Class 11 Education Book Chapter 2 Short Question Answer | মানৱৰ বিকাশৰ স্তৰ | চমু প্ৰশ্ন উত্তৰ |

Chapter 2

মানৱৰ বিকাশৰ স্তৰ

চমু প্ৰশ্ন উত্তৰঃ

১।   দৈনিক সান্নিধ্য শিশুৰ কিমান প্ৰয়োজন?

উত্তৰঃ অতি প্ৰয়োজন।

২। শিশুৱে কিহৰ জৰিয়তে বেছিভাগ সময় অতিবাহিত কৰে?

উত্তৰঃ খেলৰ জৰিয়তে।

৩। খেলাই শৰীৰিক কি সাধন কৰে ?

উত্তৰঃ মানসিক উৎকৰ্ষ সাধন কৰে।

৪।জন্মৰ প্ৰায় ছমাহ সময়ৰ পৰা শিশুৰ মুখত কি উচ্চাৰিত হয়? 

উত্তৰঃ কেতবোৰ অস্পষ্ট স্বৰধ্বনি উচ্চাৰিত হয়।

৫। জীৱনৰ প্ৰথম স্তৰতে শিশুৱে কি পৰিবেশৰ সন্নিধ্য লাভ কৰে?

উত্তৰঃ শিশুৱে গৃহ।

৬। বাল্যৰাল ব্যক্তি বিকাশৰ কি স্তৰ।

উত্তৰঃ দ্বিতীয় স্তৰ।

৭। বাল্যকালক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ দুটা ভাগত ভগাব পাৰি।

৮। শিশুৰ কি সঞ্চালন ক্ষমতা বৃদ্ধি হয়?

উত্তৰঃ পেশী।

৯। বাল্যকালত শিশু কেনেকুৱা হয়?

উত্তৰঃ বহিমুৰ্খি হয়।

১০। কিহৰ পৰিৱেশ সংকীৰ্ণ বোধ কৰে?

উত্তৰঃ ঘৰৰ।

১১। বিপৰীত লিংগৰ প্ৰতি কি আকৰ্ষণ নাথাকে?

উত্তৰঃ যৌন।

১২। ল’ৰা-ছোৱালীয়ে কি ক্ষমতা লাভ কৰে?

উত্তৰঃ প্ৰজননিত ক্ষমতা লাভ কৰে।

১৩। ছোৱালী কি হয়?

উত্তৰঃ ঋতুমতী হয়।

১৪। কি দৈহিত বিকাশ ক্ষিপ্ৰ হয়?

উত্তৰঃ কৈশোৰকালৰ।

১৫। ছোৱালীৰ মাংশপেশী কেনেকুৱা হয়?

উত্তৰঃ নিজম আৰু কোমল হয়।

১৬। স্বৰধ্বনি মিহি আৰু কি হয়?

উত্তৰঃ সুশ্ৰাব্য হয়।

১৭। পাকস্থলীত কি বৃদ্ধি পায়?

উত্তৰঃ ত্ৰুিয়া, ৰক্ত সঞ্চালন,ৰক্তচাপ আদি বৃদ্ধি পায়।

১৮। মনৰ বিশ্লেষণ আৰু কি সংশ্লেষণ ক্ষমতা গঢ়ি উঠে?

উত্তৰঃ সংশ্লেষণ ক্ষমতা গঢ়ি উঠে।

১৯। কিশোৰ-কিশোৰিক কি প্ৰয়োজন হয়?

উত্তৰঃ সমাজিক নিৰাপাত্ৰাৰ প্ৰয়োজন হয়।

২০। কিশোৰৰ প্ৰধান সমস্যা কি?

উত্তৰঃ যৌথ সমস্যা।