Class 12 Geography Answer Assamese Medium | HS 2nd Year Geography Solution Assam | Question & Answer | Chapter 11 | অধ্যায় ১১ | আন্তৰ্জাতিক বাণিজ্য | প্ৰশ্ন উত্তৰ |

Chapter 11

আন্তৰ্জাতিক বাণিজ্য

অনুশীলনীঃ

1. নিম্নলিখিত বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(i) দুটা দেশৰ মাজত থকা বাণিজ্যিক কি নাম দিয়া হৈছে?

(a) আন্তঃবাণিজ্য        (c) আন্তঃৰ্জাতিক বাণিজ্য

(b) বহিঃবাণিজ্য            (d) স্থানীয় বাণিজ্য

উত্তৰঃ 

(ii) নিম্নলিখিত পোতাশ্ৰয়বোৰৰ মাজত কোনটো পোতাশ্ৰয় ভূ-ভাগেৰে পৰিবেষ্টিত হৈ আছে?

(a) বিশাখাপট্টনম        (c) ইনোৰ

(b) মুম্বাই                       (d) হালদিয়া

উত্তৰঃ

(iii) ভাৰতৰ বেছিভাগ বৈদেশিক বাণিজ্য কিহৰ সহায়ত কঢ়িওৱা হয়।

(a) স্থলভাগ আৰু সাগৰ        (c) সাগৰ আৰু আকাশ

(b) স্থলভাগ আৰু বায়ু            (d) সাগৰ

উত্তৰঃ

(iv) নিম্নলিখিত দেশসমূহৰ মাজত কোনখন দেশ ভাৰতৰ আটাইতকৈ প্ৰয়োজনীয় বাণিজ্য অংশীদাৰ (২০০৪-০৫)

(a) বৃটিছ যুক্তৰাজ্য        (c) জাৰ্মানী

(b) চীনদেশ                    (d) আমেৰিকা যুক্তৰাষ্ট্ৰ

উত্তৰঃ 

2. ৩০টা মান শব্দৰে নিম্নলিখিত প্ৰশ্নকেইটাৰ উত্তৰ লিখা।

(i) ভাৰতৰ বৈদেশিক বাণিজ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ

(ii) বন্দৰ আৰু পোতাশ্ৰয়ৰ মাজত থকা প্ৰভেদ লিখা।

উত্তৰঃ

(iii) পশ্চাৎভূমিৰ অৰ্থ  ব্যাখ্যা কৰা।

উত্তৰঃ

(iv) ভাৰতে বিভিন্ন দেশৰ পৰা আমদানি কৰি থকা উল্লেখযোগ্য সামগ্ৰীবোৰৰ নাম লিখা।

উত্তৰঃ

(v) ভাৰতৰ পূব উপকূলত অৱস্থিত বন্দৰকেইটাৰ নাম লিখা।

উত্তৰঃ 

3. ১৫০টা মান শব্দৰে নিম্নলিখিত প্ৰশ্নকেইটাৰ উত্তৰ লিখা।

(i) ভাৰতৰ ৰপ্তানি আৰু আমদানি কৰি থকা দ্ৰব্যবোৰ বৰ্ণনা কৰা।

উত্তৰঃ

(ii) ভাৰতৰ আন্তৰ্জাতিক বাণিজ্যৰ পৰিবৰ্তনীয় প্ৰকৃতিৰ ওপৰত  এটি  টোকা লিখা।

উত্তৰঃ