ভাৰতত তুকী-আফগানৰ শাসন | AJB Class 7 Social Science MCQ’s Assamese Medium | Chapter 2 | Class 7 Social Science Chapter 2 MCQ’s Type Question | AJB Class 7 Social Science |

ভাৰতত তুকী-আফগানৰ শাসন

Chapter 2

১। তুৰ্কী-আফগানসকল ভাৰতলৈ অহাৰ আগৰ সময়ছোৱাত কিমানৰ পৰা কিমান খিষ্টাব্দলৈকে ৰাজবংশৰ শাসন চলিছিল ?

(ক) ৮০০ৰ পৰা ১২০০

(খ) ৬০০ৰ পৰা ১৪০০

(গ) ৯০০ৰ পৰা ১৬০০

উত্তৰঃ (ক) ৮০০ৰ পৰা ১২০০।

২। কিমান খ্ৰি.ত মানুদ গজনীৰ চুলতান হয় ?

(ক) ৯৯২

(খ) ৯৯৮

(গ) ৮৮৭

উত্তৰঃ (খ) ৯৯৮।

৩। গজনীৰ তুৰ্কী চুলতানসকলৰ ভিতৰত মানুদেই প্ৰথমে কি উপাধি পাইছিল ?

(ক) বৰুৱা

(খ) মহন্ত

(গ) চুলতান

উত্তৰঃ (গ) চুলতান।

৪। মহম্মদ ঘোৰীৰ ভাৰত অভিযানে কিমান খ্ৰি.ত মূলতান ৰাজ্য জয় কৰে ?

(ক) ১১৮৬

(খ) ১১৭৫

(গ) ১১৬২

উত্তৰঃ (খ) ১১৭৫।

৫। মহম্মদ ঘোৰীৰ ভাৰত অভিযানে কিমান খ্ৰি.ত পেচোৱাৰ, লাহৰ, শিয়ালকোট আদি অঞ্চল জয় কৰে ?

(ক) ১১৯০

(খ) ১১৮৮

(গ) ১১৬৮

উত্তৰঃ (গ) ১১৬৮।

৬। ইলতুৎমিছ কিমান চনত জন্ম হৈছিল ?

(ক) ১২১১

(খ) ১২৪২

(গ) ১২২৩

উত্তৰঃ (ক) ১২১১।

৭। কুতুবুদ্দিনৰ মৃত্যুৰ পিছত ১২১১ খ্ৰি.ত কোন বংশৰ চুলতান হয় ?

(ক) চুকাফা

(খ) মহম্মদ ঘোৰীৰ ভাৰত অভিযান

(গ) ইলতুৎমিছ

উত্তৰঃ (গ) ইলতুৎমিছ।

৮। ইলতুৎমিছৰ কিমান চনত মৃত্যু হৈছিল ?

(ক) ১২৮৮

(খ) ১২৩৬

(গ) ১২৩২

উত্তৰঃ (খ) ১২৩৬।

৯। কিমান খ্ৰি.ত মদম্মদ ঘোৰীৰ মৃত্যু হৈছিল ?

(ক) ১২১২

(খ) ১২২২

(গ) ১২০৬

উত্তৰঃ (গ) ১২০৬।

১০। কিমান খ্ৰি.ত চুলতান হৈ আল্লাউদ্দিনে নিজৰ ৰাজ্যৰ সীমা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰে ?

(ক) ১২৯৬

(খ) ১২৬৮

(গ) ১২৮৮

উত্তৰঃ (ক) ১২৯৬ ।

১১। ৰেজিয়া চুলতান কিমান চনত জন্ম হৈছিল ?

(ক) ১২৪৮

(খ) ১২৪৪

(গ) ১২৩৬

উত্তৰঃ (গ) ১২৩৬।

১২। ইলতুৎমিছৰ পিছত তেওঁৰ কোন ৰেজিয়া দিল্লীৰ চুলতান হৈছিল ?

(ক) পুতেক

(খ) জিয়েক

(গ) পিতাক

উত্তৰঃ (খ) জিয়েক।

১৩। খিলিজি বংশ কিমান চনত জন্ম হৈছিল ?

(ক) ১২৮৬

(খ) ১২৯৯

(গ) ১২৯০

উত্তৰঃ (গ) ১২৯০

১৪। ৰেজিয়া চুলতানৰ কিমান চনত মৃত্যু হৈছিল ?

(ক) ১২৮৮

(খ) ১২৫৪

(গ) ১২৪০

উত্তৰঃ (গ) ১২৪০।

১৫। আল্লাউদ্দিন খিলিজ কিমান চনত জন্ম হৈছিল ?

(ক) ১২৯৬

(খ) ১২৮৪

(গ) ১২৬৬

উত্তৰঃ (ক) ১২৯৬।

১৬। খিলিজ বংশ কিমান চনত মৃত্যু হৈছিল ?

(ক) ১৩৪২

(খ) ১৩২০

(গ) ১৩২৮

উত্তৰঃ (খ) ১৩২০।

১৭। জালালুদ্দিনৰ শাসনকালত কিমান খ্ৰি.ত মংগোলসকলে উত্তৰ-পশ্চিম সীমান্তইদি ভাৰত আক্ৰমণ কৰে ?

(ক) ১২৯২

(খ) ১২৮৮

(গ) ১২৯৮

উত্তৰঃ (ক) ১২৯২।

১৮। আল্লাউদ্দিন খিলিজৰ কিমান চনত মৃত্যু হৈছিল ?

(ক) ১৩২২

(খ) ১৩৪২

(গ) ১৩১৬

উত্তৰঃ (গ) ১৩১৬।

১৯। কিমান খ্ৰি.ত মদম্মদ বিন টোগলক দিল্লীৰ চুলতান হয় ?

(ক) ১৩২৫

(খ) ১৩২২

(গ) ১৩২৮

উত্তৰঃ (ক) ১৩২৫।

২০। কিমান খ্ৰি.লৈকে টোগলক বংশৰ ৰাজত্ব শাসন কৰে ?

(ক) ১৩৪৪

(খ) ১৩৬৬

(গ) ১৩২৫

উত্তৰঃ (গ) ১৩২৫