অনুৰাগ আৰু চাৰমেন ক্ৰ’ৰ মানুহবোৰ | Class 7 AJB Assamese Chapter 10 MCQ’s Assamese Medium | Class 7 MCQ’s Chapter 10 AJB MCQ’s Type Question |

Chapter 10

অনুৰাগ আৰু চাৰমেন ক্ৰ’ৰ মানুহবোৰ

১।  অনুৰাগৰ দেউতাকে কৰ জিলাৰ সদৰ ডিফুত চৰকাৰী আবাসত থাকি চাকৰি কৰে?

(ক) মৰিগাওঁ জিলাৰ

(খ) নগাওঁ জিলাৰ

(গ) কাৰ্বি আংলং জিলাৰ

উত্তৰ- (গ) কাৰ্বি আংলং জিলাৰ ।

২। অনুৰাগৰ দেউতাক এইবাৰ কেইদিনৰ আগতে আহিছিল?

(ক) এদিনৰ আগতে

(খ) দুদিনৰ আগতে

(গ) তিনিদিনৰ আগতে

উত্তৰ- (খ) দুদিনৰ আগতে ।

৩। চাৰমেন ক্ৰ’ এগৰাকী সুদক্ষ কি?

(ক) গীতীকাৰও

(খ) লোকশিল্পীও

(গ) গিহিণীও

উত্তৰ- (খ) লোকশিল্পীও ।

৪। ধনসিঙৰ ভনীয়েক কৰ কলেজত পঢ়ে?

(ক) কটন কলেজত পঢ়ে

(খ) কাৰেং ক্ৰ’পী কলেজত পঢ়ে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কাৰেং ক্ৰ’পী কলেজত পঢ়ে ।

৫। ধনসিঙৰ দেউতাকৰ নাম কি?

(ক) চাৰমেন ক্ৰ’

(খ) ৰাজেন ক্ৰ’

(গ) ৰাতুল ক্ৰ’

উত্তৰ- (ক) চাৰমেন ক্ৰ’

৬। পুৱা কিমানমান বজাত অনুৰাগ আৰু দেউতাক সাৰ পালে?

(ক) ছয়মান

(খ) সাতমান

(গ) আঠমান

উত্তৰ- (খ) সাতমান ।

৭। অনুৰাগে কি জাতীয় বাদ্য়বোৰ চালে?

(ক) পেঁপাজাতীয়

(খ) ঢোলজাতীয়

(গ) গগনাজাতীয়

উত্তৰ- (খ) ঢোলজাতীয় ।

৮। ধনসিঙহঁতৰ আহল-বহল কিহৰ সন্মুখত এখন বহল চোতাল আছে?

(ক) চাংঘৰৰ সন্মুখত

(খ) খেৰঘৰৰ সন্মুখত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) চাংঘৰৰ সন্মুখত ।

৯। কাৰ্বিসকলৰ নিজা এখন কি আছে?

(ক) ৰামায়ণ আছে

(খ) মহাভাৰত আছে

(গ) কীৰ্ত্তন আছে

উত্তৰ- (ক) ৰামায়ণ আছে ।

১০। গাড়ীখনৰ ওচৰৰ আলিবাটটোৱেদি অলপ সোমাই গ’লেই কাৰ গাওঁখন পায়?

(ক) ধনসিঙহঁতৰ গাওঁখন পায়

(খ) চাৰেমন গাওঁখন পায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ধনসিঙহঁতৰ গাওঁখন পায় ।

১১। অনুৰাগ কিহৰ প্ৰতি অতিশয় আগ্ৰহী?

(ক) পঢ়াৰ প্ৰতি

(খ) নাচ-গানৰ প্ৰতি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নাচ-গানৰ প্ৰতি ।

১২। পৰস্পৰে  চুলিয়ে চুলিয়ে ধৰি কৰা যুঁজ=? 

(ক) চুলিয়াচুলি

(খ) চুলীয়াচুলি

(গ) চুলিয়াচুলী

উত্তৰ- (ক) চুলিয়াচুলি ।

১৩। সিংহ অংকিত আসন=?

(ক) সিংহাসন

(খ) সীংহাশন

(গ) শীংহাসন

উত্তৰ- (ক) সিংহাসন ।

১৪। মাছৰ যি পোনা=?

(ক) পুণামাছ

(খ) পোনামাছ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) পোনামাছ ।

১৫। পুণ্য় যি ভূমি=?

(ক) পুণ্য়ভূমি

(খ) পূণ্য়ভূমি

(গ) পোন্য়ভূমি

উত্তৰ- (খ) পূণ্য়ভূমি ।

১৬। তিনিটা নয়ন যাৰ=?

(ক) তিনয়ন

(খ) ত্ৰিনয়ন

(গ) ত্ৰীনয়ন

উত্তৰ- (খ) ত্ৰিনয়ন ।

১৭। পৰস্পৰে হাতে হাতে ধৰি কৰা যুঁজ=?

(ক) হতাহতী

(খ) হতাহতি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) হতাহতি ।

১৮। ধনসিঙহঁতৰ আহল-বহল চাংঘৰৰ সন্মুখত কি আছে?

(ক) পুখুৰী

(খ) বহল চোতাল

(গ) ভঁৰাল

উত্তৰ- (খ) বহল চোতাল ।.

৯। কাৰ্বিসকলৰ নিজা এখন কি অছে ?

(ক) পুথি

(খ) ৰামায়ন

(গ) আইন

উত্তৰ-ৰামায়ন ।

২০। বৃক নামে অগ্নি উদৰত আচে যাৰ ?

(ক) বৃকুদৰ

(খ) বিকোহৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাো নহয় ।

Type by- Bikul Mandal