Class 12 Geography Solution Assamese Medium | HS 2nd year Geography | Chapter 6 | অধ্যায় ৬ | স্থানিক তথ্য প্ৰযুক্তি | প্ৰশ্ন উত্তৰ |

ষষ্ঠ অধ্যায়

স্থানিক তথ্য প্ৰযুক্তি

অনুশীলনীঃ

১। তলত দিয়া চাৰিটা বৈকল্পিক উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(i) স্থানিক তথ্যৰ লক্ষণ নিম্ন উল্লেখিত ৰূপত দেখা যায় :

(ক) অৱস্থিতিক

(খ) ৰৈখিক

(গ) ক্ষেত্রীয়

(ঘ) ওপৰোক্ত তিনিওটা ৰূপত

উত্তৰঃ

(ii) তলত দিয়া কোনটো প্ৰচালক বিশ্লেষক মডিউল (module) চফ্টৱেৰৰ বাবে প্ৰয়োজনঃ

(ক) তথ্যৰ সংগ্ৰহণ

(খ) তথ্যৰ নিষ্কাষণ

(গ) তথ্যৰ প্ৰদৰ্শন

(ঘ) তথ্যৰ উভয়ৰোধন

উত্তৰঃ

(iii) ৰাষ্টাৰ তথ্য ফৰ্মাৰ (format) এটা অসুবিধা হ’লঃ

(ক) সৰল তথ্য সংৰচনা;

(খ) সহজ আৰু দক্ষ উপৰিশায়ী (over laying )

(গ) সুদূৰ সংবেদন প্রতিবিম্বৰ সৈতে মিল থাকে

(ঘ) কঠিন নেটৱৰ্ক ব্যাখ্যা

উত্তৰঃ

(iv) ভেক্টৰ তথ্য ফৰ্মাৰ এটা মুখ্য সুবিধা হলঃ

(ক) জটিল তথ্য সংৰচনা

(খ) কঠিন উভয়ৰোধন প্ৰচালন

(গ) সুদূৰ সংবেদন তথ্যৰ সৈতে অমিল

(ঘ) সঘন তথ্য সংৰচনা

উত্তৰঃ

(v) নগৰৰ পৰিৱৰ্তন চিনাক্তকৰণত ভৌগোলিক সূচনা তন্ত্ৰৰ গৰ্ভৰ ব্যৱহাৰ কৰা হয় কি ক্ষেত্ৰতঃ

(ক) ওপৰঞ্চি প্ৰচালকত

(খ) সান্নিধ্য ব্যাখ্যাত

(গ) নেটৱৰ্ক ব্যাখ্যাত

(ঘ) উভয়ৰোধনত

উত্তৰঃ

২। ৩০টা মান শব্দৰ ভিতৰত তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা।

(i) ৰাষ্টাৰ আৰু ভেক্টৰ তথ্যৰ মাজত থকা পার্থক্য লিখা।

উত্তৰঃ

(ii) উপৰিশায়ী বিশ্লেষণ কি?

উত্তৰঃ

(iii) হস্তবিধিৰ তুলনাত GIS কৌশলত থকা সুবিধাবোৰ কি কি?

উত্তৰঃ

(iv) GIS কৌশলৰ দৰ্কাৰী ঘটকবোৰ কি?

উত্তৰঃ

(v) GIS তত্ত্বত স্থানিক তথ্য কেনেদৰে সজাব পাৰি?

উত্তৰঃ

(vi) স্থানিক তথ্য প্রযুক্তি কি?

উত্তৰঃ

৩। তলত দিয়া প্রশ্নবোৰ ১২৫টা মান শব্দৰ ভিতৰত উত্তৰ দিয়াঃ

(i) ৰাষ্টাৰ আৰু ভেক্টৰ তথ্য ফর্মা উদাহৰণসহ আলোচনা কৰা।

উত্তৰঃ

(ii) GIS সম্বন্ধিত কাৰ্যাৱলী ক্ৰমবদ্ধ ৰূপত কেনেদৰে সম্পাদন কৰা হয় সেই সম্পৰ্কে এটা ব্যাখ্যাত্মক টোকা লিখা।

উত্তৰঃ