BA 3rd Semester Assamese অসমীয়া ব্য়াকৰণ KKHSOU | Assamese অসমীয়া ব্য়াকৰণ Chapter 10 অসমীয়া ভাষাৰ বাক্যতত্ত্ব Question & Answer |

অসমীয়া ভাষাৰ বাক্যতত্ত্ব 

অধ্য়ায়-১০ 

প্ৰশ্ন ১ঃ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক-

ক) জটিল বাক্য় কাক বোলে?

উত্তৰঃ

খ) যৌগিক বাক্য় মানে কি?

উত্তৰঃ

গ) উক্তি মানে কি?

উত্তৰঃ

ঘ) অনুজ্ঞাবোধক (imperative) বাক্য় কাক বোলে?

উত্তৰঃ

চুটি প্ৰশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ জটিল বাক্য়ৰ প্ৰকাৰভেদ উদাহৰণসহ বুজাই লিখক।

উত্তৰঃ

প্ৰশ্ন ২ঃ উক্তি মানে কি? উক্তিৰ ভিত্তিত বাক্য়ত কেইপ্ৰকাৰে ভগাব পাৰি? বাক্য় কি উক্তিত আছে কেনেকৈ জানিব পাৰি, উদাহৰণ দি বুজাই লিখক।

উত্তৰঃ

প্ৰশ্ন ৩ঃ তলৰ কবিতা ফাকিত প্ৰত্য়ক্ষ উক্তি কোনখিনি- বুজাই লিখক।

মাৱৰ বচন                                           শুনি পাশ চাপি

হাঁসিয়া বোলে কানাই।

কেনেকুৱা গোটে                                 কাণ খাই ফুৰে

চিনোৱা হাৰলী আই।।

উত্তৰঃ

ৰচনাধৰ্মী প্ৰশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰ উত্তৰ লিখক)

প্ৰশ্ন ১ঃ অসমীয়া ভাষাৰ বাক্য়তত্ব আলোচনাত কি কি দিশ অন্তৰ্ভুক্ত হৈ আছে সেই বিষয়ে উদাহৰণসহ এটি প্ৰবন্ধ যুগুত কৰক।

উত্তৰঃ

প্ৰশ্ন ২ঃ ক্ৰিয়াৰ বাচ্য়ৰ পৰিপ্ৰেক্ষিতত অসমীয়া বাক্য়ক কেইটা ভাগত ভগাব পাৰি? প্ৰতিবিধ বাক্য়ৰে উদাহৰণসহ বিশ্লেষণ কৰক।

উত্তৰঃ

প্ৰশ্ন ৩ঃ অসমীয়া ভাষাৰ সদৰ্থ (positive) বাক্য়ক নঞৰ্থক (negative) বাক্য়লৈ কেনেদৰে নিব পাৰি উদাহৰণসহ বুজাই লিখক।

উত্তৰঃ

Type By- Bikash Bora