Class 8 Social Science AJB | Assam Jatiya Bidyalay | Chapter 9 | অৰ্থবিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা | MCQ Question Answer Solution |

অৰ্থবিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা

Chapter – 9

১। অৰ্থবিজ্ঞান কিহত অন্তৰ্ভুক্ত ?

(ক) ৰাসায়ন বিজ্ঞান

(খ) সমাজ বিজ্ঞান

(গ) ঐতিহাসিক বিজ্ঞান

উত্তৰঃ (খ) সমাজ বিজ্ঞান।

২। বস্তুৰ প্ৰাথমিক প্ৰকাৰ কেইটা ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (ক) দুটা।

৩। তলৰ কোনটো ভৌতিক বস্তু নহয় ?

(ক) চকী

(খ) মেজ

(গ) শিক্ষক

উত্তৰঃ (গ) শিক্ষক।

৪। তলৰ কোনটো আৰ্থিক বস্তু হয় ?

(ক) খাদ্য়

(খ) মেজ

(গ) উকীল

উত্তৰঃ (ক) খাদ্য়।

৫। তলৰ কোনটো উপকাৰিতা বস্তু নহয় ?

(ক) ঘৰ

(খ) চকী

(গ) ভাং

উত্তৰঃ (গ) ভাং।

৬। যিবিলাক বস্তু সমাজৰ সকলো মানুহে ব্য়ৱহাৰ পাৰি তাক –

(ক) আৰ্থিক বস্তু

(খ) ৰাজহোৱা বস্তু

(গ) মূলোধনজাতীয় বস্তু

উত্তৰঃ (খ) ৰাজহোৱা বস্তু।

৭। উপযোগিতা আৰু কিহৰ মাজত কোনো সম্পৰ্ক নাই ?

(ক) ক্ষমতা

(খ) তৃপ্তি

(গ) পোহৰ

উত্তৰঃ (খ) তৃপ্তি।

৮। প্ৰচুৰতাৰ ভিত্তিত বস্তুৰ প্ৰকাৰৰ –

(ক) দুই

(খ) তিনি

(গ) চাৰি

উত্তৰঃ (ক) দুই।

৯। গৰমৰ দিনত পাংখা চলাবলৈ কিহৰ প্ৰয়োজন ?

(ক) বিদ্য়ুৎৰ

(খ) বতাহৰ

(গ) বায়ুৰ

উত্তৰঃ (ক) বিদ্য়ুৎৰ।

১০। কি ভোজীৰ বাবে মাছ – মাংস প্ৰয়োজন ?

(ক) নিৰামিষভোজী

(খ) মাংসভোজী

(গ) আমিষভোজী

উত্তৰঃ (খ) মাংসভোজী।

১১। কোনো বস্তু এপদৰ সলনি পোৱা আন বস্তুৱেই –

(ক) অপ্ৰচুৰা

(খ) বিনিময়

(গ) বাহ্য়িক

উত্তৰঃ (খ) বিনিময়।

১২। দাম বাহিলে ?

(ক) তাহিদা কম

(খ) চাহিদা বেছি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) চাহিদা বেছি।

১৩। বস্তু এটাৰ উপযোগিতা ব্য়ৱহাৰ কৰাকে কি বোৱা হয় ?

(ক) ৰাসায়ন

(খ) ভোগ

(গ) আৰ্থিক

উত্তৰঃ (খ) ভোগ।

১৪। তলৰ কোনটো পৰিপৃৰক দ্ৰব্য় হয় ?

(ক) তামোল – পাণ

(খ) চকী – মেজ

(গ) তাপ – পোহৰ

উত্তৰঃ (ক) তামোল – পাণ।

১৫। সকলো সম্পদে মানুহৰ কল্য়াণ সাধন –

(ক) কৰে

(খ) নকৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নকৰে।

Type By – Kishor Nath