Class 12 Geography Question and Answer Assam | Assamese Medium | Chapter 4 | অধ্যায় ৪ | মানৱ সম্পদৰ বিকাশ | প্ৰশ্ন উত্তৰ |

চতুৰ্থ অধ্যায়

মানৱ সম্পদৰ বিকাশ

অনুশীলনীঃ

(ক) এটা শব্দ / বাক্যত উত্তৰ দিয়া ( প্রতিটো প্রশ্নৰ মূল্যাংক -১ )

 ১। তলত উল্লেখ কৰা কোনখন মহাদেশৰ জনসংখ্যা সর্বাধিক?

 (ক) আফ্রিকা (খ) এছিয়া

(গ) দক্ষিণ আমেৰিকা (ঘ) ইউৰােপ 

উত্তৰঃ

২। তলৰ কোনটো অঞ্চলত জনসংখ্যা সেৰেঙা নহয়? 

(ক) আটাকামা (খ) ছাইবেৰিয়া

(গ) গ্রীনলেণ্ড (ঘ) দক্ষিণ-পূর্ব এছিয়া

উত্তৰঃ

৩। তলৰ কোনটো অৱস্থা এটা বিকর্ষণী কাৰক নহয়? 

(ক) পানীৰ অভাৱ (খ) নিযুক্তিহীনতা (গ) মহামাৰী (ঘ) যাতায়াত সুবিধা

উত্তৰঃ

 ৪। তলৰ কোনটো তথ্য সত্য নহয়? 

(ক) জনসংখ্যাৰ প্রকৃত বৃদ্ধি = পূর্বৰ জনসংখ্যা + জন্ম – মৃত্যু + অন্তঃপ্রব্রজন।

উত্তৰঃ 

(খ) ১৬৫০-১৯৮৬ চনৰ মাজৰ সময়ছােৱাত বিশ্ব জনসংখ্যা ১২ গুণ বাঢ়িল।

উত্তৰঃ  

(গ) ১৯৮৬-১৯৯৫ চনৰ সময়ছােৱাত পৃথিৱীৰ জনসংখ্যা ১০০ কোটি বাঢ়িল।

উত্তৰঃ

(ঘ) আনবােৰ মহাদেশৰ তুলনাত ইউৰােপত জনসংখ্যা বৃদ্ধিৰ হাৰ কম।

উত্তৰঃ 

৫। প্ৰব্ৰজনৰ ফলত গােটেই পৃথিৱীৰ মুঠ জনসংখ্যা কম-বেছি হয়নে?

উত্তৰঃ

৬। চাকৰি আৰু শিক্ষালাভৰ উদ্দেশ্যে এবছৰৰ বেছি দিনৰ বাবে ওলাই যােৱা প্ৰব্ৰজনৰ শ্ৰেণীটো কি?

উত্তৰঃ

৭। বর্গ কিলােমিটাৰত ২০০ জনৰ অধিক লােকে বসতি কৰা আফ্রিকাৰ দেশখন কি?

উত্তৰঃ-

৮। জনদৃশ্যপট সংক্রমণ চক্ৰৰ কোনটো পর্যায়ত জনসংখ্যা সর্বাধিক বৃদ্ধি হয়?

উত্তৰঃ-

৯। উৎস অঞ্চলৰ আকর্ষণী কাৰকৰ ফলত জনপ্ৰব্ৰজন ঘটিব পাৰেনে? 

উত্তৰঃ-

১০। তলৰ তালিকাখনৰ খালী ঠাই পূৰণ কৰা।

উত্তৰঃ

১১। জনদৃশ্যপট সংৰচনাত জনসংখ্যাৰ কোনবােৰ মাত্রা সন্নিৱিষ্ট কৰা হয়? 

উত্তৰঃ-

১২। লিংগ – অনুপাত কাক বােলে?

উত্তৰঃ-

১৩। লিংগ – বৈষম্যৰ ফলত প্রধানকৈ কি সমস্যা সৃষ্টি হয়?

উত্তৰঃ-

১৪। পৃথিৱীত সামগ্রিক লিংগানুপাত কিমান?

উত্তৰঃ-

১৫। কর্মক্ষম অথবা কৰ্মৰত শ্রেণীটোৰ বয়সসীমা কি?

উত্তৰঃ-

১৬। বয়স – লিংগানুপাতিক সংৰচনা উপস্থাপনৰ ৰঞ্জক – চিত্ৰটোৰ নাম কি? 

উত্তৰঃ-

১৭। নাৰী – সাক্ষৰতা কাক বােলে? 

উত্তৰঃ-

১৮। প্রাথমিক খণ্ডৰ জীৱিকাসমূহৰ মূল সাধাৰণ লক্ষণটো কি?

