ভাৰতত ইংৰাজৰ শাসন | AJB Class 7 Social Science Chapter 6 MCQ’s Assamese Medium | Class 7 AJB Chapter 6 MCQ’s Type Question Answer |

ভাৰতত ইংৰাজৰ শাসন

Chapter-6

১। কিমান খ্ৰি.ত বংগৰ নবাব হোৱাৰ পাছত দ্বিতীয়গৰাকীৰ পুত্ৰ চৌকৎজঙে আৰু প্ৰথমগৰাকী জীয়াৰী ঘাচিতি বেগমে চিৰাজউদ্দৌলাৰ বিপক্ষে বিদ্ৰোহ ঘোষণা কৰিলে ?

(ক) ১৭৫৬

(খ) ১৭৮৮

(গ) ১৭২৬

উত্তৰঃ (ক) ১৭৫৬।

২। কিমান খ্ৰি.ত সজোৱা ফ’ৰ্ট উইলিয়াম নামৰ দুৰ্গটো চিৰাজউদ্দৌলাৰ দিনত নবাবক নজনোৱাকৈ ডাঙৰকৈ সজাবলৈ ধৰিলে ?

(ক) ১৭১৪

(খ) ১৭০০

(গ) ১৭২৮

উত্তৰঃ (খ) ১৭০০।

৩। কিমান খ্ৰি.ত আলিনগৰত ইংৰাজৰ লগত সন্ধি কৰিলে ?

(ক) ১৭৮৮

(খ) ১৭২৫

(গ) ১৭৫৭

উত্তৰঃ (গ) ১৭৫৭।

৪। কিমান খ্ৰি.ত ইউৰোপত সাতবছৰীয়া যুদ্ধ আৰম্ভ হ’ল ?

(ক) ১৭৫৬

(খ) ১৭৬৮

(গ) ১৭৪৪

উত্তৰঃ (ক) ১৭৫৬

৫। নবাব পতাৰ পুৰস্কাৰ হিচাবে মীৰজাফৰে কিমান পৰগণা জিলা ইংৰাজ এৰি দিয়ে ?

(ক) ১২

(খ) ২৪

(গ) ৩৮

উত্তৰঃ (খ) ২৪।

৬। অযোধ্যাৰ নবাবৰ লগত কৰা চুক্তি অনুযায়ী কিমান লাখ যুদ্ধৰ ক্ষতিপূৰণৰ লগতে কোৰা আৰু এলাহাবাদ লাভ কৰিলে ?

(ক) ২০ লাখ

(খ) ৭০ লাখ

(গ) ৫০ লাখ

উত্তৰঃ (গ) ৫০ লাখ।

৭। মোগল সম্ৰাটে ক’ম্পেনিৰপৰা বছৰি কিমান লাখ টকাৰ কৰৰ বিনিময়ত বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী ক’ম্পেনিক এৰি দিলে ?

(ক) ২৬ লাখ

(খ) ৩৪ লাখ

(গ) ১৮ লাখ

উত্তৰঃ (ক) ২৬ লাখ।

৮। কিমান খ্ৰি.ত নবাবৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ?

(ক) ১৭৬৪

(খ) ১৭৮৮

(গ) ১৭৫৭

উত্তৰঃ (গ) ১৭৫৭

৯। চিৰাজউদ্দৌলাৰ মৃত্যুৰ পিছত কোন বংগৰ নবাব হয় ?

(ক) ফ্ৰান্সিছ ডুপ্লে

(খ) মীৰজাফৰ

(গ) আলবুকাৰ্ক

উত্তৰঃ (খ) মীৰজাফৰ।

১০। ১৭৫৬ খ্ৰি.ত ইউৰোপত কিমান বছৰীয়া যুদ্ধ আৰম্ভ হৈছিল ?

(ক) ৭ বছৰীয়া

(খ) ৫ বছৰীয়া

(গ) ৮ বছৰীয়া

উত্তৰঃ (ক) ৭ বছৰীয়া।

১১। কিমান খ্ৰি.ত ৰ’বাৰ্ট ক্লাইৱ পুনৰ ভাৰতৰ গৱৰ্ণৰ হৈ আহে ?

(ক) ১৭৫১

(খ) ১৭২৪

(গ) ১৭৬৫

উত্তৰঃ (গ) ১৭৬৫।

১২। পলাচী যুদ্ধ কোন চনত হৈছিল ?

(ক) ১৭৬৮

(খ) ১৭৫৭

(গ) ১৭৪৬

উত্তৰঃ (খ) ১৭৫৭।

১৩। কিমান খ্ৰি.ত বক্সাৰৰ যুদ্ধত ইংৰাজৰ হাতত সন্মিলিত বাহিনীৰ পৰাজয় ঘটে ?

(ক) ১৭৬৪

(খ) ১৭৮৫

(গ) ১৭৫৮

উত্তৰঃ (ক) ১৭৬৪।

১৪। পলাচী যুদ্ধত যুদ্ধ কৰা সেনাপতি দুজনৰ নাম কি আছিল ?

(ক) মীৰকাচিম আৰু চিৰাজউদ্দৌলা

(খ) হুমায়ুন আৰু ছেৰ ছাহ

(গ) মিৰজাফৰ আৰু ঘাচিতি বেগম

উত্তৰঃ (গ) মিৰজাফৰ আৰু ঘাচিতি বেগম।

১৫। কিমান খ্ৰি.ত চিৰাজউদ্দৌলাৰ বংগৰ নবাব হয় ?

(ক) ১৭২৪

(খ) ১৭৫৬

(গ) ১৭৭২

উত্তৰঃ (খ) ১৭৫৬।

১৬। মোগল সম্ৰাটসকলৰ দিনত কোন দেশে এক উল্লেখযোগ্য় ভূমিকা লৈছিল ?

(ক) বংগদেশে

(খ) ভাৰত দেশে

(গ) এটাও নহয়

উত্তৰঃ (ক) বংগদেশে।

১৭। ঔৰংজেৱৰ মৃত্য়ুৰ পাছত বংগদেশৰ শাসনকৰ্তা কোন হয় ?

(ক) চৌকৎজং

(খ) চিৰাজুদ্দৌলা

(গ) আলিবৰ্দী খাঁ

উত্তৰঃ (গ) আলিবৰ্দী খাঁ।

১৮। আলিবৰ্দী খাঁৰ কেইজনী জীয়ৰী আছিল ?

(ক) দুজনী

(খ) তিনিজনী

(গ) এজনী

উত্তৰঃ (খ) তিনিজনী।

১৯। চিৰাজুদ্দৌলাৰ প্ৰথমগৰাকী জীয়ৰীৰ নাম কি আছিল ?

(ক) ঘাটিতি বেগম

(খ)চৌকৎজং

(গ) আলিবৰ্দী খাঁ

উত্তৰঃ (ক) ঘাটিতি বেগম।

২০। ইংৰাজে ক’লকাতাত কিমান খ্ৰী.ত ফৰ্ট উইলিয়াম নামৰ দুৰ্গটো সাজিছিল ?

(ক) ১৭৫৭ খ্ৰী .ত

(খ) ১৭৫৬ খ্ৰী.ত

(গ) ১৭০০ খ্ৰী.ত

উত্তৰঃ (গ) ১৭০০ খ্ৰী.ত।

Type by- Bikul Mandal