আমাৰ দেশৰ শাসন ব্যৱস্থা | AJB Class 7 Social Science MCQ’s Assamese Medium | Chapter 10 | Class 7 Social Science Chapter 10 MCQ’s Type Question | AJB Class 7 Social Science |

আমাৰ দেশৰ শাসন ব্যৱস্থা

Chapter- 10

১। অসমৰ বিধানসভাৰ মুঠ সমষ্টিৰ সংখ্যা কিমান?

(ক) ১৪২

(খ) ১১৪

(গ) ১২৬

উত্তৰঃ (গ) ১২৬।

২। ভাৰতবৰ্ষত বৰ্তমান কিমানখন ৰাজ্যৰ সমষ্টি?

(ক) ২৯খন

(খ) ৩৩খন

(গ) ৩৫খন

উত্তৰঃ (ক) ২৯খন

৩। বিধানসভাৰ সদস্য হিচাবে নিৰ্বাচিত হ’বলৈ ভাৰতীয় নাগৰিক হোৱাৰ উপৰিও কিমান বছৰ হ’ব লাগিব?

(ক) ১৮ বছৰ

(খ) ২৫ বছৰ

(গ) ২০ বছৰ

উত্তৰঃ (খ) ২৫ বছৰ।

৪। সংবিধানমতে, বিধানসভাৰ মুঠ সদস্য সংখ্যা কিমান গৰাকীৰ অধিক নাইবা কিমান গৰাকীতকৈ কম হ’ব নোৱাৰে?

(ক) ৫০০-৬০

(খ) ৩০০-৪০

(গ) ৮০০-৯০

উত্তৰঃ (ক) ৫০০-৬০।

৫। লোকসভাত নিৰ্বাচিত সদস্যৰ সংখ্যা কিমান গৰাকী?

(ক) ৩৬০

(খ) ৫০০

(গ) ৫৪৫

উত্তৰঃ (গ) ৫৪৫।

৬। কিমান গৰাকী কেন্দ্ৰীয় শাসিত অঞ্চলৰপৰা লোকসভালৈ নিৰ্বাচিত হৈ আহে?

(ক) ৫০ গৰাকী

(খ) ২০ গৰাকী

(গ) ১৮ গৰাকী

উত্তৰঃ (খ) ২০ গৰাকী।

৭। লোকসভাৰ কাৰ্যকাল কেইবছৰ?

(ক) ৫ বছৰ

(খ) ৩ বছৰ

(গ) ৭ বছৰ

উত্তৰঃ (ক) ৫ বছৰ।

৮। অসমৰ সমষ্টিৰ সংখ্যা কেইটা?

(ক) ১২০ টা

(খ) ১৫০ টা

(গ) ১২৬ টা

উত্তৰঃ (গ) ১২৬ টা।

৯। একোগৰাকী ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কেইবছৰ?

(ক) ৩ বছৰ

(খ) ৫ বছৰ

(গ) ৮ বছৰ

উত্তৰঃ (খ) ৫ বছৰ।

১০। ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে কিমান বছৰৰ অধিক হ’ব লাগিব?

(ক) ৩৫ বছৰ

(খ) ২৮ বছৰ

(গ) ৪২ বছৰ

উত্তৰঃ (ক) ৩৫ বছৰ।

১১। ভাৰতীয় সংবিধানমতে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন?

(ক) ভাৰতৰ প্ৰধানমন্ত্ৰী

(খ) ভাৰতৰ মুখ্যমন্ত্ৰী

(গ) ভাৰতৰ ৰাষ্ট্ৰপতি

উত্তৰঃ (গ) ভাৰতৰ ৰাষ্ট্ৰপতি।

১২। কিমান চনত ভাৰতীয় সংবিধানৰ আধাৰত বড়ো এলেকা জিলা পৰিষদ গঠন কৰা হৈছিল?

(ক) ২০১২

(খ) ২০০৩

(গ) ২০২৬

উত্তৰঃ (খ) ২০০৩।

১৩। এখন ৰাজ্যৰ শাসনৰ মুৰব্বী কোন?

(ক) ৰাজ্যপাল

(খ) মুখ্যমন্ত্ৰী

(গ) M.L.A

উত্তৰঃ (ক) ৰাজ্যপাল।

১৪। কি মাহৰ কিমান তাৰিখে ভাৰতীয় সংবিধানৰ আধাৰত বড়ো এলেকা জিলা পৰিষদ গঠন কৰা হৈছিল?

(ক) অক্টোবৰ মাহৰ ২১ তাৰিখে

(খ) ফ্ৰেব্ৰুয়াৰি মাহৰ ১৩ তাৰিখে

(গ) ছেপ্টেম্বৰ মাহৰ ২৮ তাৰিখে

উত্তৰঃ (গ) ছেপ্টেম্বৰ মাহৰ ২৮ তাৰিখে।

১৫। কি জনজাতিপ্ৰধান অঞ্চলসমূহক লৈয়ে পৰিষদখন গঠন কৰা হৈছে?

(ক) মিচিং জনজাতি

(খ) বড়ো জনজাতি

(গ) ৰাভা জনজাতি

উত্তৰঃ (খ) বড়ো জনজাতি।

১৬। ৰাজ্য় এখনৰ শাসন কোনে চলায় ?

(ক) মুখ্য়মন্ত্ৰীয়ে

(খ) M.L.A

(গ) চৰকাৰে

উত্তৰঃ (গ) চৰকাৰে।

১৭। ভাৰত এখন কি দেশ ?

(ক) ৰাজতান্ত্ৰিক

(খ) গণতান্ত্ৰিক

(গ) সমাজ

উত্তৰঃ (খ) গণতান্ত্ৰিক।

১৮। পোনপটীয়াকৈ নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত সংসদক কি বোলা হয় ?

(ক) নিম্ন সদন

(খ) লোকসভা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা।

১৯। বিধায়কক ইংৰাজীত কি বোলে ?

(ক) Ministers

(খ) M.L.A

(গ) President

উত্তৰঃ (খ) M.L.A।

২০। বিধায়কৰদ্বাৰা নিৰ্বাচিত সাংসদে গঠন কৰা সদনক কি বোলে ?

(ক) উচ্চ সদন

(খ) ৰাজ্য়সভা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা।