Class 12 Geography Answer Assamese Medium | HS 2nd Year Geography Solution Assam | Question & Answer | Chapter 6 | অধ্যায় ৬ | ভাৰতৰ জলসম্পদ | প্ৰশ্ন উত্তৰ |

Chapter 6

ভাৰতৰ জলসম্পদ

অনুশীলনীঃ

1. শুদ্ধ উত্তৰটো বাচি উলিওৱা-

(i) তলত দিয়া কোনটো শ্ৰেণীয়ে পানীক সম্পদ হিচাপে গণ্য কৰে?

(ক) অজৈৱিক সম্পদ        (গ) জৈৱিক সম্পদ

(খ) অপৰম্পৰাগত সম্পদ    (ঘ) চক্ৰীয় সম্পদ

উত্তৰঃ 

(ii) তলত দিয়া কোনখন নদীৰ পুনৰ্ভৰণক্ষম ভূগৰ্ভীয় সম্পদ দেশৰ ভিতৰতেই সৰ্বাধিক?

(ক) সিন্ধু            (গ) গংগা

(খ) ব্ৰহ্মপুত্ৰ        (ঘ) গোদাবৰী

উত্তৰঃ 

(iii) ভাৰতত মুঠ বছৰেকীয়া বৃষ্টিপাত কিমান ঘন কিলোমিটাৰ?

(ক) ২০০০        (গ) ৪০০০

(খ) ৩০০০        (ঘ) ৫০০০

উত্তৰঃ

(iv) দক্ষিণ ভাৰতৰ কোনখন ৰাজ্যত ভূগৰ্ভীয় জলসম্পদৰ ব্যৱহাৰ সৰ্বাধিক (শতকৰা হিচাপত)

(ক) তামিলনাডু        (গ) অন্ধ্ৰপ্ৰদেশ 

(খ) কৰ্ণাটক            (ঘ) কেৰালা

উত্তৰঃ 

(v) তলত দিয়া কোনটো শিতানত জলসম্পদৰ ব্যৱহাৰ সৰ্বনিম্ন?

(ক) জলসিঞ্চন        (গ) গৃহস্থালি ব্যৱহাৰ

(খ) শিল্পক্ষেত্ৰ           (ঘ) কোনোটো নহয়

উত্তৰঃ 

2. ৩০টা মান শব্দৰ ভিতৰত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা।

(i) ভাৰতত জলসম্পদ হ্ৰাস পোৱাৰ মূল কাৰণবোৰ কি?

উত্তৰঃ

(ii) পঞ্জাব, হাৰিয়ানা আৰু তামিলনাডুত ভূগৰ্ভস্থ জলৰাশিৰ উন্নয়নৰ সৰ্বাধিক কিয়?

উত্তৰঃ

(iii) আমাৰ দেশত কৃষিক্ষেত্ৰত মুঠ পানীৰ ব্যৱহাৰ ক্ৰমশ হ্ৰাস পাব বুলি কিয় ধাৰণা কৰা হয়?

উত্তৰঃ

(iv) দূষিত পানী ব্যৱহাৰ কৰাৰ ফলত জনজীৱনত কি প্ৰভাৱ বা ফলাফল হ’ব পাৰে?

উত্তৰঃ

3. তলত দিয়া প্ৰশ্নবোৰৰ ১৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা।

(i) ভাৰতত জলসম্পদৰ প্ৰাচুৰ্যতা আলোচনা কৰা। জল সম্পদ বিতৰণৰ ক্ষেত্ৰত কি কি কাৰকে প্ৰভাৱান্বিত কৰে লিখা।

উত্তৰঃ 

(ii) জলসম্পদ হ্ৰাস পোৱাৰ বাবে কি ধৰণৰ সামাজিক সমস্য়াৰ সৃষ্টি হৈছে? উদাহৰণসহ বহলাই লিখা।

উত্তৰঃ

(iii) জলচ্ছেদ ব্যৱস্থাপনা কি? ধাৰণাক্ষম উন্নয়নত ইয়াৰ প্ৰভাৱ কেনেকুৱা হ’ব পাৰে?

উত্তৰঃ