উত্তৰঃ-

১৯। সংযুক্ত আৰব এমৰেটছৰ জনসংখ্যা অতিপাত পুৰুষপ্রধান হােৱাৰ কাৰণ কি? 

(ক) পুৰুষ শিশুৰ উচ্চ জন্মহাৰ 

(খ) কন্যা শিশুৰ নিম্ন জন্মহাৰ 

(গ) নাৰী জনসংখ্যাৰ ব্যাপক বহিঃপ্রব্রজন

(ঘ) পুৰুষৰ অন্তঃপ্রব্রজন 

উত্তৰঃ

২০। তলৰ কোনখন ৰাষ্ট্ৰত পুৰুষ অনুপাতে নাৰীৰ সংখ্যা সর্বাধিক?

 (ক) লাটভিয়া (খ) জাপান

(গ) ফ্রান্স (ঘ) জাৰ্মানী

উত্তৰঃ

২১। তলৰ কোনটো অৱস্থাই উন্নয়নৰ অৰ্থ অধিকভাৱে বহন কৰে?

(ক) ৰাষ্ট্রৰ বিশাল আয়তন 

(খ) ৰাষ্ট্রৰ জনসংখ্যা সমৃদ্ধি 

(গ) ধনাত্মক গুণগত পৰিৱর্তন 

(ঘ) জনমূৰি সম্পদ বৃদ্ধি 

উত্তৰঃ

২২। উন্নয়নৰ শেহতীয়া ধাৰণাটো কোনজন মনীষীয়ে উপস্থাপন কৰিছিল? 

(ক) কুমাৰী এলেন চি চেম্পল

(খ) ড ° মেহবুব -উল-হক

(গ) ৰাটজেল

(ঘ) অধ্যাপক অমর্ত্য সেন

উত্তৰঃ

২৩। তলৰ কোনখন ৰাষ্ট্রৰ উচ্চ পর্যায়ৰ উন্নয়ন সম্ভৱ হােৱাগৈ নাই?

(ক) নৰৱে’

(খ) বেলজিয়াম 

(গ) ইজিপ্ত 

(ঘ) লাক্সেমবার্গ

উত্তৰঃ

২৪। মানৱ সম্পদ উন্নয়নৰ স্তম্ভ চাৰিটা কি কি? 

উত্তৰঃ- 

২৫। উন্নয়নৰ প্ৰসংগৰে সমাজ এখনৰ উৎপাদন মানে কি?

উত্তৰঃ-

২৬। মানৱ সম্পদ উন্নয়নৰ অভিগমন কাক বােলে? 

উত্তৰঃ-

২৭। আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংস্থাৰ প্ৰস্তাৱ অনুক্রমে মানুহৰ কি কি সুবিধাক প্রাথমিক প্রয়ােজনৰূপে চিহ্নিত কৰা হৈছে।

উত্তৰঃ-

২৮। মানৱ সম্পদ উন্নয়নৰ সূচকাংকৰ ন্যূনতম আৰু ঊর্ধ্বতম গণনাংক কি কি?

উত্তৰঃ-

 ২৯। দৰিদ্ৰতা সূচকাংকৰ সহায়ত উন্নয়নৰ কোনটো দিশৰ আভাস পােৱা যায়?

উত্তৰঃ-

৩০। মানৱ সম্পদ উন্নয়নৰ উচ্চ পর্যায়ত অৱস্থিত ৰাষ্ট্র এখনৰ উন্নয়ন সূচকাংক কমপক্ষেও কিমান লাগে?

উত্তৰঃ-

 (খ) তলৰ প্ৰশ্নসমূহৰ ৩০ টা শব্দৰ ভিতৰত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৩ ): 

১। জনসংখ্যাক এখন ৰাষ্ট্রৰ সর্বশ্রেষ্ঠ সম্পদ বােলে কিয়?

উত্তৰঃ-

২। জনসংখ্যাৰ বিতৰণত প্ৰভাৱকাৰী তিনিটা ভৌগােলিক কাৰকৰ চমু আভাস দিয়া। 

উত্তৰঃ-

৩। কি কি কাৰণত খনি অঞ্চলত জনসংখ্যা বৃদ্ধি পায়? 

উত্তৰঃ-

৪। গ্রামাঞ্চলৰ তুলনাত চহৰৰ জনসংখ্যা ক্ষিপ্র বৃদ্ধি হয় কিয়?

উত্তৰঃ-

৫। জনসংখ্যা ঘনত্ব কি ? ইয়াক কেনেকৈ নির্ণয় কৰা হয়? 

উত্তৰঃ-

৬। জনসংখ্যা ঘনত্ব পৃথিৱীৰ নির্দিষ্ট কিছুমান অঞ্চলত বেছি হয় কিয়?

উত্তৰঃ-

 ৭। জনসংখ্যা বৃদ্ধি মানে কি? ইয়াক কি কি ৰূপত প্ৰকাশ কৰা হয়? 

