছিল?

(ক) নাচ আছিল

(খ) চুলী আছিল

(গ) নখ আছিল

উত্তৰ- (ক) নাচ আছিল ।

৪। ভূতে কি ধৰি খায়?

(ক) পুক-পতং ধৰি খায়

(খ) মানুহ ধৰি খায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মানুহ ধৰি খায় ।

৫। কবিতাটোৰ কবি কোন আছিল?

(ক) লক্ষ্মীনাথ বেজবৰুৱা

(খ) চন্দ্ৰকুমাৰ আগৰৱালা

(গ) জ্য়োতিপ্ৰসাদ আগৰৱালা

উত্তৰ- (গ) জ্য়োতিপ্ৰসাদ আগৰৱালা ।

৬। জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্ম হৈছিল?

(ক) ১৯০১ চনত

(খ) ১৯০২ চনত

(গ) ১৯০৩ চনত

উত্তৰ- (গ) ১৯০৩ চনত ।

৭। যখিনীহঁতক ক’ত ধৰি নচুৱাই?

(ক) কাপোৰত ধৰি

(খ) চুলিত ধৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) চুলিত ধৰি ।

৮। কিমান চনত তেওঁ প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণ কৰে?

(ক) ১৯৩৪ চনত

(খ) ১৯৩৫ চনত

(গ) ১৯৩৬ চনত

উত্তৰ- (খ) ১৯৩৫ চনত ।

৯। কি থকা আলমাৰিটোত ভূতৰ পোৱালীটো আনি থলে সুমায়?

(ক) শাক-পাচলী থকা

(খ) পুতলা থকা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) পুতলা থকা ।

১০। জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত মৃত্য়ু হয়?

(ক) ১৯৫০ চনত

(খ) ১৯৫১ চনত

(গ) ১৯৫২ চনত

উত্তৰ- (খ) ১৯৫১ চনত ।

১১। জ্য়োতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা  নাটবোৰ কি  কি?

(ক) কাৰেঙৰ লিগিৰী, ইন্দ্ৰমালতী, লভিতা

(খ) কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা

(গ) লভিতা, কাৰেঙৰ লিগিৰী, জয়মতী

উত্তৰ- (খ) কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা ।

১২। জ্য়োতিপ্ৰসাদ আগৰৱালাই চৈধ্য় বছৰ বয়সতে ৰচনা কৰা নাটক খনৰ নাম কি? 

(ক) ৰূপালীম

(খ) লভিতা

(গ) শোণিত কুঁৱৰী

উত্তৰ- (গ) শোণিত কুঁৱৰী ।

১৩। তেওঁ ৰচনা কৰা সংগীতবোৰক কি বোলে?

(ক) জ্য়োতিসংগীত

(খ) জয়মতী

(গ) কাৰেঙৰ লিগিৰী

উত্তৰ- (ক) জ্য়োতিসংগীত ।

১৪। জ্য়োতি ৰামায়ন তেওঁৰ বাবে এখন কি?

(ক) উল্লেখযোগ্য় গ্ৰন্থ

(খ) উল্লেখযোগ্য় কবিতা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) উল্লেখযোগ্য় গ্ৰন্থ ।

১৫। ভূতে মানুহক কলৈ ধৰি নি খায়?

(ক) পুখুৰীলৈ

(খ) ঘৰলৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পুখুৰীলৈ ।

১৬। এটা ক’লা এটা বগা কি ভূতে কথা পাতে?

(ক) নাঙঠ ভূতে

(খ) পিঙঠ ভূতে

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (গ) ওপৰৰ দুয়োটাই শুদ্ধ ।

১৭। ভূতে লৰি লৰি কি কৰি যায়?

(ক) এংকোৰ বেংকোৰ

(খ) যখিনী হৈ যায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) এংকোৰ বেংকোৰ ।

১৮। কুম্পুৱে সপোনত কি দেখিছিল?

(ক) ভূত

(খ) মাকক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ভূত ।

১৯। যখৰ বিপৰীত অৰ্থ কি?

(ক) শিয়ালী

(খ) যখিনী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) যখিনী ।

২০। বোন্দাৰ বিপৰীত অৰ্থ কি?

(ক) যখিনী

(খ) জায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) জায় ।

Type by- Bikul Mandal