Class 8 Social Science AJB | Assam Jatiya Bidyalay | Chapter 7 | ৰাষ্ট্ৰ | MCQ Question Answer Solution |

ৰাষ্ট্ৰ

Chapter – 7

১। ৰাষ্ট্ৰৰ প্ৰধান উপাদান কেইটা ?

(ক) ২ টা

(খ) ৪ টা

(গ) ৬ টা

উত্তৰঃ (খ) ৪ টা।

২। কোনখন দেশক ৰাষ্ট্ৰৰ উৎপত্তিস্থল বুলি কোৱা হয় ?

(ক) আমেৰিকা

(খ) গ্ৰিছ

(গ) জাপান

উত্তৰঃ (খ) গ্ৰিছ।

৩। ৰাষ্ট্ৰ গঠনৰ প্ৰাথমিক উপাদানটো কি ?

(ক) জনসমষ্টি

(খ) ৰাষ্ট্ৰসমষ্টি

(গ) ঘনত্বসমষ্টি

উত্তৰঃ (ক) জনসমষ্টি।

৪। ৰাষ্ট্ৰ শব্দটো অৰ্থ বুজাবলৈ গ্ৰিকসকলে কি শব্দ ব্য়ৱহাৰ কৰিছিল ?

(ক) পলিছ

(খ) ষ্টেট

(গ) ছিভিটাছ

উত্তৰঃ (ক) পলিছ।

৫। দাৰ্শনিকসকলে দাঙি ধৰা ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কে মতবাদসমূহ কেই ভাগত ভগাব পাৰি ?

(ক) দুই

(খ) তিনি

(গ) চাৰি

উত্তৰঃ (ক) দুই।

৬। তলৰ কোনটো ৰাষ্ট্ৰ প্ৰধান উপাদান নহয় ?

(ক) জনসমষ্টি

(খ) সাৰ্বভৌমত্ব

(গ) ঐতিহাসিক

উত্তৰঃ (গ) ঐতিহাসিক।

৭। কোনজন ৰজাই নিজকে ঈশ্বৰৰ প্ৰতিনিধি বুলি উল্লেখ কৰিছিল ?

(ক) আকবৰে

(খ) চুকাফায়ে

(গ) জেমছে

উত্তৰঃ (গ) জেমছে।

৮। পৰিয়ালৰ কোনটো সদস্য়ৰ একতাৰ মূস ভিত্তি –

(ক) তেজৰ সম্পৰ্কে

(খ) ধৰ্মৰ সম্পৰ্কে

(গ) ৰাজনৈতিক সম্পৰ্কে

উত্তৰঃ (ক) তেজৰ সম্পৰ্কে।

৯। কি শব্দৰ পৰা ৰাষ্ট্ৰ শব্দৰ উৎপত্তি হৈছিল ?

(ক) পলিছ

(খ) ষ্টেটাছ

(গ) ছিভিটাছ

উত্তৰঃ (খ) ষ্টেটাছ।

১০। জনসমষ্টিবিহীন ভূখণ্ড এটাত ৰাষ্ট্ৰৰ সৃষ্টি হ’ব –

(ক) পাৰি

(খ) নোৱাৰে

(গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ (খ) নোৱাৰে।

১১। কি ধৰ্মপুথিত ৰজা ঈশ্বৰৰ প্ৰতিনিধি বুলি উল্লেখ কৰা আছে ?

(ক) ৰামায়ণ

(খ) মহাভাৰত

(গ) বাইবেল

উত্তৰঃ (গ) বাইবেল।

১২। কিমান শতিকাত ৰজা জেমছে নিজকে ঈশ্বৰৰ প্ৰতিনিধি উল্লেখ কৰিছিল ?

(ক) ষষ্ঠ

(খ) সপ্তম

(গ) অষ্টম

উত্তৰঃ (খ) সপ্তম।

১৩। কাৰ মতে ” তেজৰ সম্বন্ধই সমাজৰ সৃষ্টি কৰে আৰু সৰ্বশেষত সমাজে ৰাষ্ট্ৰৰ সৃষ্টি কৰে আৰু সৰ্বশেষত সমাজে ৰাষ্ট্ৰৰ সৃষ্টি কৰে ?

(ক) লেভিয়াথান

(খ) দ্য়াৰ্শনিক জ্য়াঁ

(গ) মেক আইভাৰৰ

উত্তৰঃ (গ) মেক আইভাৰৰ।

১৪। মানুহ প্ৰকৃততে কেতিয়াও স্বাৱলম্বী হ’ব –

(ক) পাৰে

(খ) নোৱাৰে

(গ) কেতিয়াবা পাৰে

উত্তৰঃ (খ) নোৱাৰে।

১৫। ৰাষ্ট্ৰৰ অৱশ্য়েক কৰিবলগা কাৰ্যবোৰক কেইটা ভাগত ভগাব পাৰি ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (ক) দুটা।

Type By – Kishor Nath