মৌৰ্য্যোত্তৰ যুগৰ ভাৰত | AJB Class 6 Social Science Chapter 3 | MCQ Question Answer Solution |

মৌৰ্য্যোত্তৰ যুগৰ ভাৰত

Chapter- 3

(১) ‘মহাভাষ্য’ পুথিখন কোনে লিখিছিল ?

ক) পতঞ্জলিয়ে

খ) পাণিনীয়ে

গ) কালিদাসয়ে

উত্তৰঃ ক) পতঞ্জলিয়ে।

(২) পহ্লৱসকলৰ শ্ৰেষ্ঠ ৰজা কোন ?

ক) মিনান্দাৰ

খ) মিলিন্দ

গ) গণ্ডোফাৰ্নিছ

উত্তৰঃ গ) গণ্ডোফাৰ্নিছ।

(৩) বৌদ্ধধৰ্মৰ উপাসক কোন ?

ক) এন্টিয়ালকিডাচ

খ) মিলিন্দ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) মিলিন্দ।

(৪) হিন্দু ধৰ্মৰ উপাসক মিনান্দাৰ হয় নে নহয় ?

ক) হয়

খ) নহয়

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) নহয়।

(৫) ‘অষ্টাধ্যয়ী’ পুথি কোনে লিখিছিল ?

ক) পতঞ্জলিয়ে

খ) কালিদাসে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(৬) ‘মালবিকাগ্নিমিত্ৰম’ পুথি কোনে লিখিছিল ?

ক) কালিদাসে

খ) পতঞ্জলিয়ে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কালিদাসে।

(৭) কণিষ্ক কুষাণ বংশৰ কিমান তম ৰজা আছিল ?

ক) প্ৰথম বংশৰ

খ) দ্বিতীয় বংশৰ

গ) তৃতীয় বংশৰ

উত্তৰঃ গ) তৃতীয় বংশৰ।

(৮) কণিষ্কৰ ৰাজধানীৰ নাম কি আছিল ?

ক) পুৰুষপুৰ

খ) অযোধ্যা

গ) মগধ

উত্তৰঃ ক) পুৰুষপুৰ।

(৯) কণিষ্কৰ দ্বিতীয় ৰাজধানীৰ নাম কি ?

ক) সাতবাহন

খ) পুৰুষপুৰ

গ) মথুৰা

উত্তৰঃ গ) মথুৰা।

(১০) বৌদ্ধ ধৰ্মৰ ভাগ কেইটা ?

ক) ৪ টা

খ) ৩ টা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(১১) কণিষ্ক কোনটো ধৰ্মৰ পন্থী আছিল ?

ক) হীনযানৰ

খ) মহাযানৰ

গ) মহানযানৰ

উত্তৰঃ খ) মহাযানৰ।

(১২) কাৰ দিনত বৌদ্ধ ধৰ্ম ভাগ হোৱা নাছিল ?

ক) কণিষ্কৰ দিনত

খ) অশোকৰ দিনত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) অশোকৰ দিনত।

(১৩) যোদ্ধ ত্যাগ কোনে কৰা নাছিল ?

ক) অশোকে

খ) কণিষ্কই

গ) মিনান্দাৰে

উত্তৰঃ খ) কণিষ্কই।

(১৪) ‘সপ্তশতক’ বা ‘সপ্তসতী’ কাৰ সময়ত ৰচিত বিখ্যাত গ্ৰন্থ আছিল ?

ক) কুষাণসকলৰ সময়ত

খ) শকসকলৰ সময়ত

গ) সাতময়তবাহন সকলৰ স

উত্তৰঃ গ) সাতময়তবাহন সকলৰ স।

(১৫) মহাক্ষত্ৰপ উপাধি কোনে লৈছিল ?

ক) ৰুদ্ৰদমনে

খ) মিলিন্দই

গ) কণিষ্কই

উত্তৰঃ ক) ৰুদ্ৰদমনে।

(১৬) চেত বংশৰ বিখ্য়াত ৰজা কোন আছিল ?

ক) ৰুদ্ৰদমনে

খ) অশোকৰ দিনত

গ) খাৰৱেল

উত্তৰঃ গ) খাৰৱেল।

(১৭)শুংগ বংশৰ শেষ ৰজা কোন আছিল ?

ক) দেৱভুতি।

খ) অশোকে।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) দেৱভুতি।

(১৮) শুংগ বংশৰ শেষ ৰজা দেৱভূতিক তেওঁৰে মন্ত্ৰী বাসুদেৱে হত্য়া কৰি ক’ত প্ৰতিষ্ঠা কৰিছিল ? 

ক) অশোকৰ দিনত।

খ) মগধত কান্ব বংশ।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ খ) মগধত কান্ব বংশ।

(১৯) গ্ৰীক ৰজাসকলৰ শ্ৰেষ্ঠ ৰজা কি আছিল ?

ক) ৰুদ্ৰদমনে ।

খ) সাতময়তবাহন সকলৰ স।

গ) মিনান্দাৰ বা মিলিন্দ।

উত্তৰঃ গ) মিনান্দাৰ বা মিলিন্দ।

(২০) চোল ৰাজ্য়ৰ মূল কেন্দ্ৰস্থল কি আছিল ? 

ক) তাঞ্জোৰ।

খ) ৰুদ্ৰদমনে।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃক) তাঞ্জোৰ।