Month: March 2023

Class 12 EDUCATION Chapter 3 Short Question Answer | Class 12 EDUCATION Chapter 3 শিক্ষাত সাম্প্ৰতিক ধাৰাসমূহ Short Answer |

ক. খালী ঠাই পূৰ্ণ কৰাঃ ১। ভাৰতৰ বৰ্তমান স্বাক্ষতাৰ হাৰ———। উত্তৰ : ৭৪.৪ শতাংশ। ২। বিশেষকৈ দৈহিক বিকাশ সাধনৰ বাবে—————- এক প্ৰণালীবদ্ধ ব্যৱস্থা যিয়ে শৰীৰৰ অংগী-ভংগী, দৈহিক সঞ্চলনত গুৰুত্ব দিয়ে। উত্তৰ ঃ শাৰীৰিক শিক্ষা। ৩। জনসংখ্যা শিক্ষাই জনসংখ্যাৰ গুণগত দিশ আৰু ———-দিশ সাঙুৰি লয় । উত্তৰ : পৰিমাণগত । ৪। ‘মহিলা সংৰক্ষণ বিল’ অনুযায়ী ৰাজ্যসভা…

Read the full article