ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা বাবৰ আৰু হুমায়ুন | AJB Class 7 Social science Chapter 3 MCQ’s Assamese Medium | Class 7 AJB Social Science MCQ’s Answer | MCQ’s |

Chapter- 3

ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা বাবৰ আৰু হুমায়ুন

১। বাবৰে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক কি ৰাজবংশ বোলে ?

(ক) মোগল ৰাজবংশ

(খ) মহম্মদ ৰাজবংশ

(গ) ইব্ৰাহিম ৰাজবংশ

উত্তৰঃ (ক) মোগল ৰাজবংশ।

২। কিমান খ্ৰি.ত বাবৰে পানিপত নামৰ ঠাইত দিল্লীৰ চুলতান ইব্ৰাহিম লোডীৰ লগত মুখামুখি সংঘৰ্ষত লিপ্ত হয় ?

(ক) ১৫২০

(খ) ১৫৪৪

(গ) ১৫২৬

উত্তৰঃ (গ) ১৫২৬।

৩। কিমান খ্ৰি.ত হোৱা এই যুদ্ধত সংগ্ৰাম সিংহৰ মৃত্যু হয় ?

(ক) ১৫২২

(খ) ১৫২৭

(গ) ১৫৩৪

উত্তৰঃ (খ) ১৫২৭

৪। বাবৰৰ মৃত্যুৰ পাছত পুতেক হুমায়ুন কিমান খ্ৰি.ত দিল্লীৰ সিংহাসনত বহে ?

(ক) ১৫৪৮

(খ) ১৫৩০

(গ) ১৫৩৯

উত্তৰঃ (খ) ১৫৩০।

৫। কিমান খ্ৰি.ত হোৱা ঘৰ্ঘৰা যুদ্ধত বাবৰে আফগানসকলক পৰাজিত কৰি বংগদেশৰ সীমালৈকে তেওঁৰ ৰাজ্যৰ ভিতৰুৱা কৰিলে ?

(ক) ১৫২৯

(খ) ১৫২৭

(গ) ১৫২৬

উত্তৰঃ (ক) ১৫২৯।

৬। বাবৰৰ আত্মজীৱনীখনৰ নাম কি আছিল ?

(ক) মোৰ জীৱন সোঁৱৰণ

(খ) ককা দেউতাৰ হাড়

(গ) তুজুক

উত্তৰঃ (গ) তুজুক।

৭। কিমান খ্ৰি.ত চিৰহিন্দৰ যুদ্ধত ছেৰ ছাহৰ দুৰ্বল উত্তৰাধিকাৰী শূৰ বংশৰ শেষৰজনা সম্ৰাট চিকন্দৰক পৰাস্ত কৰি দিল্লী আৰু আগ্ৰা অধিকাৰ কৰে ?

(ক) ১৫৮২

(খ) ১৫৫৫

(গ) ১৫৬৮

উত্তৰঃ (খ) ১৫৫৫।

৮। কিমান বছৰৰ পাছত নিজৰ হেৰুওৱা ৰাজ্য উদ্ধাৰ কৰিছিল যদিও বেছি দিন তেওঁ ৰাজ্য শাসন কৰিবলৈ নাপালে ?

(ক) ১৫ বছৰ

(খ) ১৮ বছৰ

(গ) ১২ বছৰ

উত্তৰঃ (ক) ১৫ বছৰ।

৯। কিমান চনত হুমায়ুনৰ মৃত্যু হয় ?

(ক) ১৫৮০

(খ) ১৫৬২

(গ) ১৫৫৬

উত্তৰঃ (গ) ১৫৫৬।

১০। ছেৰ ছাহ কিমান চনত জন্ম হৈছিল ?

(ক) ১৫৩৪

(খ) ১৫৪০

(গ) ১৫৫২

উত্তৰঃ (খ) ১৫৪০।

১১। অতি কম সময়ৰ বাবে ছেৰ ছহে কোন ঠাইৰ সিংহাসনত প্ৰশাসনেৰে ভাৰতৰ ইতিহাসত নিজৰ নাম যগমীয়া কৰি থৈ গৈছে ?

(ক) দিল্লীৰ সিংহাসনত

(খ) অসমৰ সিংহাসনত

(গ) যোৰহাটৰ সিংহাসনত

উত্তৰঃ (ক) দিল্লীৰ সিংহাসনত।

১২। কিমান বছৰকাল শাসন কৰি ছেৰ ছাহে ৰাজ্যখনক ৪৭টা ভাগত বিভক্ত কৰিছিল ?

(ক) ১০ বছৰ

(খ) ৩ বছৰ

(গ) ৫ বছৰ

উত্তৰঃ (গ) ৫ বছৰ।

১৩। ছেৰ ছাহৰ কিমান চনত মৃত্যু হয় ?

(ক) ১৫৬৮

(খ) ১৫৪৫

(গ) ১৫৮৮

উত্তৰঃ (খ) ১৫৪৫।

১৪। কিমান খ্ৰি.ত দিল্লী আৰু আগ্ৰা উদ্ধাৰ কৰি পুনৰ মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰিলে ?

(ক) ১৫৮৪

(খ) ১৫৪২

(গ) ১৫৫৫

উত্তৰঃ (গ) ১৫৫৫।

১৫। বাবৰে কিমান খ্ৰি.ত কাবুল আৰু গজনী জয় কৰি তাৰ অধিপতি হয় ?

(ক) ১৫০৫

(খ) ১৫১৩

(গ) ১৫২২

উত্তৰঃ (ক) ১৫০৫।

১৬। কিমান খ্ৰি.ত বাবৰে দিল্লীত এটি নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰিলে ?

(ক) ১৫১২

(খ) ১৫২৬

(গ) ১৫৪২

উত্তৰঃ (খ) ১৫২৬।

১৭। কিমান পদাতিক সৈন্যবাহিনীৰ ওচৰত ইব্ৰাহিম লোডীৰ বিশাল পদাতিক, অশ্বাৰোহী, হস্তীবাহিনী পৰাজিত হয় ?

(ক) ১০,০০০

(খ) ১৪,০০০

(গ) ১২,০০০

উত্তৰঃ (গ) ১২,০০০।

১৮। কিমান খ্ৰি.ত বাবৰ আৰু দিল্লীৰ চুলতান ইব্ৰাহিম লোডীৰ মাজত পানিপত নামে ঠাইত যুদ্ধ হয় ?

(ক) ১৫২৬

(খ) ১৫৪২

(গ) ১৫১২

উত্তৰঃ (ক) ১৫২৬।

১৯। শূৰ বংশৰ প্ৰতিষ্ঠাতা কোন ?

(ক) চুকাফা

(খ) বাবৰ

(গ) ছেৰ ছাহ

উত্তৰঃ (গ) ছেৰ ছাহ।

২০। বাবৰে ক’ত জন্ম গ্ৰহণ কৰিছিল ?

(ক) অসম

(খ) মধ্য এছিয়া

(গ) কোচ বিহাৰ

উত্তৰঃ (খ) মধ্য এছিয়া