Class 8 Social Science AJB | Assam Jatiya Bidyalay | Chapter 5 | মধ্য় যুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা | MCQ Question Answer Solution |

মধ্য় যুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা

Chapter – 5

১। প্ৰাচীন কামৰূপ ৰাজ্য় কেইটা ভাগত ভগাব পাৰি ?

(ক) ৩ টা

(খ) ৪ টা

(গ) ৫ টা

উত্তৰঃ ৫ টা।

২। চুতীয়া সকলে ব্য়ক্ষ্মপুত্ৰৰ কোনটো পাৰত ৰাজত্ব কৰিছিল ?

(ক) পূব

(খ) পশ্মিম

(গ) উত্তৰ

উত্তৰঃ (গ) উত্তৰ।

৩। কোন শতিকাত কোচ ৰাজ্য়ৰ জন্ম হয় ?

(ক) ১২ শতিকাত

(খ) ১৪ শতিকাত

(গ) ১৬ শতিকাত

উত্তৰঃ (গ) ১৬ শতিকাত।

৪। তলৰ কোনটো খেতিৰ সজুলি নহয় ?

(ক) কোৰ

(খ) নিৰণি

(গ) কোঠা

উত্তৰঃ (গ) কোঠা।

৫। পাহাৰীয়া অঞ্চলৰ মানুহবোৰে কি খেতি কৰিছিল ?

(ক) ঝূম খেতি

(খ) মাহজাতীয় খেতি

(গ) ধান খেতি

উত্তৰঃ (ক) ঝূম খেতি।

৬। মধ্য় যুগৰ ৰাজহ ব্য়ৱস্থা অনুসৰি কোন ভূমি সম্পত্তিৰ স্বত্বাধিকাৰী আছিল ?

(ক) মন্ত্ৰী

(খ) ৱকিল

(গ) ৰজা

উত্তৰঃ (গ) ৰজা।

৭। মধ্য় যুগৰ অসমৰ সাধাৰণ প্ৰজাসকলৰ মূলতঃ কি আছিল ?

(ক) কৃষি

(খ) বেহা – বেপাৰ

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (ক) কৃষি।

৮। কৰযুক্ত ভূমি ব্য়ৱস্থাটোক কি বোলা হয় ?

(ক) লাখেৰাজ

(খ) পীৰপাল

(গ) হস্তশিল্প

উত্তৰঃ (ক) লাখেৰাজ।

৯। কৃষিকাৰ্যৰ সমানে গুৰুত্ব পোৱা বিষয়টো কি ?

(ক) লাখেৰাজ

(খ) পীৰপাল

(গ) হস্তশিল্প

উত্তৰঃ (গ) হস্তশিল্প।

১০। মধ্য় যুগৰ অঞ্চলৰ মানুহৰ প্ৰধান খাদ্য় কি ?

(ক) ভাত

(খ) ৰুতি

(গ) মাংস

উত্তৰঃ (ক) ভাত।

১১। ধান খেতিৰ প্ৰধান ভাগ কেইটা ?

(ক) ২ টা

(খ) ৪ টা

(গ) ৬ টা

উত্তৰঃ (ক) ২ টা।

১২। আহুধানৰ খেতি কোন মাহত কৰা হয় ?

(ক) শীতকালৰ শেষত

(খ) বহাগৰ শেষত

(গ) আঘুনৰ শেষত

উত্তৰঃ (ক) শীতকালৰ শেষত।

১৩। ধান জমা কৰি ৰখা ঘৰটোক কি বোলা হয় ?

(ক) মোন

(খ) সেৰ

(গ) ভঁৰাল

উত্তৰঃ (গ) ভঁৰাল।

১৪। তলৰ কোনটো মাহত আহু ধানৰ খেতি কৰা নহয় ?

(ক) বহাগ

(খ) ফাগুন

(গ) আঘুণ

উত্তৰঃ (গ) আঘুণ।

১৫। অসমৰ কোনটো অঞ্চলত কুঁহিয়াৰ খেতি কৰা হৈছিল ?

(ক) উজনি অসমত

(খ) আপাৰ আচামত

(গ) লোৱাৰ আচামত

উত্তৰঃ (ক) উজনি অসমত।

Type By – Kishor Nath