উত্তৰঃ-

৮। প্ৰব্ৰজনৰ আকৰ্ষণী আৰু বিকর্ষণী কাৰকৰ মাজত মূল প্রভেদ কি?

উত্তৰঃ-

 ৯। বর্ষানুবর্ষী প্ৰব্ৰজন কি? আধুনিক ঋতুপ্ৰব্ৰজনৰ লগত ইয়াৰ প্রভেদ কি? 

উত্তৰঃ-

১০। ১৮০০-২০০০ চনৰ সময়ছােৱাত পৃথিৱীৰ জনসংখ্যা দুগুণ বৃদ্ধি পালে কিয়?

উত্তৰঃ-

 ১১। জনসংখ্যাৰ দ্বিগুণ বৃদ্ধিকাল কাক বােলে? এই বৃদ্ধিকাল বিভিন্ন যুগত আৰু বিভিন্ন দেশত একে নহয় কিয়?

উত্তৰঃ-

 ১২। জনসংখ্যাৰ সংৰচনা মানে কি বুজা? 

উত্তৰঃ-

১৩। লিংগ বৈষম্য কাক বােলে? এই বৈষম্য কি কি কাৰণত সৃষ্টি হয়? 

উত্তৰঃ-

১৪। পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ লিংগ অনুপাত সম্বন্ধে থুলমূল আভাস দিয়া। 

উত্তৰঃ-

১৫। বয়স – সংৰচনাৰ পৰা কোনবােৰ আর্থ – সামাজিক সম্ভেদ পােৱা যায়? 

উত্তৰঃ-

১৬। কানাডা আৰু ব্রাজিলৰ চহৰসমূহত পুৰুষতকৈ নাৰীৰ সংখ্যা অধিক হয় কিয়? 

উত্তৰঃ-

১৭। জনসংখ্যা পিৰামিড কাক বােলে? এনেবােৰ পিৰামিডৰ সাধাৰণ লক্ষণ কি? 

উত্তৰঃ-

১৮। গাঁও আৰু চহৰৰ জনদশ্যপটসমূহৰ প্রভেদ কি কি?

উত্তৰঃ-

 ১৯। চহৰ অঞ্চলৰ বাসিন্দাৰ জীৱিকাসমূহৰ প্রধান লক্ষণ কি?

উত্তৰঃ-

 ২০। সাক্ষৰতা হাৰ কি? ইয়াৰ পৰা দেশ এখনৰ বিষয়ে কি কি জনা যায়?

উত্তৰঃ-

 ২১। প্রাথমিক, দ্বিতীয়, তৃতীয়ক আৰু চতুর্থক খণ্ডৰ জীৱিকাৰ মূল লক্ষণবােৰ দাঙি ধৰা। 

উত্তৰঃ-

২২। বৃদ্ধি আৰু উন্নয়ৰ পাৰস্পৰিক সম্পর্ক দাঙি ধৰা। 

উত্তৰঃ-

২৩। মেহবুব – উল – হকে উপস্থাপন কৰা উন্নয়নৰ ধাৰণাটো থােৰতে উল্লেখ কৰা। 

উত্তৰঃ-

২৪। মানৱ সম্পদ উন্নয়নৰ প্ৰধান ক্ষেত্র তিনিখন কি কি? 

উত্তৰঃ-

২৫। মানৱ সম্পদ উন্নয়নৰ স্তম্ভ চাৰিটাৰ অর্থ দাঙি ধৰা।

উত্তৰঃ-

 ২৬। স্থায়িত্ব কাক বােলে? উন্নয়নৰ ক্ষেত্ৰত স্থায়িত্ব কেনেকৈ প্রতিষ্ঠা কৰা হয়?

উত্তৰঃ-

 ২৭। উন্নয়ন পৰিক্ৰমাত ক্ষমতাৰ গুৰুত্ব উল্লেখ কৰা।

উত্তৰঃ-

২৮। মানৱ সম্পদ উন্নয়নৰ অভিগমন মানে কি বুজায়? 

উত্তৰঃ-

২৯। মানৱ সম্পদ উন্নয়নৰ কল্যাণ বৃদ্ধি অভিগমন সম্পর্কে এটি আভাস দিয়া। 

উত্তৰঃ-

৩০। মানৱ সম্পদ উন্নয়নৰ সূচকাংক কেনেকৈ প্ৰস্তুত কৰা হয়?

উত্তৰঃ-

৩১। মানৱ সম্পদ উন্নয়নৰ সূচকাংকত স্বাস্থ্য, শিক্ষা আৰু সম্পদৰ সান্নিধ্য প্রধান মাপক ৰূপে গ্রহণ কৰাৰ তাৎপর্য কি?

