মিৰজুমলাৰ অসম আক্ৰমণ | AJB Class 6 History Chapter 4 | MCQ Question Answer Solution |

মিৰজুমলাৰ অসম আক্ৰমণ

Chapter- 4

1. `দিল্লীৰ মোগল সম্ৰাট কোনে অসম আক্ৰমণ কৰিবৰ কাৰণে প্ৰেৰণ কৰিছিল। 

ক) জয়ধ্বজ সিংহই

খ) ঔৰংগজেৱে

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ঔৰংগজেৱে।

2. কিমান খ্ৰিষ্টাব্দত মিৰজুমলাই অসম আক্ৰমণ কৰিছিল আৰু পৰাজিত কৰিছিল। 

ক) ১৬৩৯

খ) ১৫৩৯

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) ১৬৩৯।

3. আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই কোনঠাই এৰি পলাই গৈছিল। 

ক) ৰাজধানী

খ) গুজৰাট

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) ৰাজধানী।

4. আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত কিমান খ্ৰি.তৰ পাৰ কিমান খ্ৰি.তলৈ আহোম আৰু মোগলৰ যুদ্ধ হৈছিল। 

ক) ১৬১৫-১৬৩৮

খ) ১৬১৫-১৬৩৯

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৬১৫-১৬৩৯।

5. কাৰ দিনত উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰৰ আলি আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল। 

ক) স্বৰ্গদেউ প্ৰতাপসিংহৰ

খ) স্বৰ্গদেউ জয়ধ্বজ সিংহৰ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) স্বৰ্গদেউ প্ৰতাপসিংহৰ।

6. জয়ধ্বজ সিংহই ক’ৰ পৰা সোণকোষ নৈলৈকে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্য়কা আহোম ৰাজ্য়ৰ অধীনলৈ অনাত দিল্লীৰ মোগল সম্ৰাট ঔৰংজেন ক্ষুণ্ণ হৈছিল। 

ক) ধুবুৰীৰ পৰা

খ) শদিয়াৰ পৰা

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) শদিয়াৰ পৰা।

7. কোট ৰজা প্ৰাণনাৰায়ণেও কাৰ অধীনতা দলিয়াই পেলালে। 

ক) আহোমৰ

খ) মোগলৰ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) মোগলৰ।

8. কোট সেনাৰ লগত যুদ্ধ কৰি কিমান খ্ৰি.ত কোট সেনাক সোণকোষ নৈ পাৰ কৰি থৈ আহিল। 

ক) ১৬৯৫

খ) ১৬৫৯

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৬৫৯।

9. সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্য়কা কোনে লাভ কৰিলে। 

ক) প্ৰতাপসিংহই

খ) জয়ধ্বজ সিংহই

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) জয়ধ্বজ সিংহই।

10. কাৰ অধিকৃত অঞ্চল গোৱালপাৰী অধিকাৰ কৰি কামৰবপ জিয়াৰ উত্তৰ অংশও অধিগ্ৰহণ কৰে। 

ক) মোগলৰ

খ) আহোমৰ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) মোগলৰ।

11. প্ৰতি বছৰে কেইটাকৈ হাতী মোগলক দিব বুলিও আহোমে প্ৰতিশ্ৰুতি দিলে। 

ক) ১০ টা

খ) ২০টা

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ২০টা।

12. ঔৰংগজেৱে মিৰজুমলাৰ ভৱিষ্য়তে তেওঁৰ বাবে কি কাৰণ বুলিও সন্দেহ কৰিছিল। 

ক) ভালৰ কাৰণ

খ) সংকটৰ কাৰণ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) সংকটৰ কাৰণ।

13. কিমান খ্ৰি.তৰ জানুৱাৰি মাহত তেওঁ ধুবুৰীতহ থকা মোগল প্ৰতিনিধি ৰছিদ খাঁৰ লগ  লাগিল। 

ক) ১৬২৬

খ) ১৬৬২

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৬৬২।

14.  কিমান খ্ৰি.ৰ ফেৱ্ৰুৱাৰি মাহত মিৰজুমলাই আনায়াসে গুৱাহাটী অধিকাৰ কৰিলে। 

ক) ১৬৬২

খ) ১৬২৬

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) ১৬৬২।

15. কিমান খ্ৰি.তত মিৰজুমলাই ৰাজধানী গড়গাঁও অধিকাৰ কৰিলে । 

ক) ১৬৬২

খ) ১৬৩৬

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) ১৬৬২।

16. মিৰজুমলাই এনেদৰে কোনো বাধা নোপোৱাকৈ কিমান খ্ৰি.ত ৰাজধানী গড়গাঁও অধিকাৰ কৰিলে । 

ক) ১৬৬১

খ) ১৬৩৯

গ) ১৬৬২

উত্তৰঃ গ) ১৬৬২।

17. এনেবোৰ সমস্য়াৰ সন্মুখীন হৈ কিমান খ্ৰি.ৰ জানুৱাৰি মাহত ঘিলাধাৰীঘাটত মিৰজুমলা আৰু আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মাজত এক সন্ধি চুক্তি স্বাক্ষৰিত হয় । 

ক) ১৬৬২

খ) ১৬৩৫

গ) ১৬৬৩

উত্তৰঃ গ) ১৬৬৩।

18. আহামে মাগলক ২০,০০০ তোলা সোণ, ১,২০,০০০তোলা ৰূপ, আৰু কিমানতা হাতী দিবলৈ প্ৰতিশ্ৰুতি দিলে।

ক) ৫০টা

খ) ৯০ টা

গ) ১১০ টা

উত্তৰঃ খ) ৯০ টা।

19. মিৰজুমলাই প্ৰায় ১২০০ অশ্বাৰোহী, ৩০,০০০ পদাতিক, লগতে কিমানখন যুদ্ধৰ মাও লৈ ১৬৬১ খ্ৰি.ৰ শেষৰ ফালে অসম অভিমুখে অগ্ৰসৰ হয় । 

ক) ২৩৫ খন

খ) ৩২৫ খন

গ) ৩২৩ খন

উত্তৰঃ গ) ৩২৩ খন।

20. গুৱাহাটীত ৰছিদ খাঁক ফৌজদাৰ পাতি ৰুগ্ন শৰীৰেৰে নিজ ৰাজ্য়লৈ ঘূৰি যোৱা পথত ধুবুৰীৰ ওচৰৰ মানকাছাৰ নামৰ ঠাইত মিৰজুমলাই ১৬৬৩ খ্ৰি.ৰ কিমান তাৰিখে শেষ শ্বাস ত্য়াগ কৰে । 

ক) ২৫ মাৰ্চত

খ) ১৫ মাৰ্চত

গ) ৩০ মাৰ্চত

উত্তৰঃ গ) ৩০ মাৰ্চত।