Class 12 Geography Solution Assamese Medium | HS 2nd year Geography | Chapter 3 | অধ্যায় ৩ | তথ্যৰ লৈখিক উপস্থাপনা | প্ৰশ্ন উত্তৰ |

তৃতীয় অধ্যায়

তথ্যৰ লৈখিক উপস্থাপনা

অনুশীলনীঃ

১। তলত দিয়া উত্তৰবোৰৰপৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i) তলত উল্লেখ কৰা মানচিত্ৰবোৰৰ কোনখনে জনসংখ্যাৰ বিতৰণ দেখুৱায়।

(ক) কোৰোপ্লেথ বা সমবর্ণী মানচিত্র।

(খ) আইছোপ্লেথ বা সমমানৰেখাৰ মানচিত্র

(গ) বিন্দু মানচিত্র

(ঘ) বর্গমূল মানচিত্র (square root maps )

উত্তৰঃ

(ii) তলত দিয়াবোৰৰ কোনটো, দশক জনসংখ্যাৰ বৃদ্ধি দেখুৱাবলৈ অধিক উপযোগী?

(ক) ৰৈখিক লেখ (line graph)

(খ) মাৰিচিত্র (bar diagram)

(গ) বৃত্ত চিত্র (circle diagram)

(ঘ) গতি চিত্র (flow diagram)

উত্তৰঃ

(iii) তলৰ কোনটো দেখুৱালৈ বহুলেখ (polygraph) অঁকা হয়ঃ

(ক) এটা পৰিৱৰ্তন দেখুৱালৈ (only one variable)

(খ) মাত্ৰ দুটা পৰিৱৰ্তন দেখুৱালৈ (two variables only)

(গ) দুটাতকৈ অধিক পৰিৱৰ্তন দেখুৱালৈ (more than two variables)

(ঘ) ওপৰৰ কোনোটো নহয় (none of the above)

উত্তৰঃ

(iv) তলৰবোৰৰ কোনখন মানচিত্ৰক বহুমুখী (dynamic) মানচিত্র বোলে?

(ক) বিন্দু মানচিত্র (dot map)

(খ) কোৰোপ্লেথ বা বহুবর্ণী (choropleth)

(গ) আইছোপ্লেথ বা সমৰেখাৰ (isopleth)

(ঘ) গতিমানচিত্র (flow map)

উত্তৰঃ

২। ৩০ শব্দৰ ভিতৰত তলৰবোৰ উত্তৰ দিয়াঃ

(i) বিষয়ভিত্তিক মানচিত্র কি? (What is a thematic map?)

উত্তৰঃ

(ii) বহুমুখী দণ্ড চিত্র (multiple bar diagram) আৰু যৌগিক দণ্ডচিত্র (compound bar diagram) ৰ মাজত পাৰ্থক্য দেখুৱা।

উত্তৰঃ

(iii) এখন বিন্দু মানচিত্র আঁকিবলৈ কি কি বস্তুৰ প্ৰয়োজন (what are the requirements to construct a dot map?)

উত্তৰঃ

(iv) যান-বাহনৰ গতিৰ (traffic flow) মানচিত্র আঁকিবলৈ প্রয়োজন হোৱা পদ্ধতিবোৰৰ বৰ্ণনা কৰা।

উত্তৰঃ

(v) সমৰেখাৰ মানচিত্র (isopleth map) কি? কেনেকৈ অন্তর্বেশন (interpolation) কৰা হয়।

উত্তৰঃ

(vi) বহুবর্ণী (choropleth) মানচিত্ৰ প্ৰস্তুত কৰোতে কোনবোৰ দৰকাৰী ব্যৱস্থা ল’ব লাগে, উদাহৰণ সহ বৰ্ণনা কৰা।

উত্তৰঃ

(vii) পাইচিত্ৰৰ (pie-diagram) সহায়ত তথ্য উপস্থাপন কৰিবলৈ কি পদ্ধতি ব্যৱহাৰ কৰা হয় আলোচনা কৰা।

উত্তৰঃ