Class 8 Social Science AJB | Assam Jatiya Bidyalay | Chapter 4 | আহোমঃ ৰাজ্য়ৰপৰা সাম্ৰজ্য়লৈ | MCQ Question Answer Solution |

আহোমঃ ৰাজ্য়ৰপৰা সাম্ৰাজ্য়লৈ

Chapter – 4

১। সৰাইঘাটৰি যুদ্ধ কোন চনত হৈছিল ?

(ক) ১৬৭২

(খ) ১২২৮

(গ) ১৬৭১

উত্তৰঃ (গ) ১৬৭১।

২। চুকাফা কি গোষ্ঠীৰপ ৰাজকোঁৱৰ আছিল ?

(ক) মঙ্গোলীয় জনগোষ্ঠী

(খ) টাই জনগোষ্ঠী

(গ) বৰো জনগোষ্ঠী

উত্তৰঃ (খ) টাই জনগোষ্ঠী

৩। চুকাফাই প্ৰতিষ্ঠা কৰা ৰাজ্য়খনৰ নাম কি ?

(ক) অসম

(খ) আহোম

(গ) মোগল

উত্তৰঃ (খ) আহোম।

৪। চুচেংফা স্বৰ্গদেউ কেন ৰজাৰ পুতেক আছিল ?

(ক) চুকাফা

(খ) চুখামফা

(গ) লাচিত

উত্তৰঃ (খ) চুখামফা।

৫। ১৬০৬ খ্ৰি. ত যুদ্ধত কোন পৰাজয় হয় ?

(ক) মোগল

(খ) কছাৰী

(গ) আহোম

উত্তৰঃ (খ) কছাৰী।

৬। কোনজন ৰজাক প্ৰতাপসিংহ উপাধি দিছিল ?

(ক) চুকাফাক

(খ) চুখামফাক

(গ) চুচেংফা

উত্তৰঃ (গ) চুচেংফা।

৭। মোগলে কোনৰাজ্য়ৰ প্ৰতি লোভনীয় চকুৰে চাইছিল ?

(ক) অসম

(খ) কছাৰী

(গ) আহোম

উত্তৰঃ (গ) আহোম।

৮। সুন্দৰ গোহাঁইৰ পুুতেক কোন আছিল ?

(ক) আখেক

(খ) চুকাফা

(গ) চুচেংফা

উত্তৰঃ (ক) আখেক

৯। ঔৰংগজেৱে কাক অসম আক্ৰমণ কৰিবলৈ পঠাইছিল ?

(ক) প্ৰতাপ সিংহ

(খ) মিৰজুমলা

(গ) বৰফুকন

উত্তৰঃ (খ) মিৰজুমলা।

১০। আহোম ৰাজ্য়ৰ প্ৰথম বৰবৰুৱা কোন আছিল ?

(ক) লাচিত

(খ) চুকাফা

(গ) মোমাই তামুলী

উত্তৰঃ (গ) মোমাই তামুলী

১১। সৰাইঘাটৰ যু৪দ্ধত আহোমৰ সেনাপতি কোন আছিল ?

(ক) চুকাফা

(খ) লাচিত

(গ) তামুলী

উত্তৰঃ (খ) লাচিত।

১২। কিমান চনত বিনাবাধাই মীৰজুমলাই গুৱাহাটী দখল কৰিছিল ?

(ক) ১৬৬২ চনৰ ৪ ফ্ৰেব্ৰুৱাৰি

(খ) ১৬৬২ চনৰ ৮ ফ্ৰেব্ৰুৱাৰিট

(গ) ১৬৬২ চনৰ ১২ ফ্ৰেব্ৰুৱাৰি

উত্তৰঃ (ক) ১৬৬২ চনৰ ৪ ফ্ৰেব্ৰুৱাৰী।

১৩। কিমান চনত ৰুদ্ৰসিংহৰ মৃত্য়ু হৈ ?

(ক) ১৭১৪ চনৰ ২৩ আগষ্ট

(খ) ১৭১৪ চনৰ ২৬ আগষ্ট

(গ) ১৭১৪ চনৰ ২৯ আগষ্ট

উত্তৰঃ (গ) ১৭১৪ চনৰ ২৯ আগষ্ট।

১৪। ৰুদ্ৰসিংহ কি ৰোগত মৃত্য়ু হৈছিল ?

(ক) বসন্ত

(খ) জ্বৰ

(গ) যক্ষ্মা

উত্তৰঃ (ক) বসন্ত।

১৫। গদাধৰ সিংহৰ মৃত্য়ুৰ পিছত কোনজন পুত্ৰ ৰাজপাটাত বহে ?

(ক) সৰু পুত্ৰ

(খ) ডাঙৰ পুত্ৰ

(গ) মাজু পুত্ৰ

উত্তৰঃ (খ) ডাঙৰ পুত্ৰ।

Type By – Kishor Nath