Class 12 Geography Answer Assamese Medium | HS 2nd Year Geography Solution Assam | Question & Answer | Chapter 2 | অধ্যায় ২ | জনপ্ৰবজন প্ৰকাৰ, কাৰণ আৰু পৰিণতি |

Chapter 2

জনপ্ৰবজন প্ৰকাৰ, কাৰণ আৰু পৰিণতি

অনুশীলনীঃ

১। শুদ্ধ উত্তৰ বাচি উলিওৱা –

(i) ভাৰতবৰ্ষৰ পুৰুষ প্ৰব্ৰজনৰ প্ৰধান কাৰণ কোনটো ?

(ক) শিক্ষা

(খ) ব্যৱসায়-বাণিজ্য

(গ) কৰ্ম আৰু নিয়োজন 

(ঘ) বিবাহ

উত্তৰঃ

(ii) আপ্ৰব্ৰজন অধিক হোৱা ৰাজ্য কোনখন ?

(ক) উত্তৰপ্ৰদেশ

(খ) দিল্লী

(গ) মহাৰাষ্ট্ৰ

(ঘ) বিহাৰ

উত্তৰঃ

(iii) তলত উল্লেখ কৰা কোনটো প্ৰব্ৰজনৰ সোঁত পুৰুষ প্ৰধান ?

(ক) গ্ৰাম্যৰ পৰা গ্ৰাম্যলৈ 

(খ) নগৰৰ পৰা গাঁৱলৈ

(গ) গ্ৰাম্যৰ পৰা নগৰলৈ

(ঘ) নগৰৰ পৰা নগৰলৈ

উত্তৰঃ

(iv) তলৰ কোনটো নৰপুঞ্জত অধিকাংশ প্ৰব্ৰজিত জনসংখ্যা ক’ত আছে ?

(ক) মুম্বাই নগৰপুঞ্জ 

(খ) দিল্লী

(গ) বাংগালোৰ

(ঘ) চেন্নাই

উত্তৰঃ

২) তলত দিয়া প্ৰশ্নবোৰ ৩০ টামান শব্দৰ ভিতৰত উত্তৰ লিখা ।

i) জীৱনজুৰি হোৱা প্ৰব্ৰজন আৰু বিগত বাসস্থনৰ ভিত্তিত হোৱা প্ৰব্ৰজনৰ মাজত পাৰ্থক্য লিখা ।

উত্তৰঃ

ii) পুৰুষ/মহিলাৰ নিৰ্বাচিত প্ৰব্ৰজনৰ মূল কাৰণ কি?

উত্তৰঃ

iii) বয়স আৰু লিংগৰ সংৰচনাৰ ওপৰত গ্ৰাম্ৰ্য-নগৰীয়া প্ৰব্ৰজনে উৎস আৰু গন্তব্যস্থলত কেনে প্ৰভাৱ বিস্তৰ কৰিছে ?

উত্তৰঃ

৩) ১৫০ টামান শব্দৰ ভিতৰত উত্তৰ লিখা-

i) আন্তৰ্জাতিক প্ৰব্ৰজনৰ ফলত ভাৰতত হোৱা পৰিণামবোৰ আলোচনা কৰা ।

উত্তৰঃ

ii) প্ৰব্ৰজনৰ ফলত হোৱা সামাজিক-জনসাংখ্যিক পৰিণামবোৰ কি ?

উত্তৰঃ