Class 12 Geography Answer Assamese Medium | HS 2nd Year Geography Solution Assam | Question & Answer | Chapter 3 | অধ্যায় ৩ | মানৱ সম্পদ উন্নয়ন | প্ৰশ্ন উত্তৰ |

Chapter 3

মানৱ সম্পদ উন্নয়ন

অনুশীলনীঃ

১) উপযুক্ত উত্তৰটো বাছি উলিওৱা 

i) ২০০৫ চনৰ বিশ্বৰ মানৱ সম্পদ উন্নয়নৰ প্ৰতিবেদনৰ সুচকাংকমতে ভাৰতবৰ্ষৰ স্থান   হ’ল

(ক) ১২৬

(খ) ১২৭

(গ) ১২৮

(ঘ) ১২৯

উত্তৰঃ

ii) ভাৰতবৰ্ষৰ মানৱ সম্পদ উন্নয়ন সুচকাংক অনুসৰি কোনখন প্ৰদেশৰ স্থান শীৰ্ষত ?

(ক) তামিলনাডু 

(খ) পঞ্জাব 

(গ) কেৰালা

(ঘ) হাৰিয়ানা

উত্তৰঃ

iii) ভাৰতবৰ্ষৰ কোনখন প্ৰদেশত ২০০১ চনৰ পিয়লি অনুসৰি মহিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন ?

(ক) জন্মু আৰু কাশ্মীৰ 

(খ) পঞ্জাব 

(গ) ঝাৰখণ্ড 

(ঘ) বিহাৰ

উত্তৰঃ

iv) ভাৰতবৰ্ষৰ কোনখন প্ৰদেশত ০-৬ বছৰৰ বিতৰত নাবালিকা শিশুৰ লিংগৰ হাৰ সৰ্বনিম্ন ?

(ক) লাক্ষাদ্বীপ 

(খ) হাৰিয়ানা 

(গ) পঞ্জাব

(ঘ) হিমাচল প্ৰদেশ

উত্তৰঃ

v) ভাৰতবৰ্ষৰ কোনখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ শিক্ষিতৰ হাৰ সৰ্বাধিক ?

(ক) লাক্ষাদ্বীপ 

(খ) চণ্ডীগড়

(গ) দমন আৰু দিউ

(ঘ) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

উত্তৰঃ

২) তলত দিয়া প্ৰশ্নবোৰ ৩০ টামান শব্দৰ ভিতৰত উত্তৰ দিয়া ।

i) মানৱ উন্নয়নৰ সুত্ৰটো কি লিখা ।

উত্তৰঃ

ii) উত্তৰ ভাৰতৰ প্ৰদেশবোৰৰ অধিকাংশতেই মানৱ সম্পদ  উন্নয়নৰ হাৰ নিম্নমানৰ কিয়?  দুটা কাৰণ  কৰা ।

উত্তৰঃ

৩) ১৫০ টামান শব্দৰ ভিতৰত উত্তৰ লিখা-

i) ভাৰতবৰ্ষৰ মহিলা শিক্ষিতৰ স্থানিক আৰ্হি  আলোচনা কৰা আৰু কাৰণ ব্যাখ্যা কৰা ।

উত্তৰঃ

ii) ভাৰতবৰ্ষৰ ১৫ খন ৰাজ্যৰ মানৱ সম্পদ উন্নয়নৰ স্থানিক প্ৰভেদৰ সৃষ্টি কৰা কাৰকবোৰ  ব্যাখ্যা কৰা ।

উত্তৰঃ