Class 12 Geography Answer Assamese Medium | HS 2nd Year Geography Solution Assam | Question & Answer | Chapter 9 | অধ্যায় ৯ | পৰিকল্পনা আৰু ভাৰতৰ পৰিপ্ৰেক্ষিতত ধাৰণাক্ষম বিকাশ | প্ৰশ্ন উত্তৰ |

Chapter 9

পৰিকল্পনা আৰু ভাৰতৰ পৰিপ্ৰেক্ষিতত ধাৰণাক্ষম বিকাশ

অনুশীলনীঃ

১। নিম্নলিখিত বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি লোৱা।

(i) আঞ্চলিক পৰিকল্পনা জড়িত হৈ থাকেঃ

(a) বিভিন্ন খাদ্যৰ অৰ্থনৈতিক বিকাশৰ সৈতে,

(b) অঞ্চবিশেষে থকা উন্নয়নৰ ব্যৱস্থাৰ লগত,

(c) পৰিবহণ প্ৰসাৰণত থকা আঞ্চলিক প্ৰভেদৰ সৈতে

(d) গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ সৈতে

উত্তৰঃ 

(ii) ITDP য়ে নিম্নলিখিত কোনটোৰ কথা উল্লেখ কৰে?

(a) পূৰ্ণাংগ পৰ্যটন উন্নয়ন কাৰ্যসূচী

(b) পূৰ্ণাংগ ভ্ৰমণ উন্নয়ন কাৰ্যসূচী

(c) পূৰ্ণাংগ জনজাতীয় উন্নয়ন কাৰ্যসূচী

(d) পূৰ্ণাংগ পৰিবহণ উন্নয়ন কাৰ্যসূচী

উত্তৰঃ 

(iii) নিম্নলিখিত কাকৰ ভিতৰত কোনটো কাৰক, ইন্দিৰা গান্ধী খালৰ আধিপত্য অঞ্চলৰ, ধাৰণক্ষম উন্নয়নৰ বাবে অতি প্ৰয়োজনীয়?

(a) কৃষিকাৰ্যৰ বিকাশ

(b) পৰিৱেশ বিকাশ

(c) যাতায়াতৰ উন্নয়ন

(d) স্থলভাগৰ উপনিবেশিকতা থকা

উত্তৰঃ 

২। ৩০টা মান শব্দৰে নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ লিখা।

(i) ব্ৰহমৌ’ৰ অঞ্চলত  ITDPৰ দ্বাৰা হোৱা সামাজিক উপকাৰবোৰ কি কি?

উত্তৰঃ

(ii) ধাৰণক্ষম উন্নয়নৰ ধাৰণাটো বৰ্ণনা কৰা?

উত্তৰঃ

(iii) ইন্দিৰা গান্ধী খালৰ অধীনস্থ অঞ্চলত, জলসিঞ্চনৰ ধনাত্মক প্ৰভাৱবোৰ কি কি?

উত্তৰঃ

৩। ১৫০টা মান শব্দৰে নিম্নলিখিত প্ৰশ্নকেইটাৰ উত্তৰ লিখা।

(i) খৰাংপ্ৰৱণ অঞ্চলৰ কৰ্মসূচীৰ ওপৰত এটি চমুটোকা লিখা। ভাৰতবৰ্ষৰ শুষ্কভূমিৰ কৃষিকাৰ্যৰ বিকাশত, এই কৰ্মসূচীবোৰে কেনেদৰে সহায় আগবঢ়াইছে?

উত্তৰঃ

(ii) ইন্দিৰা গান্ধী খালৰ অধীনস্থ অঞ্চলৰ ধাৰণক্ষম উন্নয়নক উন্নত কৰা প্ৰচেষ্টাবোৰৰ বিষয়ে লিখা।

উত্তৰঃ

প্ৰকল্প (Project)

(iii) তোমালোকে বসবাস কৰা অঞ্চলটোত ৰূপায়ণ হোৱা আঞ্চলিক বিকাশৰ কাৰ্যসূচী বিচাৰি উলিওৱা। এনে কাৰ্যসূচীৰ পৰা সমাজ আৰু অৰ্থনীতিত, কেনে প্ৰভাৱ পৰিছে, বিচাৰি চোৱা।

(iv) তোমালোকে নিজৰ একোটা অঞ্চল নিৰ্বাচন বা চিনাক্ত কৰি লোৱা, য’ত বেছিকৈ পৰিবেশিক আৰু আৰ্থ-সামাজিক সমস্যাই জৰ্জৰিত কৰি আছে। ইয়াৰ কাৰণবোৰৰ বিষয়ে লিখা। ইন্দিৰা গান্ধী খালৰ অধীনস্থ অঞ্চলত কৰাৰ লেখীয়াকৈ এইবোৰ অঞ্চলতো কেনেদৰে ধাৰণক্ষম উন্নয়ন ব্যৱস্থা গ্ৰহণ কৰিব পাৰি মন্তব্য প্ৰকাশ কৰা।