BA 2nd Semester Assamese অসমীয়া ভাষা KKHSOU | Assamese অসমীয়া ভাষা Chapter 1 তেজৰে কমলাপতি Question & Answer |

তেজৰে কমলাপতি

অধ্য়ায়- ১

ক) বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলত দিয়া শব্দবোৰৰ অৰ্থ লিখক —-

            তিমিৰ, ফেড়িয়া, ৰজনী, বেণু, ৰাখোৱাল, তপসাইল।

উত্তৰঃ

প্রশ্ন ২ : শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰক

ক) বৰগীত কেৱল মাধৱদেৱে ৰচনা কৰিছিল।

উত্তৰঃ

খ) মাধৱদেৱ শংকৰদেৱৰ গুৰু।

উত্তৰঃ

গ) বৰগীতত ৰামৰ মহিমা প্ৰকাশ কৰা হয়।

উত্তৰঃ

ঘ) চৌধ্য প্ৰসংগত বৰগীতৰ স্থান আছে।

উত্তৰঃ

খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : মহাপুৰুষ মাধৱদেৱৰ জীৱন আৰু কৃতিৰ আভাস দিয়ক ।

উত্তৰঃ

প্রশ্ন ২ : বৰগীতৰ সংজ্ঞা নিৰূপণ কৰি ইয়াৰ বৈশিষ্ট্যবোৰ ফঁহিয়াই দেখুৱাওক।

উত্তৰঃ

প্রশ্ন ৩ : “কহয় মাধৱ মাই কিনো তপসাইলা ।

               ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা।।”

                            ——-পদফাকিৰ অন্তর্নিহিত তাৎপৰ্য বিচাৰ কৰক ।

প্রশ্ন ৪: প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰক – 

           (ক) ৰজনী বিদূৰ দিশ ধৱলী বৰণ ।

           তিমিৰ ফেড়িয়া বাজ ৰবিৰ কিৰণ ।।

গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ‘তেজৰে কমলাপতি’ বৰগীতটিৰ বিষয়বস্তুগত কথাখিনি আপোনাৰ নিজৰ ভাষাৰে লিখি উলিয়াওক।

উত্তৰঃ

প্রশ্ন ২ : “বাৎসল্য প্ৰেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বহ”— ‘তেজৰে কমলাপতি’ বৰগীতটিৰ আধাৰত মন্তব্যটিৰ তাৎপৰ্য বিচাৰ কৰক।

উত্তৰঃ

প্রশ্ন ৩ : যশোদা আৰু কৃষ্ণৰ মাতৃ-পুত্ৰৰ সম্বন্ধ আৰু ভক্ত-ভগৱানৰ সম্বন্ধ — এই দুয়োখনি চিত্ৰ পাঠ্য বৰগীতটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে, বিশ্লেষণ কৰি দেখুৱাওক।

উত্তৰঃ

Type By- Janmoni Hazarika