উত্তৰঃ-

 ৩২। দৰিদ্ৰতা সূচকাংক কি? মানৱ সম্পদ উন্নয়নৰ লগত ইয়াৰ সম্পর্ক দাঙি ধৰা। 

উত্তৰঃ-

৩৩। মানৱ উন্নয়নৰ আধাৰত পৃথিৱীৰ ৰাষ্ট্ৰসমূহক কেনেকৈ শ্রেণীবিভাজন কৰা হয়?

উত্তৰঃ-

 ৩৪। মানৱ উন্নয়নত পৃথিৱীৰ উচ্চপর্যায়ৰ ৰাষ্ট্ৰসমূহৰ সাধাৰণ লক্ষণ কি কি? 

উত্তৰঃ-

৩৫। কেৱল আর্থিক অগ্রগতিৰ লেখেৰে উন্নয়নৰ জোখ লােৱাৰ অন্তৰায় কি? 

উত্তৰঃ-

( গ ) কম – বেছি ১৫০ টা শব্দত উত্তৰ কৰা ( প্রত্যেক নম্বৰ মূল্যাংক -৫ )

 ১। পৃথিৱীৰ বিভিন্ন অংশত জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বৰ ওপৰত প্ৰভাৱকাৰী কাৰকসমূহ আলােচনা কৰা। 

উত্তৰঃ-

২। জনসংখ্যা বিতৰণৰ ওপৰত উদ্যোগ আৰু চহৰৰ ভূমিকা পর্যালােচনা কৰা। 

উত্তৰঃ-

৩। অঞ্চল এটাত জনসংখ্যাৰ প্রকৃত বৃদ্ধিৰ কাৰণসমূহৰ চমু আভাস দিয়া। 

উত্তৰঃ-

৪। জনদৃশ্যপট সংক্রমণৰ পর্যায় তিনিটা উপস্থাপন কৰা। 

উত্তৰঃ-

৫। লিংগ অনুপাত মানে কি? ইয়াৰ দ্বাৰা জনসমষ্টি এটাৰ কোনবােৰ লক্ষণৰ প্রতিফলন ঘটে?

উত্তৰঃ-

 ৬। জনসংখ্যা পিৰামিড কেইপ্রকাৰৰ ? প্ৰতিটো প্ৰকাৰৰ পিৰামিডৰ পৰা ৰাষ্ট্ৰখনৰ জনগাঁথনি সম্পর্কে কেনেধৰণৰ সম্ভেদ পােৱা যায়?

উত্তৰঃ-

 ৭। বিভিন্ন ৰাষ্ট্ৰত গ্রামাঞ্চল আৰু চহৰাঞ্চলৰ লিংগানুপাত একে লক্ষণৰ নােহােৱাৰ কাৰণসমূহ দাঙি ধৰা।

উত্তৰঃ-

 ৮। অথকাৰী জীৱিকা খণ্ড কেইপ্রকাৰৰ? জীৱিকা খণ্ডসমূহৰ সংৰচনাৰ পৰা ৰাষ্ট্ৰ একোখনৰ আর্থিক অৱস্থাৰ বিষয়ে কি কি উমান পােৱা যায়? 

উত্তৰঃ-

৯। মানৱ সম্পদৰ উন্নয়ন মানে কোনবােৰ ক্ষেত্ৰত উন্নয়নৰ অর্থ বহন কৰে তাৰ এটি থুলমূল আভাস যুগুত কৰা।

উত্তৰঃ-

১০। মানৱ সম্পদ উন্নয়নত সমতা আৰু স্থায়িত্বৰ তাৎপর্য বিশ্লেষণ কৰা।

উত্তৰঃ-

 ১১। মানৱ সম্পদ উন্নয়নৰ চাৰিটা স্তম্ভৰ গুৰুত্ব উপস্থাপন কৰা।

উত্তৰঃ-

 ১২। মানৱ সম্পদ উন্নয়নৰ অভিগমনসমূহৰ ওপৰত আলােকপাত কৰা। 

উত্তৰঃ-

১৩। মানৱ সম্পদ উন্নয়নৰ সূচকাংক প্রস্তুত কৰােতে ব্যৱহাৰ কৰা মাপকসমূহে বহন কৰা তাৎপর্য আলােচনা কৰা। 

উত্তৰঃ-

১৪। মানৱ সম্পদ উন্নয়নৰ আন্তঃৰাষ্ট্ৰীয় ৰিজনি সম্পর্কে এটি থুলমূল আভাস দিয়া। 

উত্তৰঃ-

১৫। মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত মধ্যম আৰু নিম্ন পর্যায়ৰ ৰাষ্ট্ৰসমূহৰ উন্নয়ন পৰিক্ৰমাৰ প্রধান অন্তৰায়সমূহ বাছি উলিওৱা। 

উত্তৰঃ-