Class 12 Geography Answer Assamese Medium | HS 2nd Year Geography Solution Assam | Question & Answer | Chapter 1 | অধ্যায় ১ | জনসংখ্যা বিতৰণ, ঘনত্ব, বৃদ্ধি আৰু গঠন |

Chapter 1

জনসংখ্যা বিতৰণ, ঘনত্ব, বৃদ্ধি আৰু গঠন

অনুশীলনী:

১) শুদ্ধ উত্তৰটো বাছি উলিওৱা –

(i) ২০০১ চনৰ পিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা হ’ল-

(a) ১০২৮ নিযুত

(b) ৩১৮২ নিযুত         

(c) ৩২৮৭ নিযুত  

(d) ২০ নিযুত

উত্তৰঃ

(ii) ভাৰতবৰ্ষ কোনখন প্ৰদেশত জনসংস্যাৰ ঘনত্ব সৰ্বাধিক ?

(a)পশ্চিমবংগ

(b) কেৰালা

(c)উত্তৰপ্ৰদেশ

(d) পঞ্জাব

উত্তৰঃ

(iii) ২০০১ চনত লোকপিয়ল অনুসৰি ভাৰতৰ কোনখন প্ৰদেশত নগৰীয়া জনসংখ্যাৰ অনুপাত অধিক-

(a) তামিলনাডু

 (b) মহাৰাষ্ট্ৰ

 (c) কেৰেলা

 (d) গুজৰাট 

উত্তৰঃ

(iv) ভাৰতবৰ্ষৰ কোনটো ভাষিক গোষ্ঠীৰ জনসংখ্যা অধিক?

(a) চীন-তিব্বতীয়

(b) ইন্দো-আৰ্য 

(c)অষ্ট্ৰিক

(d) দ্ৰাবিড়

উত্তৰঃ

২) তলত দিয়া প্ৰশ্নবোৰৰ ৩০ টামান শব্দৰ ভিতৰত উত্তৰ দিয়া-

(i) ‘অত্যাধিক উষ্ণ আৰু শুকান, ঠাণ্ডা আৰু সেমেকা – অঞ্চলবোৰত জনসংখ্যা ঘনত্ব সেৰেঙা,’ ভাৰতৰ জনসংখ্যা বিতৰণৰ পৰিপ্ৰেক্ষিতত জলবায়ুৰ প্ৰভাৱ সন্দৰ্ভত উক্তিটো ব্যাখ্যা কৰা ।

উত্তৰঃ

(ii) ভাৰতবৰ্ষত কোনবোৰ প্ৰদেশত গ্ৰাম্য জনসংখ্যা অধিক ? বৃহৎ গ্ৰাম্য জনসংখ্যা হোৱাৰ এটা প্ৰধান কাৰণ দৰ্শোৱা ।

উত্তৰঃ

(iii) ভাৰতবৰ্ষৰ কিছুমান প্ৰদেশত শ্ৰমিকৰ সংখ্যা আন কিছুমান প্ৰদেশৰ তুলনাত অধিক হোৱাৰ কাৰণ কি?

উত্তৰঃ

(iv) ভাৰতবৰ্ষৰ শ্ৰমিকৰ সৰহভাগেই কৃষিখণ্ডৰ সৈতে জড়িত ।’ ব্যাখ্যা কৰা

উত্তৰঃ

৩) তলত দিয়া প্ৰশ্নবোৰ ১৫০ টামান শব্দৰ ভিতৰত উত্তৰ লিখা-

(i) ভাৰতবৰ্ষত জনসংখ্যা-ঘনত্বৰ স্থানিক-আৰ্হি আলোচনা কৰা ।

উত্তৰঃ

(ii) ভাৰতবৰ্ষত জনসংখ্যাৰ বৃত্তিগত সংৰচনাৰ বিষয়ে বৰ্ণনা কৰা ।

উত্তৰঃ