Class 12 Geography Answer Assamese Medium | HS 2nd Year Geography Solution Assam | Question & Answer | Chapter 13 | অধ্যায় ১৩ | অসম | প্ৰশ্ন উত্তৰ |

Chapter 13

অসম

অনুশীলনীঃ

১। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা –

(ক) অসমৰ অক্ষৰৈখিক আৰু দ্ৰাঘিমাৰৈখিক বিস্তিতি কি?

উত্তৰঃ 

(খ) অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম কি কি?

উত্তৰঃ 

(গ) অসমৰ নদী গঠিত সমভূমি অঞ্চল দুটা কি কি?

উত্তৰঃ 

(ঘ) ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত বিচ্ছেদক ৰূপে থকা পাহাৰলানিৰ নাম কি?

উত্তৰঃ 

(ঙ) ব্ৰহ্মপুত্ৰৰ উৎসটোৰ নাম কি?

উত্তৰঃ 

(চ) বাংলাদেশত সোমোৱাৰ পিচতে ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনাজাত?

উত্তৰঃ 

(ছ) অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম কি কি?

উত্তৰঃ 

(জ) অসমত উৎপাদিত প্ৰধান উপাৰ্জক শস্যকেইটাৰ নাম কি  লিখা।

উত্তৰঃ 

(ঝ) অসমত প্ৰথমটো তেল শোধনাগাৰ ক’ত আৰু কেতিয়া স্থাপন হৈছিল?

উত্তৰঃ 

(ঞ) ২০০১ চনৰ লোক পিয়লমতে অসমৰ মুঠ জনসংখ্যা কিমান?

উত্তৰঃ 

২। শুদ্ধ উত্তৰটো বাছি উলিওৱা –

(i) অসমৰ প্ৰতি বৰ্গ কিলোমিটাৰত কিমান আয়তন 

    (ক) ৭০, ৪০০ বৰ্গ কিলোমিটাৰ

    (খ) ৭৮, ৪৩৮ বৰ্গ কিলোমিটাৰ

    (গ) ৬৮, ৪২৪ বৰ্গ কিলোমিটাৰ

    (ঘ) ৭৮, ৪৩৪ বৰ্গ কিলোমিটাৰ

উত্তৰঃ

(ii) বৰাক নদী 

    (ক) অৰুণাচল প্ৰদেশৰ

    (খ) নাগালেণ্ড

    (গ) মণিপুৰৰ

    (ঘ) মেঘালয়ৰ পাৰ্বত্য অঞ্চলৰ পৰা ওলাইছে

উত্তৰঃ 

(iii) কাৰ্বি আংলং জিলাৰ বোকাজানত কি কাৰখান আছে

    (ক) কাগজৰ কাৰখানা

    (খ) পাট-সূতাৰ কাৰখানা

    (গ) চিমেন্টৰ কাৰখানা

    (ঘ) লো-তীখাৰ কাৰখানা আছে।

উত্তৰঃ

(iv) ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ গাঁৱত বাস কৰা লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ শতকৰা কিমান

    (ক)৮৭.২৮ ভাগ

    (খ) ৮০.২৮ ভাগ

    (গ) ৮২.০৫ ভাগ

    (ঘ) ৭৭. ২০ ভাগ

উত্তৰঃ

(v) ২০০১ চনৰ লোকপিয়ল মতে অসমৰ জনবসতিৰ ঘনত্ব হ’ল (প্ৰতিবৰ্গ কিলোমিটাৰত)

    (ক) ৩৮০ জন

    (খ) ২১০ জন

    (গ) ২৮০ জন

    (ঘ) ৩৪০ জন

উত্তৰঃ

(vi) দীপৰ বিল এখন/এটা

    (ক) ব্যাঘ্ৰ প্ৰকল্প

    (খ) ৰাষ্ট্ৰীয় উদ্যান

    (গ) পক্ষী অভয়াৰণ্য

    (ঘ) মৎস্য প্ৰকল্প

উত্তৰঃ

(vii) ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত

    (ক) ডিব্ৰুগড় জিলাত

    (খ) গোলাঘাট জিলাত

    (গ) তিনিচুকীয়া জিলাত

    (ঘ) শিৱসাগৰ জিলাত

উত্তৰঃ

৩। উত্তৰ লিখা ( ১৫০ টা মান শব্দৰ ভিতৰত)

(ক) অসমৰ ভূপ্ৰাকৃতিক অৱয়বৰ এটি  বৰ্ণনা দিয়া।

উত্তৰঃ

(খ) অসমৰ জলবায়ুৰ এটি চমু বৰ্ণনা দিয়া।

উত্তৰঃ

(গ) কেনেধৰণৰ প্ৰাকৃতিক উদ্ভিদ অসমত পোৱা যায়? অসমৰ উদ্ভিদ আৰু পশু সম্পদৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ

(ঘ) অসমৰ জনসংখ্য়া বিতৰণ এটি বৰ্ণনা দিয়া।

উত্তৰঃ 

(ঙ) অসমৰ প্ৰধান কৃষিজাত দ্ৰব্যসমূহ কি কি ৰ বিষয়ে চমু বৰ্ণনা দিয়া।

উত্তৰঃ

(চ) অসমৰ ঔদ্যোগিক বিকাশত প্ৰতিবন্ধক জন্মোৱা কাৰণসমূহ কি কি লিখা।

উত্তৰঃ

৪। চমুটোকা লিখা –

(ক)  কাৰ্বি মালভূমি

উত্তৰঃ

(খ) ব্ৰহ্মপুত্ৰ উপত্যকা

উত্তৰঃ

(গ) অসমৰ নদ-নদী

উত্তৰঃ

(ঘ) অসমৰ খনিজ-সম্পদ

উত্তৰঃ 

(ঙ) অসমৰ চাহ উদ্যোগ 

উত্তৰঃ

(চ) অসমৰ জনসংখ্যা বৃদ্ধি আৰু  বিতৰণ।

উত্তৰঃ