Class 8 Social Science AJB | Assam Jatiya Bidyalay | Chapter 10 | অৰ্থনৈতিক বা আৰ্থিক ব্য়ৱস্থা | MCQ Question Answer Solution |

অৰ্থনৈতিক বা আৰ্থিক ব্য়ৱস্থা

Chapter – 10

১। পুঁজিবাদ ব্য়ৱস্থাত উৎপাদনৰ আহিলাসমূহ হ’ল –

(ক) পুঁজিপতি

(খ) ৰাষ্ট্ৰ

(গ) ৰাজ্য়

উত্তৰঃ (খ) ৰাষ্ট্ৰ।

২। অৰ্থনৈতিক ব্য়ৱস্থাসমূহক কেই ভাগত ভগাব পাৰি ?

(ক) ২ টা

(খ) ৩ টা

(গ) ৪ টা

উত্তৰঃ (খ) ৩ টা।

৩। মিশ্ৰ অৰ্থনীতিৰ ভাগ কেইটা ?

(ক) দুটা

(খ) চাৰিটা

(গ) পাঁচটা

উত্তৰঃ (খ) চাৰিটা।

৪। পুঁজিবাদ দেশ সমূহ কি দেশ ?

(ক) দুখীয়া

(খ) ধনি

(গ) উন্নত

উত্তৰঃ (গ) উন্নত।

৫। পুুঁজিবাদৰ মূল লক্ষ্য় কি ?

(ক) মুনাফা

(খ) ধনি

(গ) দুখীয়া

উত্তৰঃ (ক) মুনাফা।

৬। মিশ্ৰ অৰ্থনীতি কেই ভাগত ভগাব ?

(ক) দুই

(খ) তিনি

(গ) চাৰি

উত্তৰঃ (ক) দুই।

৭। তলৰ কোনটোৰ পৰা মিশ্ৰ অৰ্থনীতি গঢ়ি উঠিছে ?

(ক) পুঁজিবাদ আৰু সমাজবাদ

(খ) পুঁজিবাদ আৰু অৰ্থনীতি

(গ) পুঁজিবাদ আৰু সম্পদ

উত্তৰঃ (ক) পুঁজিবাদ আৰু সমাজবাদ।

৮। এখন দেশৰ অৰ্থব্য়ৱস্থাই কেইটা প্ৰধান সমস্য়া সমাধান কৰিব লাগে ?

(ক) দুই

(খ) চাৰি

(গ) ছয়

উত্তৰঃ (খ) চাৰি।

৯। তলৰ কোনটো অৰ্থব্য়ৱস্থাৰ প্ৰধান সমস্য়াৰ সমাধান নহয় ?

(ক) দেশ এখন কি উৎপাদন কৰিব

(খ) কেনেকৈ উৎপাদন কৰিব

(গ) মিশ্ৰ অৰ্থনীতি

উত্তৰঃ (গ) মিশ্ৰ অৰ্থনীতি।

১০। আমাৰ দেশৰ অৰ্থনৈতিক ব্য়ৱস্থা হ’ল ?

(ক) অৰ্থনৈতিক ব্য়ৱস্থা

(খ) সামাজবাদ ব্য়ৱস্থা

(গ) মিশ্ৰ অৰ্থনীতি ব্য়ৱস্থা

উত্তৰঃ (গ) মিশ্ৰ অৰ্থনীতি ব্য়ৱস্থা।

১১। কি ব্য়ৱস্থাই সকলোৰে বাবে সমান অধিকাৰ সাৱস্ত্য় কৰে ?

(ক) সমাজবাদ

(খ) অৰ্থনৈতিক

(গ) মিশ্ৰ অৰ্থনীতি

উত্তৰঃ (ক) সমাজবাদ।

১২। মিশ্ৰ অৰ্থনীতিৰ এক অপৰিহাৰ্য অংগ হ’ল ?

(ক) ৰাজনৈতিক

(খ) অৰ্থনৈতিক

(গ) গণতান্ত্ৰিক

উত্তৰঃ (খ) অৰ্থনৈতিক।

১৩। তলৰ কোনখন দেশ পুঁজিবাদ –

(ক) ভাৰত

(খ) জাপান

(গ) আমেৰিকা

উত্তৰঃ (গ) আমেৰিকা।

১৪। কি আৰ্থিক ব্য়ৱস্থাত কোনো ব্য়ক্তিগত সম্পত্তি থাকিব নোৱাৰে ?

(ক) ৰাজনৈতিক

(খ) অৰ্থনৈতিক

(গ) সমাজবাদ

উত্তৰঃ (গ) সমাজবাদ।

১৫। তলৰ কোনটো ব্য়ৱস্থাত জনমূৰি ঐআয় বেছি ?

(ক) পুঁজিবাদ

(খ) অৰ্থনৈতিক

(গ) সমাজবাদ

উত্তৰঃ (ক) পুঁজিবাদ।

Type By – Kishor Nath