Class 8 Social Science AJB | Assam Jatiya Bidyalay | Chapter 17 | সময় গণনাঃ স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা | MCQ Question Answer Solution |

সময় গণনাঃ স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা

Chapter – 17

১। পৃথিৱীৰ উপৰিভাগত কেইডাল দ্ৰাঘিমাৰেখা কল্পনা কৰা হৈছে ?

(ক) 180

(খ) 360

(গ) 90

উত্তৰঃ (খ) 360।

২। কিহৰ ওপৰত ভিত্তি কৰি পৃথিৱীবাসীয়ে সময় গণনা কৰে ?

(ক) বিষুব ৰেখা

(খ) দ্ৰাঘিমা ৰেখা

(গ) অক্ষৰেখা

উত্তৰঃ (খ) দ্ৰাঘিমা ৰেখা।

৩। পৃথিৱীয়ে কিহৰ পৰা কিহলৈ আৱৰ্তন কৰে ?

(ক) পশ্চিমৰ পৰা উত্তৰ

(খ) পশ্চিমৰ পৰা পূৱ

(গ) পূবৰ পৰা উত্তৰ

উত্তৰঃ (খ) পশ্চিমৰ পৰা পূৱ।

৪। কোনটো দিশৰ ঠাইত প্ৰথমে  ৰাতিপুৱা, দুপৰীয়া, গধূলি হয় ?

(ক) পূব

(খ) পশ্চিম

(গ) উত্তৰ

উত্তৰঃ (ক) পূব।

৫। ভাৰতৰ সকলোবোৰ ঠাইতে একেলগে সূৰ্যৰ পোহৰ ?

(ক) পৰে

(খ) নপৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নপৰে।

৬। ভাৰতৰ পূবত থকা কোন ঠাইত প্ৰথমে পুৱা হয় ?

(ক) অৰুণাচল

(খ) অসম

(গ) মিজুৰাম

উত্তৰঃ (ক) অৰুণাচল।

৭। পৃথিৱীখন কি হৈ থকাৰ কাৰণে মধ্য়াহ্ন ভোজন একেলগে নহয় ?

(ক) চুচৰি

(খ) বাগৰি

(গ) ঘূৰি

উত্তৰঃ (গ) ঘূৰি।

৮। ৮২/1/2 দ্ৰাঘিমাৰেখাডাল কোনখন ৰাজ্যৰ ওপৰেৰে পাৰ হৈ গৈছে ?

(ক) গুজৰাত

(খ) এলাহবাদ

(গ) কলকাতা

উত্তৰঃ (খ) এলাহবাদ।

৯। গ্ৰীণউইছৰ দ্ৰাঘিমাংশ কিমান ?

(ক) ০ ডিগ্ৰী

(খ) ১ ডিগ্ৰী

(গ) ৩ ডিগ্ৰী

উত্তৰঃ (ক) ০ ডিগ্ৰী

১০। কোনো এঠাইত যেতিয়া দুপৰীয়া ১২ বাজে তেতিয়া গ্ৰীণউইচত কিমানটা বাজে ?

(ক) ৭ বাজি ২২ মিনিট

(খ) ১২ বাজে

(গ) ৭ বাজি ২০ মিনিট

উত্তৰঃ (গ) ৭ বাজি ২০ মিনিট।

১১। ভাৰতৰপৰা লণ্ডনৰ মাজত ৮২১⁄২ দ্ৰাঘিমাৰেখা থকাত সময়ৰ ব্যৱধান কিমান ?

(ক) 5 ঘন্টা ৩০ মিনিট

(খ) ৬ ঘন্টা ৩০ মিনিট

(গ) ৭ ঘন্টা ৩০ মিনিট

উত্তৰঃ (ক) 5 ঘন্টা ৩০ মিনিট।

১২। ২ ঘন্টা সময়ৰ ব্যৱধানত আন্তৰ্জাতিক কাম-কাজ চলোৱা

(ক) সুবিধা

(খ) অসুবিধা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অসুবিধী।

১৩। ১৮০ ডিগ্ৰী দ্ৰাঘিমাৰেখা ডালক কি বুলি কোৱা হয় ?

(ক) বিষুব ৰেখা

(খ) আন্তৰ্জাতিৰ তাৰিখ ৰেখা

(গ) আন্তৰ্জাতিৰ অক্ষ ৰেখা

উত্তৰঃ (খ) আন্তৰ্জাতিৰ তাৰিখ ৰেখা।

১৪। কিমান চনত আন্তৰ্জাতিক সম্মিলন হৈছিল ?

(ক) ১৮৮৯

(খ) ১৮৮৬

(গ) ১৮৮৩

উত্তৰঃ (খ) ১৮৮৬।

১৫। তলৰ অংকটো চাই দ্ৰাঘিমা ৰেখাৰ ব্যৱধান ওলিওৱা

Captionless Image

(ক) ২৪ ঘন্টা

(খ) ৪৮ ঘন্টা

(গ) ১২০ ঘন্টা

উত্তৰঃ (ক) ২৪ ঘন্টা।

Type By – Kishor Nath