Class 12 Geography Answer Assamese Medium | HS 2nd Year Geography Solution Assam | Question & Answer | Chapter 12 | অধ্যায় ১২ | ভৌগোলিক দৃষ্টিকোণেৰে কিছুমান বিষয় আৰু সমস্যাৱলীৰ আলোচনা | প্ৰশ্ন উত্তৰ |

Chapter 12

ভৌগোলিক দৃষ্টিকোণেৰে কিছুমান বিষয় আৰু সমস্যাৱলীৰ আলোচনা

অনুশীলনীঃ

1. নিম্নলিখিত বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি লিখা।

(i) নিম্নলিখিত নদীবোৰৰ মাজত কোনখন নদীৰ প্ৰদূষণ বেছি?

(a) ব্ৰহ্মপুত্ৰ        (c) যমুনা

(b) সিন্ধু              (d) গোদাৱৰী

উত্তৰঃ

(ii) জলপ্ৰদূষণৰ পৰা কি বেমাৰ হ’ব পাৰে?

(a) চকুৰ ৰোগ        (c) উশাহ-নিশাহৰ সমস্যা

(b) ডায়েৰিয়া        (d) ব্ৰংকাইটিছ

উত্তৰঃ

(iii) এছিড বৰষুণ কি কাৰণে ঘটে?

(a) জল প্ৰদূষণ        (c) শব্দ প্ৰদূষণ

(b) স্থল প্ৰদূষণ        ( d) বায়ু প্ৰদূষণ

উত্তৰঃ

(iv) ঠেলা আৰু টানি অনা কাৰকবোৰ দায়বদ্ধ হয়ঃ

(a) প্ৰব্ৰজনৰ বাবে                        (c) বস্তি

(b) মাটিৰ অৱক্ষয়ৰ ফলত        (d)  বায়ু প্ৰদূষণ

উত্তৰঃ

2. ৩০টামান শব্দৰে প্ৰশ্নকেইটাৰ উত্তৰ লিখা।

(i) প্ৰদূষণ আৰু প্ৰদূষকৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ

(ii) বায়ু প্ৰদূষণৰ মূখ্য উৎসবোৰৰ বিষয়ে লিখা।

উত্তৰঃ

(iii) বায়ু প্ৰদূষণে মানুহৰ স্বাস্থ্যৰ কেনে ক্ষতি কৰিব পাৰে?

উত্তৰঃ

3. ১৫০টা মান শব্দৰে নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ লিখা।

(i) ভাৰতবৰ্ষলৈ জল প্ৰদূষণৰ প্ৰকৃতিৰ বিষয়ে লিখা।

উত্তৰঃ

(ii) ভাৰতত বস্তিবাসীৰ সমস্য়াৱলীৰ বিষয়ে লিখা।

উত্তৰঃ

(iii) ভূমি অৱক্ষয় ৰোধ কৰাৰ বাবে ল’বলগীয়া  প্ৰক্ৰিয়াবোৰ কি কি বিষয়ে লিখা।

উত্তৰঃ