জোনাকী’ৰ জন্ম-কাহিনী | Class 7 AJB Assamese Chapter 2 MCQ’s Assamese Medium | Class 7 MCQ’s Chapter 2 AJB MCQ’s Type Question |

জোনাকী’ৰ জন্ম-কাহিনী

Chapter 2

১। কিমান চনত অসমৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কটন কলেজ স্থাপন হৈছিল?

(ক) ১৯০১ চনত

(খ) ১৯০৩ চনত

(গ) ১৯০২ চনত

উত্তৰ- ১৯০১ চনত ।

২। অ.ভা.উ.সা. সভাৰ প্ৰথম সম্পাদক কোন আছিল?

(ক) হেমচন্দ্ৰ গোস্বামী আছিল

(খ) শিবৰাম শৰ্মা বৰদলৈ আছিল

(গ) পদ্মধৰ চলিহা আছিল

উত্তৰ- শিবৰাম শৰ্মা বৰদলৈ আছিল ।

৩। ল’ৰাসকলৰ মাজত ৰং-ধেমালিও হৈছিল আৰু কিহৰ আলোচনা কৰিছিল?

(ক) গধুৰ কথাৰো

(খ) সমাজৰ কথাৰো

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- গধুৰ কথাৰো ।

৪। অসমীয়া ছাত্ৰই ক’ত পঢ়িবলৈ গৈছিল?

(ক) গুৱাহাটীত

(খ) কলিকতাত

(গ) মুম্বাইত

উত্তৰ- কলিকতাত ।

৫। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?

(ক) হেমচন্দ্ৰ গোস্বামী আছিল

(খ) চন্দ্ৰকুমাৰ আগৰৱালা আছিল

(গ) লক্ষ্মীনাথ বেজবৰুৱা আছিল

উত্তৰ- চন্দ্ৰকুমাৰ আগৰৱালা আছিল ।

৬। জোনাকীৰ আত্মকথা আৰু কি ছপা হৈছিল?

(ক) সাথঁৰ

(খ) কবিতা পুথি

(গ) গল্প

উত্তৰ- সাথঁৰ ।

৭। অসমীয়া সাহিত্য়ত এটা নতুন যুগৰ কি হৈছিল বুলিব পাৰি?

(ক) সূচনা হৈছিল বুলিব পাৰি

(খ) ত্ৰিমূৰ্তি হৈছিল বুলিব পাৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- সূচনা হৈছিল বুলিব পাৰি ।

৮। যিসকল অসমীয়া ছাত্ৰই কলিকতাত পঢ়িবলৈ গৈছিল তেওঁলোকৰ মনত কি আছিল?  

(ক) স্বদেশ-প্ৰীতি আছিল

(খ) স্বদেশ-প্ৰেম আছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- স্বদেশ-প্ৰীতি আছিল ।

৯। ছাত্ৰসকলে অসমীয়া সাহিত্য়লৈও নতুন নতুন কি বোৱাই আনিছিল?

(ক) চিন্তা বোৱাই আনিছিল

(খ) আঁচনি বোৱাই আনিছিল

(গ) নিয়ম বোৱাই আনিছিল

উত্তৰ-চিন্তা বোৱাই আনিছিল ।

১০। চন্দ্ৰকুমাৰে এই দায়িত্ব লোৱাত কাৰ প্ৰকাশৰ বাট মুকলি হৈছিল?

(ক) জোনাকীৰ

(খ) হেমচন্দ্ৰ গোস্বামীৰ

(গ) লক্ষ্মীনাথ বেজবৰুৱাৰ

উত্তৰ- জোনাকীৰ ।

১১। উচ্চ ৰ বিপৰীত অৰ্থ কি?

(ক) অসীম

(খ) নিম্ন

(গ) গধুৰ

উত্তৰ- নিম্ন ।

১২। উচিত শব্দৰ অৰ্থ কি?

(ক) পৰাধীন

(খ) অনুচিত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- অনুচিত ।

১৩। ছাত্ৰৰ সংখ্য়া বৃদ্ধি পোৱাত কিহৰ সংখ্য়া বৃদ্ধি হৈছিল?

(ক) মুছলমানৰ সংখ্য়া

(খ) মেছৰ সংখ্য়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- মেছৰ সংখ্য়া ।

১৪। অসম সাহিত্য় সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম কি?

(ক) পদ্মনাথ গোহাঞি বৰুৱা

(খ) ৰজনীকান্ত বৰদলৈ

(গ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ- পদ্মনাথ গোহাঞি বৰুৱা

১৫। কলিকতাত পঢ়িবলৈ যোৱা ছাত্ৰ সকলৰ মনত কি আছিল?

(ক) চিন্তা আছিল

(খ) স্বদেশ-প্ৰীতি অসীম আছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- স্বদেশ-প্ৰীতি অসীম আছিল ।

১৬। কোন কলিকতাত পঢ়িবলৈ যোৱা এগৰাকী পুৰণি ছাত্ৰ?

(ক) লক্ষ্মীনাথ বেজবৰুৱা

(খ) শিবৰাম শৰ্মা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- শিবৰাম শৰ্মা ।

১৭। প্ৰীতি ৰ একে অৰ্থ বুজোৱা শব্দটো লিখা।

(ক) সুন্দৰ

(খ) বেয়া

(গ) আন্ধাৰ

উত্তৰ- সুন্দৰ ।

১৮। পৰাধীনৰ বিপৰীত অৰ্থ কি?

(ক) স্বাধীন

(খ) অসীম

(গ) নতুন

উত্তৰ- স্বাধীন

১৯। কলিকতাৰ পৰা প্ৰকাশ হোৱা আলোচনীখনৰ নাম কি ?

(ক) পুথিভঁৰাল

(খ) জোনাকী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- জোনাকী ।

২০। লক্ষ্মীনাথ বেজবৰুৱাই কি নাট ৰচনা কৰিছিল?

(ক) জাতীয় উন্নতি

(খ) লিতিকাই

(গ) বনকুঁৱৰী

উত্তৰ- লিতিকাই ।

Type by- Bikul Mandal