BA 2nd Semester Assamese নিৰ্বাচিত অসমীয়া সাহিত্য়, ৰচনা আৰু ব্য়াকৰণ KKHSOU | Assamese নিৰ্বাচিত অসমীয়া সাহিত্য়, ৰচনা আৰু ব্য়াকৰণ Chapter 6 উত্গুতৰু-শিষ্য়ৰ মণি-কাঞ্চন সংযোগ Question & Answer |

উত্গুতৰু-শিষ্য়ৰ মণি-কাঞ্চন সংযোগ 

অধ্য়ায়- ৬

ক) বস্তুধৰ্মী প্ৰশ্ন (৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক—

ক) চৰিত পুথিৰ পৰম্পৰা কেনেদৰে আৰম্ভ হ’ল ?

উত্তৰঃ

(খ) শংকৰদেৱে কোনটো শ্লোকৰ উদ্ধৃতিৰে  নিবৃত্তি মাৰ্গৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে ?

উত্তৰঃ

গ) বিনা গড়ে যুঁড কৰিলেহে ক্ষত্ৰিয়ৰ আচল বীৰত্ব প্ৰকাশ পায় বুলি কোনে মত দিছিল ?

উত্তৰঃ

প্রশ্ন ২: শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰক—

ক) মাধৱদেৱ প্ৰথমতে নিবৃত্তি পন্থাৰ প্ৰবক্তা আছিল।

উত্তৰঃ

খ) যুক্তিয়েই আছিল মাধৱ পুৰুষৰ ব্যক্তিত্বৰ মূল আধাৰ ।

উত্তৰঃ

গ) এই পাঠটিৰ মতে মণি শংকৰদেৱ আৰু কাঞ্চন মাধবদেৱ।

উত্তৰঃ

খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰক—–

(ক) ৰাজাৰ হেঙ্গদান পাত্ৰৰ কি ।

উত্তৰঃ

(খ) বাপু সূৰ্য্যক কুহলিএ ঢকাদি অগ্নিক ভস্মে ঢকাদি ঢাকিছিলঃ তোম্ৰাহে চক্ষুৰ পতাল গুচাই দিব্য অঞ্জন দিলা আজিঃ

উত্তৰঃ

(গ) বোলে বৰাৰ পো, গৰ বান্ধি যুঁজিলে সজ প্ৰাণৰ সংশয় নাইঃ বিনা গৰে

যুজিলে ভয়।।

উত্তৰঃ

(ঘ) জিহে মৰিছে সি জীয়াৰেপৰা মৰাঃ এই জি কান্দিচে ইও সপ্ৰাই মৰাহেঃ

উত্তৰঃ

(ঙ)                         পশু নকৰিবা শৰঃ

            মৰাও নানিবা                     জীয়াও নানিবা

                           শুদাহাতে নপশিবা ঘৰ।

উত্তৰঃ

(চ) সিয়ান চৰাই ভাওঃ

লাম্ফ দি দি আহাৰ খাই

ফান্দত নিদিও পাও ।।

উত্তৰঃ

গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : গুরু-শিষ্যৰ মণি কাঞ্চন সংযোগ’ অধ্যায়টিৰ আলমত কথা-গুৰু চৰিত্ৰৰ গদ্যশৈলীৰ আভাস দাঙি ধৰক ।

উত্তৰঃ

প্রশ্ন ২ : “কথিত ভাষা ব্যৱহাৰ মূলতে তিনিটা বিষয়ত নিৰ্ভৰ কৰে— কথা-বতৰাৰ বাক্যভংগিমাৰ প্রয়োগত, চলিত সর্বনাম ক্রিয়াপদৰ সংযোগত আৰু ঘৰুৱা শব্দৰ প্ৰাচুৰ্যত” – আপুনি পঢ়া এই অধ্যায়টিৰ আধাৰত উক্তিটো বহলাই বিশ্লেষণ কৰক।

উত্তৰঃ

প্রশ্ন ৩ : অধ্যায়টোৰ আধাৰত মহাপুৰুষ মাধৱদেৱৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিষয়ে এটি নিবন্ধ যুগুত কৰক।

উত্তৰঃ

প্রশ্ন ৪ : মাধৱদেৱৰ গুরুভক্তিৰ বিষয়ে উদাহৰণসহ আলোচনা কৰক।

উত্তৰঃ

Type By – Janmoni Hazarika