প্ৰাৰম্ভিক সমাজ | অধ্যায় ১ | Class 11 History Question and Answer Assam | HS 1st Year History Chapter 1 Question and Answer Assamese Medium Solution | HS 1st Year History Lesson 1 Question and Answer Assamese Medium Question and Answer Notes and Suggestion |

অধ্যায়-১

প্ৰাৰম্ভিক সমাজ

১। মেছ’পটেমিয়াৰ দৰে প্ৰাচীন নগৰবোৰত কি কি গঢ় লৈ উঠিছিল?

উত্তৰঃ

২। কৃষি-নিৰ্ভৰ স্থায়ী বসতি কিমান বছৰৰ আগতে আৰম্ভ হয়?

উত্তৰঃ 

৩। পশ্চিম এছিয়াত কি কি মাহজাতীয় শস্য়ৰ উৎপাদন হৈছিল?

উত্তৰঃ  

৪। আদিম মানুহে কিহেৰে কাপোৰ তৈয়াৰ কৰিছিল?

উত্তৰঃ

৫। আদিম মানুহে ধানৰ পৰা চাউল উলিয়াবৰ বাবে কি উদ্ভাৱন কৰিছিল?

উত্তৰঃ

৬। ১৮৫৬ চনৰ আগষ্টত জাৰ্মানীৰ নিয়াণ্ডাৰ উপত্য়কাত চূণৰ খনিত কি কি পোৱা গৈছিল আৰু সেই বস্তুবোৰ কাক দিয়া হৈছিল?

উত্তৰঃ 

৭। হমিনিড বিলাকৰ শৰীৰৰ কেনে কোৱা? 

উত্তৰঃ

৮। হমিনিড বোৰৰ জন্মস্থান কত? 

উত্তৰঃ

৯। অষ্ট্ৰাল’পিথেকাচ আৰু হ’ম’ৰ মাজৰ পাৰ্থক্য় কি কি দেখা যায়? 

উত্তৰঃ 

১০। হ’ম’ইৰেক্টাচ আৰু হ’ম’চেপিয়েন প্ৰজাতিবোৰে কি কৰিব পাৰে?

উত্তৰঃ