Class 12 Geography Answer Assamese Medium | HS 2nd Year Geography Solution Assam | Question & Answer | Chapter 8 | অধ্যায় 8 | নিৰ্মাণ উদ্যোগ | প্ৰশ্ন উত্তৰ |

Chapter 8

নিৰ্মাণ উদ্যোগ

অনুশীলনীঃ

1. নিম্নলিখিত বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি লোৱা।

(i) কোনটো কাৰকে উদ্য়োগৰ স্থান নিৰ্ণয় কৰে?

(a) বজাৰ        (c) জনসংখ্য়াৰ ঘনত্ব

(b) মূলধন       (d) শক্তি

উত্তৰঃ

(ii) ভাৰতত স্থাপিত হোৱা আটাইতকৈ পুৰণি লো আৰু তীখা কোম্পানীটোঃ

(a) ভাৰতীয় লো আৰু তীখা কোম্পানী।

(b) টাটা লো আৰু তীখা কাৰখানা।

(c) বিশ্বেশ্বৰায় লো আৰু তীখা কাৰখানা।

(d) মহীশূৰ লো আৰু তীখা কাৰখানা।

উত্তৰঃ

(iii) মুম্বাইত প্ৰথম, আধুনিক কপাহী কাপোৰৰ কলঘৰ প্ৰতিষ্ঠিত হোৱাৰ কাৰণ হ’লঃ

(a) মুম্বাই এটা বন্দৰ।

(b) কপাহ উৎপাদন হোৱা অঞ্চলৰ ওচৰত অৱস্থিত।

(c) মুম্বাই বিত্ত কেন্দ্ৰ আছিল।

(d) উপৰোক্ত আটাইকেইটা কাৰণ।

উত্তৰঃ 

(iv) হুগলি উদ্যোগ অঞ্চলৰ প্ৰাণকেন্দ্ৰটো হ’ল

(a) কলকাতা-হাওৰা         (b) কলকাতা-মেদিনীপুৰ

(c) কলকাতা-ৰিছৰা        (d) কলকাতা-কননগৰ

উত্তৰঃ 

(v) নিম্নলিখিত ঠাইৰ মাজৰ কোনখন দ্বিতীয় প্ৰধান চেনি উৎপাদক ৰাজ্য?

(a) মহাৰাষ্ট্ৰ           (b) পাঞ্জাব  

(c) উত্তৰপ্ৰদেশ    (d) তামিলনাডু

উত্তৰঃ 

2. ৩০টামান শব্দৰে নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ লিখা।

(i) কোনো এখন দেশৰ বিকাশৰ ক্ষেত্ৰত লো আৰু তীখা উদ্যোগক মৌলিক বুলি কিয় ভবা হয়?

উত্তৰঃ

(ii) কপাহী বয়ন শিল্পৰ দুটা খণ্ডৰ নাম কি কি লিখা। এই খণ্ড দুটাৰ পাৰ্থক্যবোৰ কি কি?

উত্তৰঃ

(iii) চেনি উদ্যোগক কিয় ঋতুভিত্তিক উদ্য়োগ বুলি কোৱা হয়?

উত্তৰঃ

(iv) পেট্ৰ’ৰাসায়নিক উদ্যোগৰ বাবে কি কেঁচা সামগ্ৰীক মৌলিক বুলি ভবা হয়? এই উদ্য়োগৰ উৎপাদিত সামগ্ৰী কিছুমানৰ নাম লিখা।

উত্তৰঃ 

(v) ভাৰতবৰ্ষত, তথ্যপ্ৰযুক্তি (IT) বিপ্লৱৰ দ্বাৰা কি মুখ্য প্ৰভাৱ পৰিছে?

উত্তৰঃ

3. ১৫০টামান শব্দৰে নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(i) স্বদেশী আন্দোলনে কেনেদৰে কপাহী বয়ন উদ্য়োগক মুখ্য প্ৰেৰণা যোগালে লিখা?

উত্তৰঃ

(ii) সংস্কাৰমুক্তায়ন, নিজস্বত্বায়ন আৰু বিশ্বায়ন বুলিলে কি বুজা? ভাৰতত উদ্য়োগ বিকাশৰ ক্ষেত্ৰত  এইবিলাকে কেনেদৰে সহযোগিতা ৰাখিছে বৰ্ণনা কৰা।

উত্তৰঃ