BA 4th Semester Education দূৰৱৰ্ত্তী শিক্ষা KKHSOU | Education দূৰৱৰ্ত্তী শিক্ষা Chapter 13 মুক্ত শৈক্ষিক সম্পদ আৰু ভাৰতত ইয়াৰ প্ৰত্যাহ্বানসমূহ Question & Answer |

মুক্ত শৈক্ষিক সম্পদ আৰু ভাৰতত ইয়াৰ প্ৰত্যাহ্বানসমূহ

অধ্যায়- ১৩

(ক) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১: ২১ শতিকাত মুক্ত শৈক্ষিক সম্পদৰ বিকাশৰ আঁৰত থকা কাৰণসমূহ কি কি?

উত্তৰঃ 

প্রশ্ন ২ : ২০০২ চনৰ পেৰিচ ফ’ৰামৰ পৰিপ্ৰেক্ষিতত মুক্ত শৈক্ষিক সম্পদ (OER) আন্দোলনৰ ইতিহাসৰ বিষয়ে লিখক। 

উত্তৰঃ

প্রশ্ন ৩ : আমাক সঁচাকৈয়ে মুক্ত শৈক্ষিক সম্পদ (OER) লাগেনে? ২১ শতিকাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত মুক্ত শৈক্ষিক সম্পদৰ ওপৰত এটি টোকা লিখক।

উত্তৰঃ 

প্রশ্ন ৪ : মুক্ত শৈক্ষিক সম্পদ (OER) পৰিসৰ কি ? বিশ্ববাসীয়ে কিয় ভাগ বিতৰণৰ কথা অনুভৱ কৰে?

উত্তৰঃ

(খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ : কিদৰে এগৰাকী শিক্ষকে মুক্ত শৈক্ষিক সম্পদৰ ব্যৱহাৰ কৰিব পাৰে আৰু শিক্ষাৰ্থীক ইয়াৰ ব্যৱহাৰত সহায় কৰিব পাৰে?

উত্তৰঃ 

প্রশ্ন ২ : OER ৰ উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত অনুষ্ঠান এখনৰ কি উপকাৰিতা আছে, উল্লেখ কৰক ।

উত্তৰঃ 

প্রশ্ন ৩ : মুক্ত শৈক্ষিক সম্পদ (OER)ৰ বিকাশৰ ক্ষেত্ৰত কমনওৱেলথ শিকনে লোৱা ভূমিকাৰ বিষয়ে আলোচনা কৰক ৷

উত্তৰঃ 

প্রশ্ন ৪ : মুক্ত শৈক্ষিক সম্পদসমূহৰ ওপৰত বিভিন্ন আন্তর্জাতিক কাৰ্যাৱলী হাতত লোৱা হৈছে। বিশদভাৱে আলোচনা কৰক । 

উত্তৰঃ 

প্রশ্ন ৫ : ভাৰতবৰ্ষৰ নিচিনা দেশ এখনত মুক্ত শৈক্ষিক সম্পদৰ (OER) বৰ্তমান স্থিতি কি ? বৰ্ণনা কৰক ৷

উত্তৰঃ 

প্রশ্ন ৬ : বর্তমান সময়ত মুক্ত শৈক্ষিক সম্পদ (OER) প্রয়োগৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহ কি কি? বহুলভাৱে আলোচনা কৰক। 

উত্তৰঃ

Question Type By- Parina Hazarika