ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰণ | AJB Class 7 Social Science Chapter 7 MCQ’s Assamese Medium | Class 7 AJB Chapter 7 MCQ’s Type Question Answer |

ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰণ

Chapter-7

১। কিমান খ্ৰি.ত বংগদেশত দুৰ্ভিক্ষ হৈ বহু মানুহৰ মৃত্যু হৈছিল ?

(ক) ১৭৪৮

(খ) ১৭৮৮

(গ) ১৭৭০

উত্তৰঃ (গ) ১৭৭০।

২। কিমান খ্ৰি.ত বংগদেশৰ গৱৰ্ণৰ নিযুক্তি দিয়ে ?

(ক) ১৭৬৮

(খ) ১৭৭২

(গ) ১৭৮৪

উত্তৰঃ (খ) ১৭৭২।

৩। কিমান খ্ৰি.ৰপৰা কিমান খ্ৰি.লৈ বহুকেইজন ইংৰাজ গৱৰ্ণৰে ভাৰতত ইংলেণ্ডৰ হৈ শাসন চলাইছিল ?

(ক) ১৭৭২ৰ পৰা ১৮৩৫

(খ) ১৭৬২ৰ পৰা ১৭৭৪

(গ) ১৭৪৭ৰ পৰা ১৭৫৫

উত্তৰঃ (ক) ১৭৭২ৰ পৰা ১৮৩৫।

৪। কিমান খ্ৰি.ত ৱাৰেণ হেষ্টিংছ বংগদেশৰ গৱৰ্ণৰ হৈ আহে ?

(ক) ১৭৯৮

(খ) ১৭২৮

(গ) ১৭৭২

উত্তৰঃ (গ) ১৭৭২।

৫। কিমান খ্ৰি.ত হেষ্টিংছে পদত্যাগ কৰি ইংলেণ্ডলৈ ঘূৰি যায় ?

(ক) ১৭৫৮

(খ) ১৭৮৫

(গ) ১৭৯৯

উত্তৰঃ (খ) ১৭৮৫।

৬। কিমান চনত লৰ্ড কৰ্ণৱালিছৰ জন্ম হৈছিল?

(ক) ১৭৮৬

(খ) ১৭৭৫

(গ) ১৭২৬

উত্তৰঃ (ক) ১৭৮৬।

৭। ৱাৰেণ হেষ্টিংছৰ পিছত কোন ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হয়?

(ক) ছেৰ ছাহ

(খ) ফ্ৰান্সিছ ডুপ্লে

(গ) লৰ্ড কৰ্ণৱালিছ

উত্তৰঃ (গ) লৰ্ড কৰ্ণৱালিছ।

৮। কৰ্ণৱালিছ গৱৰ্ণৰ হৈ অহাৰ কিমান বছৰৰ পিছতেই মহীশূৰৰ শাসনকৰ্তা টিপু চুলতানৰ লগত যুদ্ধ হয় ?

(ক) ৩ বছৰ

(খ) ৫ বছৰ

(গ) ৮ বছৰ

উত্তৰঃ (ক) ৩ বছৰ।

৯। যুদ্ধত কোন পৰাজিত হৈ সন্ধি কৰে ?

(ক) লৰ্ড কৰ্ণৱালিছ

(খ) ৱাৰেণ হেষ্টিংছ

(গ) টিপু চুলতান

উত্তৰঃ (গ) টিপু চুলতান।

১০। লৰ্ড কৰ্ণৱালিছৰ কিমান চনত মৃত্যু হয় ?

(ক) ১৮৪৪

(খ) ১৭৯৩

(গ) ১৮১৭

উত্তৰঃ (খ) ১৭৯৩।

১১। সন্ধিমতে নিজ ৰাজ্যৰ আধাভাগ এৰি দিয়াৰ উপৰিও কিমান টকা দিব লগা হয়?

(ক) ৭ কোটি

(খ) ৩ কোটি

(গ) ১ কোটি

উত্তৰঃ (খ) ৩ কোটি।

১২। কোনে দিনতে অসমৰ মোৱাৰীয়া বিদ্ৰহ দমনৰ বাবে ৱেলছক অসমলৈ পঠিয়াইছিল ?

(ক) লৰ্ড কৰ্ণৱালিছ

(খ) ৱাৰেণ হেষ্টিংছ

(গ) টিপু চুলতান

উত্তৰঃ (ক) লৰ্ড কৰ্ণৱালিছ।

১৩। লৰ্ড ৱেলেছলি কিমান চনত জন্ম হৈছিল ?

(ক) ১৭৮২

(খ) ১৭৬৭

(গ) ১৭৯৮

উত্তৰঃ (গ) ১৭৯৮।

১৪। চিৰস্থায়ী বন্দবস্তিৰ প্ৰৱৰ্তন কোনে কৰিছিল?

(ক) লৰ্ড ৱেলেছলি

(খ) লৰ্ড কৰ্ণৱালিছ

(গ) ৱাৰেণ হেষ্টিংছ

উত্তৰঃ (খ) লৰ্ড কৰ্ণৱালিছ।

১৫। কোনে বশ্যতামূলক মিত্ৰতা নীতি গ্ৰহণ কৰিছিল?

(ক) লৰ্ড ৱেলেছলি

(খ) ৱাৰেণ হেষ্টিংছ

(গ) লৰ্ড কৰ্ণৱালিছ

উত্তৰঃ (ক) লৰ্ড ৱেলেছলি।

১৬। লৰ্ড ৱেলেছলি কিমান চনত মৃত্যু হৈছিল ?

(ক) ১৮৫৪

(খ) ১৮২৪

(গ) ১৮০৫

উত্তৰঃ (গ) ১৮০৫।

১৭। কিমান খ্ৰি.ত কেইজনমান ভাৰতীয়, ৰাজা ৰামমোহন ৰায়, দ্বাৰকানাথ ঠাকুৰ আদিৰ সহযোগত বেণ্টিংকে সতীদাহ প্ৰথা আইন কৰি উঠাই দিয়ে?

(ক) ১৮৪২

(খ) ১৮২৯

(গ) ১৮১৩

উত্তৰঃ (খ) ১৮২৯।

১৮। কোনে সতীদাহ প্ৰথা, নৰবলি প্ৰথা, শিশু হত্যা, দাস প্ৰথাৰ বিৰোধিতা কৰিছিল ?

(ক) বেণ্টিংকে

(খ) লৰ্ড কৰ্ণৱালিছে

(গ) ৱাৰেণ হেষ্টিংছে

উত্তৰঃ (ক) বেণ্টিংকে।

১৯। কোনে বিধবা আইন আৰু পাশ্চাত্য শিক্ষা প্ৰচলন কৰিছিল ?

(ক) ৱাৰেণ হেষ্টিংছে

(খ) লৰ্ড ৱেলেছলিয়ে

(গ) বেণ্টিংকে

উত্তৰঃ (গ) বেণ্টিংকে।

২০। কিমান খ্ৰি.ত ক’লকাতাত মেডিকেল কলেজ স্থাপন হয় ?

(ক) ১৮৫৬

(খ) ১৮৩৫

(গ) ১৮২৩

উত্তৰঃ (খ) ১৮৩৫।

Type by- Bikul Mandal