Class 12 Geography Answer Assamese Medium | HS 2nd Year Geography Solution Assam | Question & Answer | Chapter 7 | অধ্যায় ৭ | খনিজ পদাৰ্থ আৰু শক্তি সম্পদসমূহ | প্ৰশ্ন উত্তৰ |

Chapter 7

খনিজ পদাৰ্থ আৰু শক্তি সম্পদসমূহ

অনুশীলনীঃ

১। নিম্নলিখিত বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(i) নিম্নলিখিত ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্যত মুখ্য তৈলক্ষেত্ৰসমূহ অৱস্থিত?

(a) অসম        (c) ৰাজস্থান

(b) বিহাৰ         (d) তামিলনাডু

উত্তৰঃ 

(ii) নিম্নলিখিত ঠাইসমূহৰ মাজৰ কোনখন ঠাইত পোন প্ৰথমে পাৰমাণৱিক শক্তি কেন্দ্ৰ আৰম্ভ হৈছিল?

(a) কালপাক্কম        (c) ৰাণাপ্ৰতাপ সাগৰ

(b)  নাৰোৰা            (d) তাৰাপুৰ

উত্তৰঃ

(iii) নিম্নলিখিত খনিজৰ ভিতৰত কোনবিধ খনিজক ‘মুগা হীৰা’ বুলি জনা যায়?

(a) লো            (c) মেংগানিজ

(b) লিগ্নাইত     (d) অভ্ৰ

উত্তৰঃ  

(iv) নিম্নলিখিতসমূহৰ ভিতৰত কোনটো অপুনৰ্ভৱ শক্তিৰ উৎস?

(a) জলবিদ্যুৎ শক্তি        (c) তাপশক্তি

(b) সৌৰ শক্তি                (d) বতাহ শক্তি

উত্তৰঃ 

২। ৩০টামান শব্দৰে নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ লিখা।

(i) ভাৰতবৰ্ষত অভ্ৰৰ বিতৰণৰ ওপৰত এটি টোকা লিখা.

উত্তৰঃ 

(ii) ‘পাৰমাণৱিক শক্তি’ মানে কি? ভাৰতৰ পাৰমাণৱিক শক্তিকেন্দ্ৰসমূহৰ নাম উল্লেখ কৰা।

উত্তৰঃ

(iii) অলৌহ ধাতুবোৰৰ নাম লিখা। এইবোৰৰ অৱস্থানিক বিতৰণৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

(iv) অলৌকিক শক্তিৰ উৎস  বুলিলে কি বুজায়?

উত্তৰঃ

৩। ১৫০টামান শব্দৰে নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(i) ভাৰতবৰ্ষৰ পেট্ৰ’লিয়াম সম্পদৰ বিষয়ে বিতং টোকা লিখা।

উত্তৰঃ

(ii) ভাৰতৰ জলবিদ্যুৎ শক্তিৰ বিষয়ে এখন ৰচনা লিখা।

উত্তৰঃ