ত্ৰয়োদশ শতিকাৰ পৰা ষোড়শ শতিকালৈ অসমত আহোমৰ শাসন | Chapter 1 | MCQ Type Question | MCQ | Class 7 Social Science MCQ Chapter 1 | AJB Class 7 Social Science |

ত্ৰয়োদশ শতিকাৰ পৰা ষোড়শ শতিকালৈ অসমত আহোমৰ শাসন

Chapter – 1

১। চুকাফা কিমান চনত জন্ম হৈছিল ?

(ক) ১২৩৬

(খ) ১২৪৪

(গ) ১২২৮

উত্তৰঃ (গ) ১২২৮।

২। চুকাফাই মাওলুং নামৰ ঠাইৰপৰা এক দীঘলীয়া যাত্ৰাৰ শেষত কিমান খ্ৰি. খামজাং নাম এখন ঠাইত উপস্থিত হয় ?

(ক) ১২১৪

(খ) ১২২৮

(গ) ১২৪২

উত্তৰঃ (খ) ১২২৮।

৩। চুকাফাই কি নামৰ ঠাইৰপৰা এক দীঘলীয়া যাত্ৰাৰ শেষত উপস্থিত হয় ?

(ক) গুৱাহাটী

(খ) যোৰহাট

(গ) ম্য়ানমাৰৰ মাওলুং

উত্তৰঃ(গ) ম্য়ানমাৰৰ মাওলুং।

৪। চুকাফাই ক’ত বাস কৰা নগাসকলৰ লগত যুদ্ধ কৰিছিল ?

(ক) পৰ্বতৰ দাঁতি-কাষৰীায়া

(খ) নদীৰ পাৰত

(গ) যোৰহাটত

উত্তৰঃ (ক) পৰ্বতৰ দাঁতি-কাষৰীায়া।

৫। চুকাফাৰ কিমান চনত মৃত্যু হৈছিল ?

(ক) ১২৬৪

(খ) ১২৮৮

(গ) ১২৬৮

উত্তৰঃ (গ) ১২৬৮।

৬। চুকাফাই ক’ত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল ?

(ক) মাজুলীত

(খ) গুৱাহাটীত

(গ) চৰাইদেউত

উত্তৰঃ (গ) চৰাইদেউত।

৭। প্ৰায় কিমান বছৰ ৰাজত্ব কৰাৰ পিছত চুতেওফাৰ মৃত্যু হয় ?

(ক) ১৩ বছৰ

(খ) ১৫ বছৰ

(গ) ১১ বছৰ

উত্তৰঃ (ক) ১৩ বছৰ।

৮। কিমান চনত চুতেওফাৰ মৃত্যু হয় ?

(ক) ১২৮৬

(খ) ১২৮১

(গ) ১২৬৬

উত্তৰঃ (খ) ১২৮১।

৯। চুবিনফাই কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল ?

(ক) ১২৮৮ পৰা ১২৯২

(খ) ১২৮১ পৰা ১২৯৩

(গ) ১২৬৮ পৰা ১২৮০

উত্তৰঃ (গ) ১২৬৮ পৰা ১২৮০।

১০। চুতুফা ৰজা হোৱাৰ আগতে কিমান চনৰ পৰা কিমান চনলৈ ৰাজপাটত কোনো ৰজা নাছিল ?

(ক) ১২৬৪ পৰা ১৩৬৯

(খ) ১৩৪৪ পৰা ১২৫৯

(গ) ১৩৮৪ পৰা ১৩৯৮

উত্তৰঃ (ক) ১২৬৪ পৰা ১৩৬৯।

১১। ত্যাওখামথি কিমান চনত জন্ম হৈছিল ?

(ক) ১৩৮৮

(খ) ১৩৮০

(গ) ১৩৬৪

উত্তৰঃ (খ) ১৩৮০।

১২। কিমান চনত ত্যাওখামথি ৰজা হৈছিল ?

(ক) ১৩৮০

(খ) ১৩৫২

(গ) ১৩৯৮

উত্তৰঃ (ক) ১৩৮০।

১৩। ত্যাওখামথি কিমান চনত মৃত্যু হৈছিল ?

(ক) ১৪৫৫

(খ) ১৪৫২

(গ) ১৩৮৯

উত্তৰঃ (গ) ১৩৮৯।

১৪। চুডাংফা কিমান চনত জন্ম হৈছিল ?

(ক) ১৩৯৭

(খ) ১৩৯২

(গ) ১৩৭৬

উত্তৰঃ (ক) ১৩৯৭।

১৫। ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ-দীঘল হোৱা বাবে তেওঁ কি নামেৰে পৰিচিত ?

(ক) চুডাংফা

(খ) বামুণী কোঁৱৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বামুণী কোঁৱৰ।

১৬। চুডাংফাৰ ৰাজত্বকালত পোন প্ৰথমবাৰৰ বাবে আহোমসকলৰ মাজত কি ধৰ্মৰ প্ৰভাৱ পৰে ?

(ক) কছাৰী-ব্ৰাহ্মাণ্য

(খ) ইয়াৰ ভিতৰত এটাও নহয়

(গ) হিন্দু-ব্ৰাহ্মাণ্য

উত্তৰঃ (গ) হিন্দু-ব্ৰাহ্মাণ্য।

১৭। চুডাংফাৰ কিমান চনত মৃত্যু হৈছিল ?

(ক) ১৪০৭

(খ) ১৪২২

(গ) ১৪১২

উত্তৰঃ (ক) ১৪০৭।

১৮। চুহুমুং কিমান চনত জন্ম হৈছিল ?

(ক) ১৪৮৬

(খ) ১৪৯৭

(গ) ১৪৯০

উত্তৰঃ (খ) ১৪৯৭

১৯। চুহুংমুঙৰ আন এটা নাম কি ?

(ক) চুডাংফা

(খ) চুকাফা

(গ) দিহিঙীয়া

উত্তৰঃ (গ) দিহিঙীয়া।

২০। চুহুংমুঙৰ কিমান চনত মৃত্যু হৈছিল ?

(ক) ১৫৩৯

(খ) ১৫৬৮

(গ) ১৫৪২

উত্তৰঃ (ক) ১৫৩৯।