স্বদেশ-প্ৰেম | AJB Class 7 Assamese Chapter 1 MCQ’s Assamese Medium | Class 7 Assamese MCQ’s Answer | MCQ’s |

স্বদেশ-প্ৰেম

Chapter 1

১। স্বদেশ-প্ৰেমৰ কবি কোন?

(ক) পদ্মধৰ চলিহা

(খ) জ্য়োতিপ্ৰয়াদ আগৰৱালা

(গ) দণ্ডিনাথ কলিতা

উত্তৰ- পদ্মধৰ চলিহা ।

২। পদ্মধৰ চলিহা ঘৰ ক’ত আছিল ?

(ক) শিৱসাগৰত

(খ) মৰিগাওঁত

(গ) যাগিৰোডত

উত্তৰ- শিৱসাগৰত ।

৩। উথলি অৰ্থ কি ?

(ক) কঠিন হৃদয়

(খ) ওফন্দি উঠি

(গ) উৎসাহ

উত্তৰ- ওফন্দি উঠি ।

৪। দুগুণ মৰণ ভুগি ধূলিৰ লগত কি মিলি যাব?

(ক) মানুহ

(খ) জন্মভূমি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- মানুহ ।

৫। বিভূতি-বৈভৱ কিহে ঢুকি পোৱা মান?

(ক) বাসনাইৰে

(খ) জন্মভূমিৰে

(গ) স্বাৰ্থপৰে

উত্তৰ-

৬। আনৰ দেশৰ পৰা উলটি আহোঁতে কি চাকি ঘৰমুৱা হৈ?

(ক) মাটি চাকি

(খ) ফুৰি চাকি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- ফুৰি চাকি ।

৭। পদ্মধৰ চলিহা কিমান চনত জন্ম হৈছিল?

(ক) ১৯০১ চনত

(খ) ১৮৯৫ চনত

(গ) ১৯০৩ চনত

উত্তৰ- ১৮৯৫ চনত ।

৮। পদ্মধৰ চলিহাৰ পিতৃ  নাম কি আছিল?

(ক) ফণিধৰ চলিহা

(খ) হেমচন্দ্ৰ গোস্বামী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- ফণিধৰ চলিহা ।

৯। কাঠ-চিত অৰ্থ কি?

(ক) কঠিন হৃদয়

(খ) উৎসাহ

(গ) উফন্দি উঠা

উত্তৰ- কঠিন হৃদয় ।

১০। পদ্মধৰ চলিহা কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৮৯০ চনত

(খ) ১৯০৩ চনত

(গ) ১৯৬৯ চনত

উত্তৰ- ১৯৬৯ চনত ।

১১। শিলাময়ৰ অৰ্থ কি?

(ক) শিলৰ দৰে কঠোৰ

(খ) উতসাহ

(গ) কঠিন

উত্তৰ- শিলৰ দৰে কঠোৰ ।

১২। ভাৰতৰ জাতীয় আন্দোলনত তেওঁ কি অংশ লয়?

(ক) শিলাময়

(খ) সক্ৰিয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- সক্ৰিয় ।

১৩। উথলিৰ অৰ্থ কি?

(ক) অনুভূতিহীন

(খ) কঠিন

(গ) ওফন্দি উঠা

উত্তৰ- ওফন্দি উঠা ।

১৪। তেওঁ ভালেমান কি ৰচনা কৰিছিল?

(ক) সাহিত্য়

(খ) গীত-লহৰী

(গ) স্বদেশ-প্ৰেমমূলক গীত

উত্তৰ- স্বদেশ-প্ৰেমমূলক গীত ।

১৫। তেওঁৰ গীত আৰু কবিতা পুথি দুখনৰ নাম কি?

(ক) ফুলনি, আৰু অৰ্ঘা

(খ) গীত-লহৰী, আৰু শৰাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- গীত-লহৰী, আৰু শৰাই

১৬। আনৰ দেশৰ পৰা  উলটি আহোঁতে কি কৰি ঘৰমুৱা হৈ?

(ক)শিলাময় কৰি

(খ) ফুৰি চাকি

(গ) ফটা-ফুটা কৰি

উত্তৰ- ফুৰি চাকি ।

১৭। থাকক থাকিলে তাৰ কি?

(ক) জগত

(খ) স্বাৰ্থ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- ওপৰৰ এটাও নহয়

১৮। তাৰ বাবে কেৱেঁ আৰু কি নোটোকে?

(ক) চকুলো

(খ) শিলাময়

(গ) জন্মভূমি

উত্তৰ- চকুলো ।

১৯। এয়ে মোৰ কি বুলি মনে মনে এবাৰো কোৱা নাইকিয়া?

(ক) ধৰেনে

(খ) জন্মভূমি

(গ) দেশ

উত্তৰ- জন্মভূমি ।

২০। বিভূতি শব্দৰ অৰ্থ কি?

(ক) ওফন্দি উঠি

(খ) ধন-সম্পত্তি

(গ) উচ্ছ্বাস

উত্তৰ- ধন-সম্পত্তি ।

Type by- Bikul Mandal