Month: March 2023

Class 12 EDUCATION Chapter 4 Short Question Answer | Class 12 EDUCATION Chapter 4 শিক্ষণ Short Answer |

১। থর্নডাইকৰ মতে শিক্ষণ হ’ল ———- আৰু ———- মাজত সংযোগ স্থাপন। উত্তৰ ঃ উদ্দীপক, প্রতিক্রিয়া। ২। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ সমৰ্থক আছিল———-। উত্তৰঃ থর্নডাইক। ৩। গেষ্টাল্ট এটা ———- শব্দ। উত্তৰ : জার্মান। ৪। শিক্ষণৰ অনুশীলন নীতিয়ে গুৰুত্ব প্ৰদান কৰে ———ৰ ওপৰত। উত্তৰ : পুনৰাবৃত্তি। ৫। শিক্ষণ হ’ল অভিজ্ঞতাৰ যোগেদি ——— সংশোধন হোৱা কার্য ।…

Read the full article